ঔৰংজেৱৰ অধীনত মোগল সাম্ৰাজ্য | দ্বিতীয় অধ্যায় | Chapter 2 | BA 4th Semester Short Question Answer | ঔৰংজেৱৰ অধীনত মোগল সাম্ৰাজ্য Lesson 2 BA 4th Semester History Short Question Answer and Solutions For Assam | 

দ্বিতীয় অধ্যায়

ঔৰংজেৱৰ অধীনত মোগল সাম্ৰাজ্য

( Mughal Empire Under Aurangzeb)


১। উত্তৰাধিকাৰী জয়লাভ কৰি কোনে মোগল সিংহাসনত অধিষ্ঠিত হৈছিল?

উত্তৰঃ উত্তৰাধিকাৰী জয়লাভ কৰি ঔৰংজেৱে মোগল সিংহাসনত অধিষ্ঠিত হৈছিল। 

২। ঔৰংজেৱৰ পুত্ৰ নাম কি আছিল?

উত্তৰঃ ঔৰংজেৱৰ পুত্ৰ নাম হ'ল ৰাজকুমাৰ মহম্মদ।

৩। দাৰাই কিমান শক্তিশালী সৈন্য সংগ্ৰহ কৰি ঔংজেৱ আৰু মুৰাদৰ বিৰুদ্ধে আগবাঢ়িছিল?

উত্তৰঃ দাৰাই ৫০,০০০ শক্তিশালী সৈন্য সংগ্ৰহ কৰি ঔংজেৱ আৰু মুৰাদৰ বিৰুদ্ধে আগবাঢ়িছিল।

৪। ঔৰংজেৱে তেওঁৰ জীৱনৰ কিমানটা বছৰ দাক্ষিণাত্যত কটাই দাক্ষিণাত্যৰ বিজাপুৰ, গোলাকুণ্ড আৰু মাৰাঠাসকলক দমন কৰিবলৈ চেষ্টা কৰিছিল?

উত্তৰঃ ঔৰংজেৱে তেওঁৰ জীৱনৰ ২৫ টা বছৰ দাক্ষিণাত্যত কটাই দাক্ষিণাত্যৰ বিজাপুৰ, গোলাকুণ্ড আৰু মাৰাঠাসকলক দমনকৰিবলৈ চেষ্ঠা কৰিছিল। 

৫। কিমান বছৰ বয়সত ঔৰংজেৱে ১০ হাজাৰ আশ্বাৰোহীৰ সেনাপতি পদ অৰ্পন কৰিছিল?

উত্তৰঃ ১৬ বছৰ বয়সত ওৰংজেৱে ১০ কিমানআশ্বাৰোহীৰ সেনাপতি পদ অৰ্পন কৰিছিল। 

৬। কিমান খৃঃত ভগ্নী জাহানাৰাৰ মধ্যস্থতাত ঔৰংজেৱক গুজৰাটৰ ভাইৰচয় নিয়োগ কৰিছিল?

উত্তৰঃ ১৬৪৫ খৃঃত ভগ্নী জাহানাৰাৰ মধ্যস্থতাত ওৰংজেৱক গুজৰাটৰ ভাউৰচয় নিয়োগ কৰিছিল। 

৭। ঔৰংজেৱৰ ৰাজ অভিষেক কিমান খৃঃত অনুষ্ঠিত কৰা হৈছিল?

উত্তৰঃ ঔৰংজেৱৰ ৰাজ অভিষেক ১৬৫৯ খৃঃত অনুষ্ঠিত কৰা হৈছিল।

৮। ছাহজাহানৰ ব্ৰাক্ষ্মণৰ সহায়ত দাৰাই কিমান খন উপনিষ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল?

উত্তৰঃ ছাহজাহানৰ ব্ৰাক্ষ্মণৰ সহায়ত দাৰাই ৫২ খন উপনিষ পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। 

৯। ছাহাজাহানৰ তৃতীয় পুত্ৰজনৰ নাম কি আছিল?

উত্তৰঃ ছাহজাহানৰ তৃতীয় পুত্ৰজনৰ নাম হ'ল ঔৰংজেৱ আছিল। 

১০। কিমান খৃঃৰ ছেপ্তেম্বৰত ছাহজাহানৰ নৰিয়াত পৰিছিল?

উত্তৰঃ ১৬৫৭ খৃঃৰ ছেপ্তেম্বৰত ছাহজাহানৰ নৰিয়াত পৰিছিল। 

১১। কাৰ মতে চামুগুড়ত যুদ্ধই প্ৰকৃততে উত্তৰাধিকাৰ যুদ্ধ  মীমাংসা কৰিছিল?

উত্তৰঃ ড° ভি, এ, স্ফিয়েৰ মতে চামুগুড়ত যুদ্ধই প্ৰকৃততে উত্তৰাধিকাৰ যুদ্ধ  মীমাংসা কৰিছিল। 

১২। চুক্তমৰ্মে বিজাপুৰে কিমান টকা মোগলক দিবলৈ সন্মত হৈছিল?

উত্তৰঃ চুক্তমৰ্মে বিজাপুৰে ১০৫ কোটি টকা মোগলক দিবলৈ সন্মত হৈছিল। 

১৩। ছাৰ যদুনাথ চৰকাৰৰ মতে ৰণক্ষেত্ৰত কিমান সৈন্যই শত্ৰুৰ হাতত প্ৰাণ দিছিল?

উত্তৰঃ ছাৰ যদুনাথ চৰকাৰৰ মতে ৰণক্ষেত্ৰত ১০,০০০ সৈন্যই শত্ৰুৰ হাতত প্ৰাণ দিছিল।

১৪। ঔৰংজেৱে ৰজা জয় সিঙক বিজাপূুৰ বিজয় কৰিবলৈ কিমান চনত প্ৰেৰণ কৰিছিল?

উত্তৰঃ ঔৰংজেৱে ৰজা জয় সিঙক বিজাপূুৰ বিজয় কৰিবলৈ ১৬৭৫ চনত প্ৰেৰণ কৰিছিল।

১৫। কাৰ মুখৰ পৰা পৰ্টুগীজ জলদস্যুসকলক খেদি পঠাইছিল?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ মুখৰ পৰা পৰ্টুগীজ জলদস্যুসকলক খেদি পঠাইছিল। 

১৬। কিমান চনত চুনৱাল কোলিসকলে আহমদাবাদৰ পশ্চিমৰ গাওঁবোৰত লুণ্ঠন চলাইছিল?

উত্তৰঃ ১৬৫০ চনত চুনৱাল কোলিসকলে আহমদাবাদৰ পশ্চিমৰ গাওঁবোৰত লুণ্ঠন চলাইছিল। 

১৭।উত্তৰাধিকাৰী যুদ্ধত কাক সংকটত পেলাইছিল?

উত্তৰঃ উত্তৰাধিকাৰী যুদ্ধত ঔৰংজেৱক সংকটত পেলাইছিল।

১৮। ঔৰংজেৱেও শিৱাজীক কি ৰজা হিচাবে মানি লৈছিল?

উত্তৰঃ ঔৰংজেৱেও শিৱাজীক স্বাধীন ৰজা হিচাবে মানি লৈছিল। 

১৯। অসংখ্যা মোগল সৈনিক কি মুখত পৰিছিল?

উত্তৰঃ অসংখ্যা মোগল সৈনিক মৃত্যু মুখত পৰিছিল।

২০। কিমান খৃঃত আহোম আৰু মোগলৰ মাজত শান্তি চুক্তি সম্পাদিত হৈছিল?

উত্তৰঃ ১৬৬২ খৃঃত আহোম আৰু মোগলৰ মাজত শান্তি চুক্তি সম্পাদিত হৈছিল।



Type- Parina Hazarika





Post ID: DABP001723