পাৰিপাৰ্শ্বিক শিক্ষা আৰু জনসংখ্য়া শিক্ষা 

চতুৰ্থ অধ্য়ায় 

প্রশ্নাৱলী

I. অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of very short Answers) 

১। পাৰিপাৰ্শ্বিক শিক্ষা কি?

What is Environmental Education?

উত্তৰঃ


২। পৰিবেশ অৱনমনৰ এটা কাৰণ লিখা। 

Write one cause of environmental degradation.

উত্তৰঃ


৩। বহনক্ষম উন্নয়ন মানে কি? 

What is Sustainable Development?

উত্তৰঃ


৪। গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা কাৰণ লিখা। 

Write one cause of Global Warming.

উত্তৰঃ


৫। অ'জন অৱক্ষয় ৰোধ কৰাৰ এটা উপায় লিখা।

 Write one means of controlling Ozone depletion.

উত্তৰঃ


৬। শব্দ প্ৰদূষণ মানে কি? 

What is meant by noise pollution?

উত্তৰঃ


৭। জল প্ৰদূষণৰ এটা কাৰণ লিখা?

 Write one cause of water pollution?

উত্তৰঃ


৮। বহনক্ষম উন্নয়ন মানে কি?

What is meant by sustainable development?

উত্তৰঃ


৯। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ এটা ভূমিকা লিখা।

Write one role of Government in environmental Protection. 

উত্তৰঃ


১০। জনসংখ্যা বিস্ফোৰণ মানে কি?

What is meant by population explosion?

উত্তৰঃ


১১। জনসংখ্যা বিস্ফোৰণৰ এটা পৰিণাম লিখা। 

Write one consequence of population explosion.

উত্তৰঃ


১২। জনসংখ্যা শিক্ষা বুলিলে কি বুজা?

What is meant by Population Education?

উত্তৰঃ


II. চমু উত্তৰৰ প্ৰশ্ন (Questions of short Answers) 

১। গোলকীয় উষ্ণতা বৃদ্ধি বুলিলে কি বুজা?

What do you mean by Global Warming?

উত্তৰঃ


২। গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণাম ৫ টা লিখা। 

Wrtie five consequences of Global Warming.

উত্তৰঃ


৩। পৰিৱেশ প্ৰদূষণৰ প্ৰকাৰ সমূহৰ বিষয়ে আলোচনা কৰা।

Discuss about the types of environmental Pollution.

উত্তৰঃ


৪। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গণ মাধ্যমৰ ভূমিকা সম্বন্ধে ব্যাখ্যা কৰা। 

Describe the role of mass-media in environmental Protection.

উত্তৰঃ


৫। জনসংখ্যা বিস্ফোৰণৰ ৫ টা কাৰণ লিখা। 

Write five causes of Population explosion.

উত্তৰঃ


৭। চমুটোকা লিখাঃ Write short Notes :

(i) গোলকীয় উষ্ণতা বৃদ্ধি।

Global Warming.

উত্তৰঃ


(ii) অ'জন কমি অহা। 

Ozone Depletion.

উত্তৰঃ


(iii) পৰিৱেশ প্ৰদূষণ আৰ মানৱ জীৱন।

Environmental Pollution and Human Life.

উত্তৰঃ


(iv) বহনক্ষম উন্নয়নৰ ধাৰণা।

Concept of Sustainable Development. 

উত্তৰঃ


(v) পৰিৱেশ সংৰক্ষণত বেচৰকাৰী সংগঠনৰ ভূমিকা।

Role of Non-Governmental Organization (NGO's) in Environmental Protection.

উত্তৰঃ


(vi) নিৰক্ষৰতা আৰু জনসংখ্যা বৃদ্ধিৰ সম্বন্ধ। 

Relation between illiteracy and Population explosion.

উত্তৰঃ


III. দীঘল উত্তৰৰ প্রশ্ন (Questions of long Answers)

১। অ'জন হ্ৰাসৰ পৰিণামসমূহ তথা ইয়াক প্ৰতিৰোধ কৰাৰ উপায় সমূহ কি কি বর্ণনা কৰা।

Describe the effect of ozone depletion and also the means of controlling ozone depletion.

উত্তৰঃ


২। বহনক্ষম উন্নয়ন মানে কি? বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত পৰিৱেশ শিক্ষাৰ ভূমিকা সমূহ সম্বন্ধে আলোচনা কৰা?

What is meant by sustainable development? Discuss about the roles of environmental education in sustainable development?

উত্তৰঃ


৩। পৰিৱেশ সংৰক্ষণ আৰু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত মহিলাসকলৰ ভূমিকা সম্বন্ধে বর্ণনা কৰা। 

Describe about the role of women in environmental Protection and Prevention.

উত্তৰঃ


৪। জনসংখ্যা বিস্ফোৰণ বুলিলে কি বুজা? জনসংখ্যা বিস্ফোৰণৰ কাৰণ আৰু ইয়াৰ পৰিণাম সমূহৰ বিষয়ে বহলাই লিখা।

What do you mean by population explosion? Write elaborately about the causes and consequences of population explosion.

উত্তৰঃ


৫। জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জনসংখ্যা শিক্ষাৰ গুৰুত্ব সম্বন্ধে আলোচনা কৰা।

 Discuss about the importance of population education in population control.

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Question Type By- Bikash Bora 



Post ID: DABP001838