Chapter 23
জগদীশ চন্দ্ৰ মুখী
👉Online Exam Click Here
👉Download Book PDF
১। শ্ৰীবসুৰ সম্পূৰ্ণ নামটো কি?
উত্তৰঃ শ্ৰীবসুৰ সম্পূৰ্ণ নামটো জগদীশ চন্দ্ৰ বসু।
২। বসুৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল?
উত্তৰঃ জগদীশ বসুৰ জন্ম ৩০ নবেম্বৰ ১৮৫৮ খ্ৰীতঃ বঙ্গৰ ঢাকা জিলীৰ ৰাঢ়ীখাল নামৰ সৰু গাঁও এখনত হৈছিল।
৩। বসুৱে কিয় বিনা বেতনে তিনিবছৰ কাল চাকৰি কৰিছিল?
উত্তৰঃ শিক্ষা গ্ৰহণ কৰি জগদীশ বসু ভাৰতলৈ উভতি আহিল। কলকাতাৰ প্ৰেছিডেন্সি কলেজত তেওঁ ভৌতিক বিজ্ঞানৰ অধ্য়াপক হিচাপে কাম কৰিবলৈ ল'লে। সেই সময়ত ইংৰাজ সকলে ভাৰতীয়ৰসকলক কম বেতন দি কাম কৰোৱাইছিল। বসুৱে ইয়াৰ বিৰোধিতা কৰি কৈছিল一 "দিয়ে যদি সমান বেতন দিয়ক নহ'লে বেতন গ্ৰহণ নকৰো। এই কাম ভাৰতীয়ৰ বাবে অপমানজনক কথা, ইয়াক কোনোমতে সহ্য় কৰা নহ'ব।"সঁচাকৈয়ে দেশভক্তিৰ বাবে তেওঁঁৰ ভাবনা। কিমান গভীৰ আছিল। সেই কাৰণে তিনিবছৰলৈকে তেওঁ বেতন নোহোৱাকৈ কাম কৰ গৈছিল।
৪। বসুৰ ঘৰুৱা আৰ্থিক অৱস্থা কেনেকুৱা আছিল?
উত্তৰঃ বসুৰ ঘৰুৱা আৰ্থিক অৱস্থা তিনিবছৰ তেওঁলোকৰ ঘৰৰ ভীৰ্ষণ আৰ্থিক সংকটত ভুগিছিল।
৫। বসুৰ জন্মৰ সময়ত বসুৰ দেউতাকে কি চাকৰি কৰিছিল?
উত্তৰঃ বসুৰ জন্মৰ সময়ত বসুৰ দেউতাক ফদীৰপুৰ জিলাত ডেপুটি কালেক্টৰ আছিল।
৬। বসুৰ মৃত্য়ু কিমান চনত হৈছিল?
উত্তৰঃ ১৯৩৬ চনৰ ২৩ নবেম্বৰত বসুৰ মৃত্য়ু হৈছিল।
Type- Ankur Moni Nath
Check by - Mukesh Borah