শঙ্কৰদেৱৰ বাল্যকাল
👉Download Read Books PDF
👉Short Question Answer
👉MCQs Online Exam
👉Chapter 1 MCQs Answer
👉Paid Answer (Buy Now)
১। তোমাৰ পাঠ্য প্ৰবন্ধৰ আধাৰত শঙ্কৰদেৱৰ বাল্যকালৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ শঙ্কৰদেৱে আঠমাহত ব্ৰহ্মপুত্ৰত পৰা কাছ ধৰি আনিছিল। চৈধ্য মাহত অজগৰ সাপক কাটিছিল। শিশুকালতে ভৰা লুইত সাঁতুৰি ইপাৰ সিপাৰ কৰিছিল। মহাপুৰুষ জনাই এবাৰ লগৰীয়াৰ লগত খেলি থাকোতে লগৰীয়া ভেকুৰীৰ হাত ভাঙিছিল শঙ্কৰদেৱে চুই দিয়াত ভঙা হাত ভাল হৈ গৈছিল। আৰো এবাৰ এজনৰ কাণ ছিঙাত শঙ্কৰদেৱে কাণত ধৰাত কাণ জোৰা লাগিল। এনে ধৰণে শঙ্কৰদেৱে শিশুকালত অলৌকিক কাৰ্য প্ৰদৰ্শন কৰিছিল।শঙ্কদেৱক বুঢ়ীমাক খেৰশুতিয়ে নানা তিৰস্কাৰ কৰি শিক্ষা আহৰণৰ কাৰণে মহেন্দ্ৰ কন্দলীৰ টোলত ভৰ্তি কৰি দিয়ে। পঢ়াশালিৰ পৰা ঘৰলৈ যাবলৈ ওলোৱাত গুৰুৱে যাবলৈ দিয়া নাছিল তেতিয়া তেওঁ এদিন ঘৰৰ পৰা নোকোৱাকৈ বস্ত্ৰ আৰু টকা আনি গুৰুক দি ঘৰলৈ গুছি গল।গুৰুৱে বুঢ়ীমাকক সকলো কথা কৈ দিলে। তেতিয়া বুঢ়ীমাকে শঙ্কৰদেৱক তিৰস্কাৰ কৰিলে আৰু পঢ়া শুনা কৰিব নালাগে বুলি কলে আৰু গৰু চৰাব দিলে। এইবোৰ কথা শুনি শংকৰদেৱে লাজ পাই তলমূৰ কৰিলে। আৰু তেতিয়াৰ পৰা তেওঁ পঢ়া শুনাত মনোযোগ দিলে।
২। শঙ্কৰদেৱে শিশুকালত কি কি অলৌকিক কাৰ্য প্ৰদৰ্শন কৰিছিল, বিৱৰি লিখা।
উত্তৰঃ শঙ্কৰদেৱে আঠমাহত ব্ৰহ্মপুত্ৰত পৰা কাছ ধৰি আনিছিল। চৈধ্য মাহত অজগৰ সাপক কাটিছিল। শিশুকালতে ভৰা লুইত সাঁতুৰি ইপাৰ সিপাৰ কৰিছিল।
মহাপুৰুষ জনাই এবাৰ লগৰীয়াৰ লগত খেলি থাকোতে লগৰীয়া ভেকুৰীৰ হাত ভাঙিছিল শঙ্কৰদেৱে চুই দিয়াত ভঙা হাত ভাল হৈ গৈছিল। আৰো এবাৰ এজনৰ কাণ ছিঙাত শঙ্কৰদেৱে কাণত ধৰাত কাণ জোৰা লাগিল। এনে ধৰণে শঙ্কৰদেৱে শিশুকালত অলৌকিক কাৰ্য প্ৰদৰ্শন কৰিছিল।
৩। গুৰুগৃহৰপৰা শঙ্কৰদেৱে কেনেকৈ পলাইছিল, আৰু ফলত কি হৈছিল, চমুকৈ লিখা।
উত্তৰঃ শঙ্কদেৱক বুঢ়ীমাক খেৰশুতিয়ে নানা তিৰস্কাৰ কৰি শিক্ষা আহৰণৰ কাৰণে মহেন্দ্ৰ কন্দলীৰ টোলত ভৰ্তি কৰি দিয়ে। পঢ়াশালিৰ পৰা ঘৰলৈ যাবলৈ ওলোৱাত গুৰুৱে যাবলৈ দিয়া নাছিল তেতিয়া তেওঁ এদিন ঘৰৰ পৰা নোকোৱাকৈ বস্ত্ৰ আৰু টকা আনি গুৰুক দি ঘৰলৈ গুছি গ'ল।
গুৰুৱে বুঢ়ীমাকক সকলো কথা কৈ দিলে। তেতিয়া বুঢ়ীমাকে শঙ্কৰদেৱক তিৰস্কাৰ কৰিলে আৰু পঢ়া শুনা কৰিব নালাগে বুলি কলে আৰু গৰু চৰাব দিলে। এইবোৰ কথা শুনি শংকৰদেৱে লাজ পাই তলমূৰ কৰিলে। আৰু তেতিয়াৰ পৰা তেওঁ পঢ়া শুনাত মনোযোগ দিলে।
৪। ব্যাখ্যা কৰাঃ
(ক) আমাৰসে কৰ্ম্মতৰে, পণ্ডিতৰো বাক্য লৰে।
উত্তৰঃ
(খ) আপুনিও পূজিবা, লোকে মাতিলেও কৰিবা, চাউল-কানি
হ'ব ।
উত্তৰঃ
(গ) তেহে কৃষ্ণ কৃপাত চণ্ডীতত্ত্ব পাসৰি কৃষ্ণ ৰিচ্ শিকালে।
উত্তৰঃ
(ঘ) আৰু কুসুমদেউৰ তিথি কৰ্ম্ম কৰি গ'ল ছাত্ৰশালে। পথত
এটা পশু পাই মাৰি সবাকে সিধাৰে দিছে।
উত্তৰঃ
(ঙ) আৰু মাৰ্কণ্ডেয় পুৰাণৰপৰা প্ৰথমে কাপ ধৰি হৰিচন্দ্ৰোপাখ্যান কৰিছে চাৰিখুটা মাৰি সেৱকলৈ।
উত্তৰঃ
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)