9. তলৰ দশমিক সংখ্যাবোৰক উৰ্দ্ধক্ৰমত সজোৱা ।
(i) 4.369, 43.69, .4369, 436.9, 4369
(ii) 9.72, 9.72913, 9.729, 9.7, 9.7291
(iii) 0.6349, 0.3649, 0.46963, 0.9346, 0.9634
(iv) 12.978, 12.976, 129.76, 1.2976, 12.798
(v) 463.9, 396.4, 69.43, 9.643, 346.9
10. তলৰ দশমিক সংখ্যাবোৰক অধঃক্ৰমত সজোৱা ।
(i) 52.34, 25.34, 35.24, 45.23, 35.42
(ii) 777.7, .7777, 7.777, 77.77, 7777
(iii) 0.7623, 0,6723, 0.2673, 0.3267, 0.6732
(iv) 1.4, 0.978, 12.3, 0.049, 50.5
(v) 3.798, 7.938, 8.973, 9.378, 7.873
11. তলৰ পইছাবোৰ দশমিকৰ সহায়ত টকাত প্ৰকাশ কৰা ।
(i) 35 পইছা
(ii) 8 পইছা
(iii) 345 পইছা
(iv) 5 টকা 45 পইছা
(v) 17 টকা 10 পইছা
(vi) 340 টকা 85 পইছা
12. দশমিকৰ সহায়ত ছেমি. ত প্ৰকাশ কৰা ।
(i) 4 মিমি.
(ii) 7 মিমি.
(iii) 26 মিমি.
(iv) 2 ছেমি. 7 মিমি.
(v) 17 ছেমি. 6 মিমি.
(vi) 250 ছেমি. 9 মিমি.
13. দশমিকৰ সহায়ত মিটাৰত প্ৰকাশ কৰা ।
(i) 6 ছেমি.
(ii) 18 ছেমি.
(iii) 530 ছেমি.
(iv) 7 মি. 17 ছেমি.
(v) 20 মি. 40 ছেমি.
(vi) 375 মি. 75 ছেমি.
14. দশমিকৰ সহায়ত কিমি. লৈ নিয়া ।
(i) 8 মি.
(ii) 39 মি.
(iii) 613 মি.
(iv) 2 কিমি. 800 মি.
(v) 17 কিমি. 9 মি.
(vi) 347 কিমি. 87 মি.
15. দশমিকৰ সহায়ত কিগ্ৰা.ত প্ৰকাশ কৰা ।
(i) 7 গ্ৰাম.
(ii) 80 গ্ৰাম.
(iii) 472 গ্ৰাম.
(iv) 5 কিগ্ৰা. 785 গ্ৰাম.
(v) 95 কিগ্ৰা. 5 গ্ৰাম
(vi) 570 কিগ্ৰা. 60 গ্ৰাম.
16. দশমিকৰ সহায়ত লিটাৰত প্ৰকাশ কৰা ।
(i) 8 মিলি.
(ii) 26 মিলি.
(iii) 392 মিলি.
(iv) 2 লি. 790 মিলি.
(v) 25 লি. 3 মিলি.
(vi) 940 লি. 55 মিলি.
Question Type By- Himadree Bora
Post ID: DABP001769