বহু সাংস্কৃতিক সিক্ষা আৰু বিকল্প শিক্ষা

অধ্য়ায় পঞ্চম

প্ৰশ্নাৱলী

I. অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of very short Answers)

১। বহু সাংস্কৃতিক শিক্ষাৰ এটা সংজ্ঞা দিয়া।

Give a defination of multi-cutlure education.

উত্তৰঃ


২। ভাৰতবৰ্ষক কোনে 'Ethnological Museum' হিচাপে আখ্যায়িত কৰিছিল? 

Who named India as 'Ethnological Museum'?

উত্তৰঃ


৩। বিকল্প শিক্ষাৰ যিকোনো এটা উদ্দেশ্য লিখা। 

Write any one objective of alternative education.

উত্তৰঃ


৪। SWAYAM ৰ সম্পূৰ্ণ ৰূপটো কি?

What is the full form of SWAYAM?

উত্তৰঃ


৫। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? 

In which year Indira Gandhi National Open University was established? 

উত্তৰঃ


৬। ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ক কেতিয়াৰ পৰা ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্রতিষ্ঠান হিচাপে জনা যায়?

From which year, National Open Schooling is known as National Institute of Open Schooling?

উত্তৰঃ


৭। কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আৰম্ভ কৰা সামূহিক অঁনাতাৰ কেন্দ্ৰটোৰ নাম কি? 

What is the name of Community Radio Centre started by Krishna Kanta Handique state Open University?

উত্তৰঃ


৮। SWAYAM PRABHA ৰ সৈতে কিমানটা ডি. টি. এইছ চেনেল সংযুক্ত হৈ আছে? 

How many D.T.H. Channels are associated with SWAYAM PRABHA?

উত্তৰঃ


৯। 'NAME' ৰ সম্পূৰ্ণ ৰূপটো কি? 

What is the fully form of 'NAME'?

উত্তৰঃ


১০। বিকল্প শিক্ষাৰ যিকোনো এটা অভিকৰণ উল্লেখ কৰা। 

Mention any one agency of Alternative education.

উত্তৰঃ


II. চমু উত্তৰৰ প্ৰশ্ন (Questions of Short answers)

১। বহু সাংস্কৃতিক শিক্ষাৰ যিকোনো দুটা বৈশিষ্ট্য লিখা।

Write any two characteristics of multicultured education.

উত্তৰঃ


২। Mooc ৰ দুটা উদ্দেশ্যে লিখা। 

Write two objective of Mooc.

উত্তৰঃ


৩। বিকল্প শিক্ষা বুলিলে কি বুজা?

What do you mean by Alternative education?

উত্তৰঃ


৪। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা পদ্ধতিৰ বিষয়ে লিখা। 

Write briefly about Krishna Kanta Handique state Open University.

উত্তৰঃ


৫। 'Mooc' কি? 

What is 'Mooc'?

উত্তৰঃ


৬। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা।

Discuss about the role of Indira Gandhi National Open University in higher education.

উত্তৰঃ


৭। 'NAME' ৰ দ্বাৰা উল্লেখিত বহু সাংস্কৃতিক শিক্ষাৰ সুবিধাবোৰ কি কি? 

What are the advantages of multicultural education as mentioned by 'NAME'?

উত্তৰঃ


৮। বহু সাংস্কৃতিক শিক্ষাৰ যাত্ৰা সমূহৰ বিষয়ে ব্যাখ্যা কৰা।

Explain about the dimensions of multicultural education.

উত্তৰঃ


৯। প্রাপ্ত বয়স্ক শিক্ষাৰ প্ৰকৃতি বর্ণনা কৰা।

Describe about the nature of adult education. 

উত্তৰঃ


১০। বর্তমান সময়ত বিকল্প শিক্ষা কিয় প্রয়োজনীয়? বৰ্ণনা কৰা।

Why alternative education is important in present day? Explain. 

উত্তৰঃ


১১। চমুটোকা লিখা (Write short notes on )

(ক) SWAYAM PRABHA

উত্তৰঃ


(খ) সাক্ষৰ ভাৰত মিছন

Shakshar Bharat Mission.

উত্তৰঃ


(গ) বিকল্প শিক্ষাৰ উপায় হিচাপে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। 

Krishna Kanta Handique State Open University as a means of alternative education.

উত্তৰঃ


(ঘ) বহু সাংস্কৃতিক শিক্ষাৰ পাঠ্যক্ৰম. 

Curriculum of Multicultural education.

উত্তৰঃ


III. দীঘলীয়া প্রশ্ন (Long Question)

১। “বহু সাংস্কৃতিক সমাজৰ বাবে বহু সাংস্কৃতিক শিক্ষা অতি গুৰুত্বপূৰ্ণ”—ভাৰতীয় প্ৰেক্ষাপটত ইয়াৰ প্ৰাসংগকিতা সম্পর্কে আলোচনা কৰা। 

"Multicultural education is most important for a multi-cultural society"-Discuss its relevance in India Contex.

উত্তৰঃ


২। ভাৰতৰ বহু সাংস্কৃতিক শিক্ষাৰ সমস্যাবোৰ আলোচনা কৰি সমাধানৰ পৰামৰ্শ আগবঢ়োৱা। 

Discuss about the problems of multi-cultural education in India and provide suggestions.

উত্তৰঃ


৩। Massive open online course ৰ সুবিধা আৰু অসুবিধাবোৰ ব্যাখ্যা কৰা। 

Explain the advantages and disadvantages of Massive Open online course.

উত্তৰঃ


৪। 'SWAYAM' কি? বর্তমান সমাজত ইয়াৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰা। 

What is 'SWAYAM'? Discuss its relevance in present society.

উত্তৰঃ


৫। বিকল্পা শিক্ষাৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আলোচনা কৰা ৷ 

Discuss about different types of Alternative education.

উত্তৰঃ


৬। বহু সাংস্কৃতিক শিক্ষাৰ উপায় বা কৌশলবোৰ ব্যাখ্যা কৰা। 

nislaxa Discuss about ways and straiegies of Multicultural education.

উত্তৰঃ


৭। বহু সাংস্কৃতিক শিক্ষাৰ লগত জৰিত বিভিন্ন বিষয় আৰু প্ৰত্যাহ্বানবোৰ আলোচনা কৰা। 

Discuss about various issues and challenges of multicultural education.

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Question Type By- Bikash Bora 



Post ID: DABP001840