হৰণ

অধ্যায়ঃ ৬  

অনুশীলনীঃ ৬(খ)


১। হৰণফল উলিওৱাঃ

ক) ৬৩➗৩ = ২১

 খ) ৪৫➗৩ = ১৫

 গ) ৭২➗৮ = ৯

ঘ) ১০৮➗৯ = ১২                       

ঙ) ৮৪➗৭ =  ১২                 

চ) ৮১➗৯ = ৯


=                                

=

=

=


২। ভাগফল আৰু ভাগশেষ উলিওৱাঃ

ক) ২৮ ➗৫                খ) ৭৩➗৮          গ) ১০৬➗৯

ঘ) ৩৬৯➗৭               ঙ) ১৪৪➗৮         চ) ১০০➗৭

ছ) ১০৯➗৩                জ) ৬৭৩➗৮       ঝ) ১৯৮➗৮

ঞ) ১৫০➗৮               ট) ৯২➗৯            ঠ) ৬৭৫➗৬

 
Ans: 
ক) ২৮ ➗৫ = ভাগফল ৫ আৰু ভাগশেষ ৩

খ) ৭৩➗৮ = ভাগফল ৯ আৰু ভাগশেষ ১
          
গ) ১০৬➗৯ = ভাগফল ১১ আৰু ভাগশেষ ৭

ঘ) ৩৬৯➗৭ = ভাগফল ৫২ আৰু ভাগশেষ৫
             
 ঙ) ১৪৪➗৮ =  ভাগফল ১৮ আৰু ভাগশেষ ০   
   
চ) ১০০➗৭ =   ভাগফল ১৪ আৰু ভাগশেষ ২

ছ) ১০৯➗৩ = ভাগফল ৩৬ আৰু ভাগশেষ ১
              
জ) ৬৭৩➗৮ = ভাগফল ৮৪ আৰু ভাগশেষ ১

ঝ) ১৯৮➗৮ = ভাগফল ২৪ আৰু ভাগশেষ ৬

ঞ) ১৫০➗৮ =  ভাগফল ১৮ আৰু ৬ভাগশেষ 
             
ট) ৯২➗৯ = ভাগফল ১০ আৰু ভাগশেষ ২

ঠ) ৬৭৫➗৬ = ভাগফল ১১২ আৰু ভাগশেষ ৩



৩। চুটি নিয়মেৰে হৰণ কৰাঃ
ক) ৪ ➗ ৮৭   

খ) ৫➗১৩০

গ) ৭➗ ৬২৫

ঘ) ৮➗৫৭৩

ঙ) ৯➗৬৭৮

চ) ৩➗৭১২

ছ) ৭➗১৩৯

জ) ৬➗১০৯

ঝ) ৭➗৭৫৩

ঞ) ৭➗৩৫৭

ট) ৯➗৯১

ঠ) ৬➗৩২৪

Ans: 

ক) ৪ ➗ ৮৭  = ২২

খ) ৫➗১৩০ = ২৬

গ) ৭➗ ৬২৫ = ৮৯.২৮

ঘ) ৮➗৫৭৩ = ৭১.৬২

ঙ) ৯➗৬৭৮ = ৭৫.৩৩

চ) ৩➗৭১২ = ২৩৭.৩৩

ছ) ৭➗১৩৯ = ১৯.৮৫

জ) ৬➗১০৯ = ১৮.১৬

ঝ) ৭➗৭৫৩ = ১০৭.৫৭

ঞ) ৭➗৩৫৭ = ৫১

ট) ৯➗৯১ = ১০.১১
  
ঠ) ৬➗৩২৪ = ৫৪


৪। নৰেনৰ দোকানত ২৭ কিল'গ্ৰাম আলু আছে। তিনিজন গ্ৰাহকে সমপৰিমাণে কিনিলে। প্ৰতিজনে কিমান কিল'গ্ৰামকৈ আলু কিনিলে?
Solution:  
নৰেনৰ দোকানত আলু আছিল = ২৭ কিলগ্ৰাম

                          গ্ৰাহক আছিল =৩জন 
                            
  সমপৰিমাণে কিনিলে প্ৰতিজনৰ ভাগত পৰিব = ৯ কিলগ্ৰাম


৫। এখন বিদ্যালয়ত ২৮৩ জন ছাত্ৰ-ছাত্ৰী আছে। ব্যায়ামৰ সময়ত আচাৰ্যই ৮ টা  শাৰীত  ছাত্ৰ-ছাত্ৰীসকলক থিয় হ'বলৈ দিলে। প্ৰতিটো শাৰীত কেইজনকৈ ছাত্ৰ-ছাত্ৰী থাকিব। কেইজন ছাত্ৰ-ছাত্ৰী শাৰীৰ বাহিৰত থাকিব?
Solution:   
বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী আছিল = ২৮৩ জন।
            
                         শাৰী হবলৈ দিলে= ৮ টা।

প্ৰতিটো শাৰীত ছাত্ৰ-ছাত্ৰী থাকিব = ৩৫

৬। ৰাহুলৰ জন্মদিনৰ উপহাৰ হিচাপে ৮ জন বন্ধু-বান্ধবীয়ে ৪৩২ টকাৰ হেমকোষ অভিধান খন উপহাৰ দিলে। উপহাৰটো কিনিবলৈ প্ৰতিজনৰ কিমান টকা খৰচ হ'ল?
Solution:             
            বন্ধু-বান্ধবী আছিল = ৮জন
                    পইচা তুলিলে = ৪৩২ টকা
প্ৰতিজনে টকা দিব লাগিব =  ৫৪ টকা


৭। ১৫৪ ডাল মমবাতিক ৭ টা পেকেটত ভৰালে কিমানটা পেকেট হ'ব?
Solution:
                                   মমবাতি আছিল =১৫৪ ডাল
                                      পেকেট আছিল= ৭ টা
সমানে ভগালে প্ৰতিটো পেকেটত হব  = ২২



৮। এজোপা তামোল গছত ৩২০ টা তামোল আছে। তামোল কেইটা ৪ টা ভাগত ভগালে প্ৰতিটো ভাগত কিমানটা তামোল হ'ব?
Solution: 
   
গছডালত তামোল আছিল = ৩২০ টা

                  ভাগ কৰিব লাগিব = ৪ টা

প্ৰতিটো ভাগতে সমানে পৰিব = ৮০