শিক্ষাৰ্থীৰ লগত সম্পৰ্কিত বিচাৰ্য বিষয়সমূহ 

তৃতীয় অধ্য়ায়

অনুশীলনী 

I. অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of very short Answers)

১। উচ্ছৃংখলতা মানে কি? 

What is meant by Unrest?

উত্তৰঃ


২। সামূহিক অসন্তুষ্টি মানে কি? 

What is meant by collective Discontent?

উত্তৰঃ


৩। যুৱ উচ্ছৃংখলতাৰ এটা কাৰণ লিখা?

 Write one cause of Youth Unrest?

উত্তৰঃ


৪। যুৱ উচ্ছৃংখলতাৰ এটা প্ৰকাৰ লিখা? 

Write one types of Youth Unrest.

উত্তৰঃ

৫। যুৱ উচ্ছৃংখলতাত আত্ম অনুশাসনৰ ভূমিকা কি? 

What is the role of self-discipline in Youth Unrest?

উত্তৰঃ

৬। যুৱ উচ্ছৃংখলতা ৰোধ কৰাৰ এটা উপায় লিখা। 

Wrtie one means of controlling youth Unrest?

উত্তৰঃ

৭। বিদ্যায়তনিক চৌহদৰ উচ্ছৃংখলতা মানে কি? 

What is meant by campus Distrubance?

উত্তৰঃ


৮। বিদ্যায়তনিক চৌহদ উচ্ছৃংখলতাৰ এটা কাৰণ লিখা। 

Write one cause of Campus Disturbance?

উত্তৰঃ


৯। বিদ্যায়তনিক চৌহদ উচ্ছৃংখলতাত প্ৰভাৱ পেলোৱা এটা বিদ্যালয়জনিত কাৰক লিখা ?

 Write one school factor that influence campus Distrubance?

উত্তৰঃ


১০। বিদ্যায়তনিক চৌহদৰ উচ্ছৃংখলতা ৰোধ কৰাৰ এটা উপায় লিখা।

Write one means of controlling campus Disturbance?

উত্তৰঃ


১১। 'Anxiety' শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে?

From which language the word 'Anxiety' is originated?

উত্তৰঃ


 ১২। 'Angere' শব্দটোৰ অৰ্থ কি?

What is the meaning of the word 'Angere"?

উত্তৰঃ


১৩। পৰীক্ষা উদ্বীগ্নতাৰ যিকোনো এটা লক্ষণ উল্লেখ কৰা। 

Mention anyone symptoms of examination anxiety.

উত্তৰঃ


১৪। ছদ্মবেশী নিৱনুৱাৰ এটা উদাহৰণ দিয়া।

Give an example of disguised unemployment.

উত্তৰঃ


১৫। 'SVAYEM' ৰ সম্পূৰ্ণ ৰূপটো কি?

What is the full form of 'SVAYEM'?

উত্তৰঃ


১৬। ভাৰতত নিৱনুৱা পৰিমাপনৰ যিকোনো এটা পদ্ধতি উল্লেখ কৰা।

 Mention any one method of measuring unemployment in India.

উত্তৰঃ


II. চমু উত্তৰৰ প্ৰশ্ন (Questions of short Answers)

১। যুৱ উচ্ছৃংখলতা বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?

What do you mean by youth Unrest? What are the characteristics of Youth Unrest?

উত্তৰঃ


২। যুৱ উচ্ছৃংখলতাৰ পাঁচটা কাৰণ লিখা। 

Write five causes of youth Unrest?

উত্তৰঃ


৩। যুৱ উচ্ছৃংখলতাৰ ক্ষেত্ৰত চাপ গণ মাধ্যমৰ ভূমিকা সম্বন্ধে ব্যাখ্যা কৰা। 

Describe the role of mass media in youth unrest.

উত্তৰঃ


৪। বিদ্যায়তনিক চৌহদ উচ্ছৃংখলতাত প্ৰভাৱ পেলোৱা বিভিন্ন কাৰক সমূহ কি কি? 

What are the factors that influence in campus disturbance?

উত্তৰঃ


৫। বিদ্যায়তনিক চৌহদ উচ্ছৃংখলতাত নির্দেশনা আৰু পৰামৰ্শদানৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা।

Describe the needs of guidance and counselling in campus Disturbance.

উত্তৰঃ


৬। চমুটোকা লিখা : Write short Notes 

(i) যুৱ উচ্ছৃংখলতা আৰু অভিভাৱকৰ ভূমিকা 

Youth Unrest and Role of Parents.

উত্তৰঃ


(ii) বিদ্যায়তনিক চৌহদ উচ্ছৃংখলতা আৰু বিদ্যালয়ৰ ভূমিকা

 Campus Disturbance and Role of School.

উত্তৰঃ


(ii) বিদ্যায়তনিক চৌহদ উচ্ছৃংখলতা আৰু সম্প্ৰদায়ৰ ভূমিকা 

Campus Disturbance and Role of community.

উত্তৰঃ


(iv) যুৱ উচ্ছৃংখলতা আৰু শিক্ষিত নিৱনুৱা সমস্যাৰ সম্পৰ্ক

 Relation between youth unrest and problem of educated unemployment.

উত্তৰঃ


৭। পৰীক্ষা উদ্বীগ্নতা বুলিলে কি বুজা? 

What do you mean by examination anxiety?

উত্তৰঃ


৮। পৰীক্ষা উদ্বীগ্নতাৰ দুটা কাৰণ লিখা।

 Write two causes of examination anxiety.

উত্তৰঃ


৯। পৰীক্ষাৰ উদ্বীগ্নতা নিৰাময়ৰ দুটা উপায় উল্লেখ কৰা। 

Mention two remdial measures of examination anxiety.

উত্তৰঃ


১০। ভাৰতত নিৱনুৱাৰ প্ৰধান ভাগ দুটা কি কি? 

What are the two major types of unemployment in India?

উত্তৰঃ


১১। নিৱনুৱা কি?

What is unemployment?

উত্তৰঃ


১২। ঋতুজ নিৱনুৱা বুলিলে কি বুজা?

 What do you mean by seasonal enemployment?

উত্তৰঃ


১৩। শিক্ষিত নিৱনুৱাৰ অৰ্থ কি? 

What is the meaning of educated unemployment?

উত্তৰঃ


১৪। CMIE কি?

What is CMIE?

উত্তৰঃ


১৫। টেকা লিখাঃ Write notes on :

 (ক) গ্রাম্য নিৱনুৱা

Rural unemployment.

উত্তৰঃ


(খ) অসমত নিৱনুৱা সমস্যা

Problem of Unemployment in Assam. 

উত্তৰঃ


(গ) পৰীক্ষাৰ উদ্বীগ্নতা আৰু অভিভাৱকৰ ভূমিকা

Examination anxiety and role of parents.

উত্তৰঃ


১৬। পৰীক্ষাৰ বাবে নূন্যতম মানসিক চাপ প্রয়োজন বুলি তুমি ভবানে? যদি ভবা, কিয়? 

Do you think minimum level of stress is important for exam? If yes, why?

উত্তৰঃ


III. দীঘল উত্তৰৰ প্ৰশ্ন (Questions of long Answers)

১। ভাৰতবৰ্ষত যুৱ উচ্ছৃংখলতাৰ কাৰণ আৰু প্ৰতিকাৰ সমূহ সম্বন্ধে বর্ণনা কৰা? 

Describe about the causes and remindies of youth unrest in India?

উত্তৰঃ


২। বিদ্যায়তনিক চৌহদ উচ্ছৃংখলতা বুলিলে কি বুজা? বিদ্যায়তনিক চৌহদ উচ্ছৃংখলতাৰ কাৰণ সমূহৰ বিষয়ে বহলাই লিখা।

What do you mean by campus disturbance? Write elaborately about the causes of campus disturbance.

উত্তৰঃ


৩। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিদ্যায়তনিক চৌহদ উচ্ছৃংখলতা দূৰ কৰাৰ ক্ষেত্ৰত ল'বলগীয়া প্ৰতিকাৰ সমূহ সম্বন্ধে বহলাই লিখা। 

Write eleborately about the remedies to be taken remove the campus disturbance in Indian context.

উত্তৰঃ


৪। চৰকাৰে ভাৰতবৰ্ষত বিদ্যায়তনিক চৌহদৰ উচ্ছৃংখলতা ৰোধ কৰাৰ ক্ষেত্ৰত কি কি উপায় অৱলম্বন কৰা উচিত? তোমাৰ মতামত আগবঢ়োৱা। 

What are the ways to be adopt by the government to controll the campus disturbance in India. Give your opinion. 

উত্তৰঃ


৫। পৰীক্ষাৰ উদ্বীগ্নতা কি? পৰীক্ষা উদ্বীগ্নতাৰ বিভিন্ন কাৰণবোৰৰ বিষয়ে আলোচনা কৰা। 

What is examination anxiety? Discuss about the various causes of examination anxiety.

উত্তৰঃ


৬। পৰীক্ষা উদ্বীগ্নতাৰ প্ৰতিকাৰবোৰ ব্যাখ্যা কৰা। 

Explain the remedial measures of examination anxiety.

উত্তৰঃ


৭। ভাৰতত নিৱনুৱাৰ বিভিন্ন প্ৰকাৰবোৰৰ বিষয়ে আলোচনা কৰা। 

Discuss about the types of unemployment in India.

উত্তৰঃ


৮। শিক্ষিত নিৱনুৱাৰ কাৰণবোৰ কি কি? শিক্ষিত নিৱনুৱাৰ সমস্যাটো আঁতৰ কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা। 

What are the causes of educated unemployment? Suggest remedial measures for removing the problem of educated unemployment.

উত্তৰঃ


৯। টোকা লিখা doll Write notes on

(ক) শিক্ষিত নিৱনুৱাৰ প্ৰভাৱ।

Effects of educated unemployment.

উত্তৰঃ


(খ) শিক্ষিত নিৱনুৱাৰ সমস্যা নিৰাময়ৰ এক উপায় হিচাপে আধুনিক কৃষি পদ্ধতি। 

Modernized agriculture as a remedial measures of educated unemployment.

উত্তৰঃ


(গ) শিক্ষিত নিৱনুৱাৰ সমস্যাৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ সম্ভাৱনীয়তা। 

Prospect of technology with special reference to educated unemployment.

উত্তৰঃ


১০। ভাৰতীয় প্রেক্ষাপটত শিক্ষিত নিৱনুৱাৰ সমস্যাটো সমাধান কৰাৰ দিশত চৰকাৰে কেনেধৰণৰ পদক্ষেপবোৰ লোৱা উচিত? মতামত আগবঢ়োৱা ৷ 

What necessury steps should be taken by the government for solving the problem of educated unemployment in Indian context? Give your opinions.

উত্তৰঃ

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)













Question Type By- Bikash Bora 


Post ID: DABP001837