শিক্ষাত সামাজিক বৈষম্য়তা আৰু সাংবিধানিক নিৰা পত্তামূলক ব্য়ৱস্থা 

প্ৰথম অধ্য়ায়

প্রশ্নাৱলী

I. অতি চমু উত্তৰৰ প্ৰশ্ন (Question of very short answer)

১। সামাজিক বৈষম্যতা কি? 

What is social inequality?

উত্তৰঃ


২। সংবিধানৰ কোনটো অনুচ্ছেদ সংখ্যালঘুসকলৰ আগ্রহক সুৰক্ষিত কৰে।

 Which artical of constitution is for protection of interests of minorities.

উত্তৰঃ


৩। ভাৰতীয় সংবিধানৰ ৪৬ নং অনুচ্ছেদ কিহৰ লগত জড়িত? 

With whom the article 46 is related?

উত্তৰঃ


৪। অনগ্রসৰ শিশু কোনবোৰ? 

Who are slow learners?

উত্তৰঃ


৫। শিশু শ্রমিকৰ এটা কাৰণ উল্লেখ কৰা।

 Mention one cause of Child labour.

উত্তৰঃ


৬। অনুসূচীত জাতিৰ লোকসকলক মহাত্মা গান্ধীয়ে কি বুলি নামাকৰণ কৰিছিল?

 What name is suggested by Mahatma Gandhi to rename scheduled castes?

উত্তৰঃ


১৭। হৰিজনৰ অৰ্থ কি? 

What is the meaning of Horizon?

উত্তৰঃ


৮। বস্তি অঞ্চলৰ শিক্ষাৰ এটা সমস্যা উল্লেখ কৰা।

Mention one problem of education of slum dwellers.

উত্তৰঃ


৯। চৰ অঞ্চলৰ শিক্ষাৰ এটা সমস্যা উল্লেখ কৰা।

Mention one problem of education of char area.

উত্তৰঃ


১০। পথ শিশুৰ এটা শৈক্ষিক সমস্যা উল্লেখ কৰা।

 Mention one educational problems of street children.

উত্তৰঃ


১১। লিংগ বৈষম্য কি?

What is gender disparity?

উত্তৰঃ


১২। ২০১১ চনৰ লোকপিয়ল অনুসৰি অনুসূচীত জনজাতিৰ লোকসকলৰ সাক্ষৰতাৰ হাৰ কিমান?

What the literacy percentage of scheduled castes according to Census 2011?

উত্তৰঃ


II. চমু উত্তৰৰ প্ৰশ্ন (Questions of Short answers )

১। সামাজিক বৈষম্যতাৰ বৈশিষ্ট্যবোৰ লিখা।

Write the characteristics of social inequality.

উত্তৰঃ


২। ভাৰতীয় সংবিধানৰ ২৮ নং অনুচ্ছেদৰ মূল কথাখিনি লিখা।

 Write the main points of article 28 of Indian Constitution.

উত্তৰঃ


৩। মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে কি ব্যৱস্থা গ্ৰহণ কৰিছে? 

What are the provisions adopted by Indian Constitution regarding women education.

উত্তৰঃ


৪। সংখ্যালঘুসকলৰ শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানে কি ব্যৱস্থা গ্ৰহণ কৰিছে?

 What are the provisions adopted by Indian Cosntitution regarding education noista of minority.

উত্তৰঃ


৫। ভাৰতীয় সংবিধানৰ ৪৬ নং অনুচ্ছেদৰ মূল কথাখিনি বহলাই লিখা।

 Elaborately write the main points of article 46 of Indian Constitution.

উত্তৰঃ


৬। অনুসূচীত জাতিৰ ল'ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগ কি কি পৰামৰ্শ আগবঢ়াইছিল? 

What are the suggestions made by Education Commission of 1964-66 regarding education of children of Scheduled Castes?

উত্তৰঃ


৭। অনুসূচীত জাতিৰ শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কি কি পৰামৰ্শ আগবঢ়াইছিল?

 What were the suggestions made by National Policy of Education of 1986 regarding education of children of Scheduled Castes?

উত্তৰঃ


৮। চমুটোকা লিখা : 

Write short notes :

(ক) চৰ অঞ্চলৰ শিক্ষা

Education of Char areas.

উত্তৰঃ


(খ) সংখ্যালঘুসকলৰ শিক্ষা 

Education of Minorities

উত্তৰঃ


(গ) পিছপৰা শিশুৰ শিক্ষা

Education of Backward Children

উত্তৰঃ


(ঘ) পথ শিশুসকলৰ শিক্ষা

Education of street children

উত্তৰঃ


(ঙ) শিশু শ্রমিকৰ শিক্ষা

Education of child labour

উত্তৰঃ


(চ) বন্তি অঞ্চলৰ লোকসকলৰ শিক্ষা

Education of Slum Dewllers

উত্তৰঃ


III. দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Question) 

১। সামাজিক বৈষম্য কি? শিক্ষাৰ ক্ষেত্ৰত সামাজিক বৈষম্য ৰোধৰ বাবে ভাৰতীয় সংবিধানত কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল?

What is Social inequality? What measure adopted by Indian Constitution to remove social inequality in education?

উত্তৰঃ


২। অনুসূচীত জাতিৰ শিক্ষাৰ সমস্যা আৰু সমাধানৰ উপায়বোৰ বৰ্ণনা কৰা। 

Describe the problems and solutions of education of Scheduled castes.

উত্তৰঃ


৩। অনুসূচীত জনজাতিৰ শিক্ষাৰ সমস্যাবোৰ আৰু সমাধানৰ উপায়বোৰ আলোচনা কৰা।

 Discuss the problems and suggestive measures of education of scheduled tribes.

উত্তৰঃ


৪। চৰ অঞ্চলৰ শিক্ষাৰ সমস্যাবোৰ কি কি? এই সমস্যাবোৰ কেনেকৈ নিৰাময় কৰিব পাৰি? 

What are the problems of educaton of Char area? How these problems be solved?

উত্তৰঃ


৫। অনগ্ৰসৰ শিশুৰ শিক্ষা ব্যৱস্থা বর্ণনা কৰা।

Describe the educational provision of backward child.

উত্তৰঃ


৬। শিশু শ্রমিক বুলিলে কি বুজা? শিশু শ্রমিকৰ প্ৰধান কাৰণবোৰ লিখা।

What is meant by child labour? What are the main causes of child labour?

উত্তৰঃ


৭। শিক্ষাত লিংগভিত্তিক বৈষম্যতা আৰু গ্ৰাম্য-চহৰ বৈষম্যতাৰ বিষয়ে বহলাই আলোচনা কৰা।

Elaborately discuss about the gender disparity and rural-urban disparity in education.

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Question Type By- Bikash Bora 


Post ID: DABP001821