শিক্ষাৰ উদাৰীকৰণ, ব্য়ক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্ৱায়ন

দ্বিতীয় অধ্য়ায় 

প্ৰশ্নাৱলী

I. অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of very short answer)


১। উদাৰীকৰণ মানে কি? 

What is meant by liberalisation?

উত্তৰঃ


২। LPG ৰ সম্পূর্ণ গঢ়টো লিখা। 

Write the full form of LPG.

উত্তৰঃ


৩। উদাৰীকৰণৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

Mention one feature of liberalisation.

উত্তৰঃ


৪। বিশ্বায়ন বুলিলে কি বুজা?

What is meant by globalistion.

উত্তৰঃ


৫। 'Wealth of Nations' গ্ৰন্থৰ ৰচক কোন? 

Who is the author of the book 'Wealth of Nations"?

উত্তৰঃ


৬। বিশ্বায়নৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 

Mention one feature of globalisation.

উত্তৰঃ


৭। ব্যক্তিগতকৰণৰ সংজ্ঞা দিয়া।

Define privatisation.

উত্তৰঃ


৮। শিক্ষা ব্যক্তিগতকৰণৰ এটা উদ্দেশ্য লিখা। 

Write one objective of privatisation of education.

উত্তৰঃ


৯। শিক্ষা ব্যক্তিগতকৰণৰ এটা সবল দিশ উল্লেখ কৰা। 

Mention one strong point of privatisation of education. 

উত্তৰঃ


১০। PPP ৰ সম্পূৰ্ণ গঢ়টো লিখা।

Write the full form of PPP.

উত্তৰঃ


১১। শিক্ষাত ৰাজহুৱা ব্যক্তিগত অংশীদাৰত্বৰ এটা আৰ্হি উল্লেখ কৰা।

 Mention one model of public-private partnership in education.

উত্তৰঃ


১২। শিক্ষাৰ মূলধন ব্যয় কি?

 What is capital cost of education.

উত্তৰঃ


II. চমু উত্তৰৰ প্ৰশ্ন (Questions of Short answers)

১। উদাৰীকৰণৰ ধাৰণা ব্যাখ্যা কৰা।

Explain the concept of liberalisation.

উত্তৰঃ


২। উদাৰীকৰণৰ বৈশিষ্ট্যবোৰ লিখা।

 Write the characteristics of liberalisation.

উত্তৰঃ


৩। উদাৰীকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। 

Write about the needs of liberatisation.

উত্তৰঃ


৪। ব্যক্তিগতকৰণৰ ধাৰণা ব্যাখ্যা কৰা।

Explain the concept of privatisation.

উত্তৰঃ


৫। শিক্ষা ব্যক্তিগতকৰণৰ উদ্দেশ্যসমূহ লিখা।

Write the objectives of privatisation of education.

উত্তৰঃ


৬। শিক্ষাৰ ব্যক্তিগতকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাবোৰ কি কি?

 What are the steps to be taken regarding privatisation of education?

উত্তৰঃ


৭। বিশ্বায়নৰ ধাৰণা বর্ণনা কৰা।

Describe the concept of globalisation.

উত্তৰঃ


৮। বিশ্বায়নৰ গুৰুত্বৰ বিষয়ে লিখা।

portance of globalisation.

উত্তৰঃ


৯। বিশ্বায়নৰ দুটা কাৰণ বৰ্ণনা কৰা।

Illustrate two causes of globalisation.

উত্তৰঃ


১০। শিক্ষাত ৰাজহুৱা ব্যক্তিগত অংশীদাৰত্বৰ গুৰুত্বৰ বিষয়ে লিখা। 

Write about the importance of public-private partership in education.

উত্তৰঃ


১১। শিক্ষাত ৰাজহুৱা ব্যক্তিগত অংশীদাৰত্বৰ বৈশিষ্ট্যবোৰ লিখা।

Write the characteristics of public-private partnership in education.

উত্তৰঃ


১২। শৈক্ষিক বিনিয়োগৰ প্ৰকৃতিৰ বিষয়ে লিখা।

Write about the nature of educational investment. 

উত্তৰঃ


III. দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answer)

১। উদাৰীকৰণ কি? উদাৰীকৰণৰ বৈশিষ্ট্যবোৰ লিখা।

What is liberalisation? Write the characteristics of liberalisation.

উত্তৰঃ


২। শিক্ষাৰ ওপৰত উদাৰীকৰণৰ প্ৰভাৱ বৰ্ণনা কৰা। 

Describe the impact of liberalisation on education.

উত্তৰঃ


৩। বিশ্বায়ন কি? ইয়াৰ বৈশিষ্ট্যবোৰ লিখা।

What is globalisation? Write its characteristics.

উত্তৰঃ


৪। শিক্ষাৰ ওপৰত বিশ্বায়নৰ প্ৰভাৱ আলোচনা কৰা।

Discuss the impact of globalisation on education.

উত্তৰঃ


৫। শিক্ষা ব্যক্তিগতকৰণ মানে কি? ইয়াৰ উদ্দেশ্যবোৰ লিখা।

vatisation of education? Write its objectives.

উত্তৰঃ


৬। শিক্ষাৰ ওপৰত ব্যক্তিগতকৰণৰ ইতিবাচক আৰু নেতিবাচক প্রভাৱবোৰ লিখা। 

To Write the positive and negative impact of privatisation on education.

উত্তৰঃ


৭। শিক্ষাত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰত্বৰ বিষয়ে বর্ণনা কৰা। 

Describe about public-private partnership in education.

উত্তৰঃ


৮। শিক্ষাক তুমি বিনিয়োগ বুলি ভাবানে? ব্যাখ্যা কৰা। 

Do you consider education as investment? Explain.

উত্তৰঃ

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Question Type By- Bikash Bora 


Post ID: DABP001834