চৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ (The Government : Functions and Scope)
পঞ্চম অধ্য়ায়
👉Click Here Short Question
👉Click Here Online Exam
👉Chapter 5 MCQs Answer
👉Click Here Books PDF Free
👉Paid Answer (Buy Now)
অনুশীলনী (Exercises)
1. কিয় ৰাজহুৱা দ্ৰব্য (Public Goods) চৰকাৰে যোগান ধৰিবলৈ বাধ্য হয়— ব্যাখ্যা কৰা।
উত্তৰঃ
2. ৰাজহ ব্যয় (Revenue expenditure) আৰু মূলধনী ব্যয়ৰ (Capital Expenditure) মাজত পাৰ্থক্য দেখুওৱা।
উত্তৰঃ
3. ‘ৰাজকোষীয় ঘাটিয়ে চৰকাৰৰ ঋণৰ আৱশ্যকতাৰ সৃষ্টি কৰে।'— ব্যাখ্যা কৰা।
উত্তৰঃ
4. ৰাজহ ঘাটি (Revenue Deficit) আৰু ৰাজকোষীয় ঘাটি (Fiscal Deficit) ৰ মাজত থকা সম্পৰ্কবোৰ দেখুওৱা।
উত্তৰঃ
5. ধৰি লোৱা হ’ল যে এখন নির্দিষ্ট অৰ্থনীতিৰ বিনিয়োগৰ পৰিমাণ 200, চৰকাৰী ক্ৰয়ৰ পৰিমাণ 150, শুদ্ধ কৰ (থূলমূল কৰ – হস্তান্তৰ) 100 আৰু উপভোগ C = 100 + 0.75 Y, তেন্তে
(a) ভাৰসাম্য আয়ৰ স্তৰ কিমান?
(b) চৰকাৰী ব্যয় গুণক আৰু কৰ গুণকৰ মান নির্ণয় কৰা
(c) যদি চৰকাৰী ব্যয় 200 লৈ বৃদ্ধি পায় তেতিয়া ভাৰসাম্য আয়ৰ পৰিৱৰ্তন নিৰ্ণয় কৰা।
উত্তৰঃ
6. তলত উল্লেখ কৰা ফলন (Function) ৰ দ্বাৰা এখন অৰ্থনীতি বিৱেচনা কৰা হ'ল—
C = 20 + 0.80 Y
I=30
G = 50
TR = 100
এই তথ্যসমূহৰ পৰা—
(a) ভাৰসাম্য আয় নিৰ্ণয় কৰা।
(b) ভাৰসাম্য আয়ৰ স্তৰত কৰ ৰাজহ (Tax Revenues)ৰ পৰিমাণ কিমান?
(c) চৰকাৰৰ ভাৰসাম্য বাজেট আছেনে? এই ক্ষেত্ৰত চৰকাৰৰ বাজেটখন ভাৰসাম্য নে?
উত্তৰঃ
9. ধৰি লোৱা হ'ল যে ভোগৰ প্ৰান্তিক প্ৰৱণতা 0.75 আৰু সমানুপাতিক আয়কৰ (Proportional income tax) হ'ল 20 শতাংশ। এই ক্ষেত্ৰত ভাৰসাম্য আয়ৰ পৰিৱৰ্তন নিৰ্ণয় কৰা যদিহে –
(ক) চৰকাৰী ব্যয়ৰ পৰিমাণ 20 শতাংশ বৃদ্ধি পায়।
(খ) হস্তান্তৰিত আয়ৰ পৰিমাণ 20 শতাংশ কমে।
উত্তৰঃ
10. ব্যাখ্যা কৰা - কিয় কৰ গুণকৰ (Tax multiplier) চৰম মান, চৰকাৰী ব্যয় গুণকতকৈ 1 কম?
উত্তৰঃ
11. চৰকাৰী ঘাটি (Government deficit) আৰু চৰকাৰী ঋণৰ (Government debt) মাজৰ সম্পৰ্ক নির্ণয় কৰা।
উত্তৰঃ
12. চৰকাৰী ঋণে বোজা আৰোপ কৰে নে? ব্যাখ্যা কৰা।
উত্তৰঃ
13. ৰাজকোষীয় ঘাটিবোৰ মুদ্রাস্ফীতিজনক হয়নে?
উত্তৰঃ
14. ঘাটি হ্রাসকৰণৰ বিষয়টো আলোচনা কৰা।
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)