মুদ্ৰা আৰু বেংক ব্য়ৱস্থা (Money and Banking)
তৃতীয় অধ্য়ায়
👉Short Question Answer
👉MCQs Online Exam
👉Chapter 3 MCQs Answer
👉Click Here Books PDF Free
👉Paid Answer (Buy Now)
অনুশীলনী (Excercises)
(1) বিনিময় প্রথা কি? বিনিময় প্রথাৰ অসুবিধাবোৰ কি কি?
উত্তৰঃ
(2) মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলীবোৰ কি কি? মুদ্ৰাই কেনেকৈ বিনিময় প্ৰথাৰ অসুবিধাবোৰ আঁতৰ কৰিলে?
উত্তৰঃ
(3) মুদ্ৰাৰ লেনদেনৰ চাহিদা কি? ই কেনেকৈ এছোৱা নিৰ্দিষ্ট সময়ৰ ভিতৰত লেনদেনৰ মূল্যৰ সৈতে জড়িত?
উত্তৰঃ
(4) ধৰা হ'ল এখন ঋণপত্রই অন্তর্বর্তীকালীন প্রতিদান নোহোৱাকৈ দুবছৰৰ অন্তত 500 টকা ওভতাই দিব। যদি বছৰি সুদৰ হাৰ 5% হয়, তেতিয়াহ’লৈ ঋণপত্ৰখনৰ দাম কিমান হ'ব?
উত্তৰঃ
(5) মুদ্ৰাৰ কল্পনাপ্রসূত চাহিদা সুদৰ হাৰৰ সৈতে বিপৰীতভাৱে জড়িত কিয়?
উত্তৰঃ
(6) তাবল্য ফান্দ কি?
উত্তৰঃ
(7) ভাৰতবৰ্ষত মুদ্ৰা যোগানৰ বিকল্প সংজ্ঞাবোৰ কি কি?
উত্তৰঃ
(৪) বিহিত মুদ্রা কাক বোলে? আদেশ মুদ্রা কি?
উত্তৰঃ
(9) উচ্চ ক্ষমতাসম্পন্ন মুদ্রা কি?
উত্তৰঃ
(10) বাণিজ্যিক বেংকৰ কাৰ্যাৱলী ব্যাখ্যা কৰা।
উত্তৰঃ
(11) মুদ্রাগুণক কি? তুমি ইয়াৰ মূল্য কেনেকৈ নিৰ্ধাৰণ কৰিবা? মুদ্রাগুণকৰ মূল্য নিৰ্ধাৰণত কি কি অনুপাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে?
উত্তৰঃ
(12) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মৌদ্রিক নীতিৰ আহিলাসমূহ কি কি? বাহ্যিক আঘাতৰ সন্মুখত ভাৰতীয় ৰিজাৰ্ভ বেংকে কেনে মুদ্ৰাৰ যোগান সুস্থিৰ কৰে?
উত্তৰঃ
(13) অর্থনীতিত বাণিজ্যিক বেংকেই মুদ্ৰাৰ স্ৰষ্টা। তুমি এই উক্তিটো গ্ৰহণ কৰা নে?
উত্তৰঃ
(14) ভাৰতীয় ৰিজাৰ্ভ বেংকক কিয় ‘শেষ পৰ্যায়ৰ ঋণদাতা’ (lender of last resort) বুলি কোৱা হয়?
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)
Post ID: DABP001791