তৃতীয় অধ্যায়

আঞ্চলিক ৰাজনীতিৰ আৰ্হি


১। কিমান খৃঃত আকবৰৰ দ্বাৰা প্ৰথম বৈবাহিক মিত্ৰতা সম্পন্ন কৰিছিল?

উত্তৰঃ ১৫৬২ খৃঃত আকবৰৰ দ্বাৰা প্ৰথম বৈবাহিক মিত্ৰতা সম্পন্ন কৰিছিল।

২। আকবৰে প্ৰথমতে কিহৰ বিৰুদ্ধে অভিযান প্ৰেৰণ কৰিছিল?

উত্তৰঃ আকবৰে প্ৰথমখন আহমদনগৰৰ বিৰুদ্ধে অভিযান প্ৰেৰণ কৰিছিল।

৩। ১৫৯১ খৃঃৰ বোহাংখেদ যুদ্ধত কাৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৫৯১ খৃঃৰ বোহাংখেদ যুদ্ধত জামাল খানৰ মৃত্যু হৈছিল।

৪। আকবৰৰ কোনটো নীতিয়ে বাজপুতসকলৰ মুছলমানৰ ওচৰ চপাই আনিছিল?

উত্তৰঃ আকবৰৰ ৰাজপুত নীতিয়ে ৰাজপুতসকলৰ মুছলমানৰ ওচৰ চপাই আনিছিল।

৫। জাহাঙ্গী এজন কি আছিল?

উত্তৰঃ জাহাঙ্গী এজন মহান কূটনীতিবিদ আছিল।

৬। আকবৰে প্ৰথমতে কাৰ বিৰুদ্ধে অভিযান প্ৰেৰণ কৰিছিল?

উত্তৰঃ আকবৰে প্ৰথমতে আহমদনগৰৰ বিৰুদ্ধে অভিযান প্ৰেৰণ কৰিছিল। 

৭। ৰাজকুমাৰ কেনেকুৱা লেক আছিল?

উত্তৰঃ ৰাজকুমাৰ আকবৰ উদাৰ দৃষ্টিভংগা লোক আছিল। 

৮। মাৰৱাৰৰ ৰাথোড়সকলে পৰৰ্ৱতী কিমান বছৰ মোগলৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছিল?

উত্তৰঃ মাৰৱাৰৰ ৰাথোড়সকলে পৰৰ্ৱতী ৩০ বছৰ মোগলৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছিল।

৯। মুছলমান ৰাজবংশৰ দ্বাৰা শাসিত ৰাজ্য কেইখনৰ নাম কি ?

উত্তৰঃ মুছলমান ৰাজবংশ দ্বাৰা শাসিত ৰাজ্য কেইখনৰ নাম হ'ল- আহমদনগৰ, বেৰাৰ, বিদাৰ, বিজাপুৰ, আৰু গোলাকুণ্ডা।

১০। কিমান খৃঃত গোলাকুণ্ডা স্বাধীন হৈছিল?

উত্তৰঃ ১৫৮ খৃঃত গোলাকুণ্ডা স্বাধীন হৈছিল। 

১১। উদয়পুৰ চুক্তি চৰ্তৰ ওপৰত মন্তব্য দি কোনে মন্তব্য কৰিছিল?

উত্তৰঃ উদয়পুৰ চুক্তি চৰ্তৰওপৰত মন্তব্য দি লেনপোলে মন্তব্য কৰিছিল।

১২। আহমদনগৰ চুলতানী ৰাজ্য প্ৰথম কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ আহমদনগৰ চুলতানী ৰাজ্য প্ৰথম মালিক আহমেদ নিজাম শ্বাসে প্ৰতিষ্ঠা কৰিছিল।

১৩। কাৰ ১৫৫৩ খৃঃত আহমদনগৰত মৃত্যু হৈছিল?

উত্তৰঃ বুৰহান শ্বাহৰ ১৫৫৩ থৃঃত আহমদগৰত মৃত্যু হৈছিল।

১৪।মোগলৰ বহিষ্কাৰ কৰিবলৈ কিমান আশ্বাৰোহী বাহিনীলৈ অভিযান আৰম্ভ কৰিছিল?

উত্তৰঃ মোগলৰ বহিষ্কাৰ কৰিবলৈ ৫০,০০০ আশ্বাৰোহী বাহিনীলৈ অভিযান আৰম্ভ কৰিছিল।

১৫। কাৰ ৰাজত্বকালত দাক্ষিনাত্য নীতিৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন হৈছিল?

উত্তৰঃ ছাহজানৰ ৰাজত্বকালত দাক্ষিনাত্য নীতিৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন হৈছিল।

১৬। আহমদনগৰৰ কিমান পৰগনা দিয়া হৈছিল?

উত্তৰঃ আহমদৰগৰৰ ৫০ পৰগনা দিয়া হৈছিল। 

১৭। ১৪ লাখ টকাৰ ৰাজহ আদায় হোৱা প্ৰতিবেশী অঞ্চলটোক কাক এৰি দিয়া হৈছিল?

উত্তৰঃ ১৪ লাখ টকাৰ ৰাজহ আদায় হোৱা প্ৰতিবেশী অঞ্চলটোক মোগলক এৰি দিয়া হৈছিল।

১৮। ১৯৫৬ খৃঃত কাৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯৫৬ খৃঃত আদিল ছাহৰ মৃত্যু হৈছিল।

১৯। দেক্কান কেইখন চুলতান শাসিত ৰাজ্যৰ ভিতৰত বিদাৰ সকলোতকৈ সৰু ৰাজ্য?

উত্তৰঃ দেক্কান পাঁচখন চুলতান শাসিত ৰাজ্যৰ ভিতৰত বিদাৰ সকলোতকৈ সৰু ৰাজ্য।

২০। শিৱাজীয়ে দ্বিতীয়বাৰ চুৰাট লুণ্ঠন কৰি কিমান টকাৰ সামগ্ৰী লাভ কৰিছিল?

উত্তৰঃ শিৱাজীয়ে দ্বিতীয়বাৰ টুৰাট লুণ্ঠান কৰি ৬৬ লাখ টকাৰ সামগ্ৰী লাভ কৰিছিল।



Type- Parina Hazarika





Post ID: DABP001745