সময়ৰ ধাৰণা

অধ্যায়ঃ৭

অনুশীলনীঃ৭


১। আজি কি তাৰিখ লিখা।

Ans: আজি মে মাহৰ ৬ তাৰিখ

২। ইংৰাজী মাহবোৰ কোন কেইটা মাহ ৩০ দিনীয়া আৰু কোন কেইটা মাহ ৩১ দিনীয়া।

Ans: এপ্ৰিল, জোন, চেপ্টেম্বৰ, নৱেম্বৰ।

৩। ফ্ৰেব্ৰুৱাৰী মাহ কেতিয়া ২৯ দিনীয়া হয়?

Ans:  প্ৰতি চাৰি বছৰৰ মূৰে মূৰে  লিপ ইয়েৰ হলে ফ্ৰেব্ৰুৱাৰী মাহটো ২৯ দিনীয়া হয়।

৪। মৌচমৰ জন্ম তাৰিখ ২৩-৬-২০১৮।

       ক) ২৩-৬-২০২০ তাৰিখে মৌচমৰ বয়স কিমান হ'ব?

       Ans:  দুবছৰ হ'ব।

       খ) কিমান তাৰিখে মৌচমৰ বয়স ৮ বছৰ হ'ব?

      Ans: ২৩-৬-২০২৬ তাৰিখে মৌচমৰ বয়স কিমান হ'ব।


৫। কেলেণ্ডাৰ চাই উত্তৰ লিখাঃ

ক) কেইটা ৰবিবাৰ আছে?

Ans:  চাৰিটা ৰবিবাৰ আছে।

খ) ২  অক্টোবৰত কি বাৰ পৰিছে?

Ans: ২ অক্টোবৰত শুক্ৰবাৰ পৰিছে।

গ) চতুৰ্থ শনিবাৰ কি তাৰিখ?

Ans:  চতুৰ্থ শণিবাৰ ২৪ তাৰিখ।

ঘ) কেলেণ্ডাৰখনৰ পৰা তলত দেখুওৱাৰ দৰে তাৰিখ কেইটা বৰ্গ আকাৰত লোৱা।

Ans:  


যাদু -১

৮+১৬+২৪=?

১০+১৬+২২=?

১৫+১৬+১৭=?

৯+১৬+২৩=?


Ans: 

৮+১৬+২৪=৪৮

১০+১৬+২২= ৪৮

১৫+১৬+১৭= ৪৮

৯+১৬+২৩= ৪৮


যাদু-২

আটাইকেইটা সংখ্যাৰ যোগফল কিমান ?

৮+৯+১০+১৫+১৬+১৭+২২+২৩+২৪= ১৪৪

প্ৰথম সংখ্যাটোৰ লগত ৯ ৰে পূৰণ কৰি ৭২ যোগ কৰা কি পালা লিখা?

অৰ্থাত (৮x৯)+৭২= ১৪৪

একেবাৰে মাজৰ সংখ্যাটোৰ লগত ৯ পূৰণ কৰি কি পালা লিখা।

অৰ্থাত  ১৬x৯ = ১৪৪

(আটাইকেইটাৰ উত্তৰ একে)


৬। কিমান দিন হ'ব লিখাঃ

ক) ৪ সপ্তাহ                 খ) ৩ সপ্তাহ ২ দিন

গ)৪ সপ্তাহ ৩ দিন         ঘ) ২ মাহ

ঙ) ৪ মাহ                        চ) ১ মাহ ১৫ দিন

ছ) ৩ মাহ ৩ দিন             জ) ২ বছৰ

ঝ) ৩ বছৰ

Ans:

ক) ৪ সপ্তাহ

 =   ২৮ দিন।               

খ) ৩ সপ্তাহ ২ দিন

= ২৩ দিন ।

গ)৪ সপ্তাহ ৩ দিন   

=    ৩১ দিন  ।

ঘ) ২ মাহ

= ৬০ দিন ।

ঙ) ৪ মাহ

=   ১২০ দিন।                     

চ) ১ মাহ ১৫ দিন

= ৪৫ দিন।

ছ) ৩ মাহ ৩ দিন    

=  ৯৩ দিন।       

জ) ২ বছৰ

= ৭৩০ দিন।

ঝ) ৩ বছৰ

= ১০৯৫ দিন।

৭। তলৰ কোনকেইটা বছৰ লিপ ইয়েৰ?

ক) ১৯৮০        খ) ২০০২     গ) ২০২০

ঘ) ২০১০          ঙ) ২০১২

Ans:  

ক) ১৯৮০   

Ans:      

খ) ২০০২ 

Ans:    

গ) ২০২০

Ans:

ঘ) ২০১০

Ans:          

ঙ) ২০১২

Ans: 

৮। কিমান বছৰ হ'ব লিখাঃ

ক) ২৪ মাহ              খ) ৪৮ মাহ

গ) ৩৬৫ দিন           ঘ) ৭৩০ দিন


Ans: 

ক) ২৪ মাহ

Ans: ২ বছৰ।

খ) ৪৮ মাহ

Ans: ৪ বছৰ।

গ) ৩৬৫ দিন  

Ans: ১ বছৰ।   

ঘ) ৭৩০ দিন

Ans: ৬ বছৰ ১০ দিন।