অ-প্ৰতিযোগিতামূলক বজাৰ

(NON-COMPETITIVE MARKET)

ষষ্ঠ অধ্য়ায়


অনুশীলনী 

1. চাহিদা ৰেখাৰ আকৃতি কেনেকুৱা হ’ব যাতে মুঠ বিক্ৰী আয় ৰেখাডাল

(a) মূল বিন্দুৰ মাজেৰে যোৱা এডাল যোগাত্মক ঢালযুক্ত সৰল ৰেখা হয়?

উত্তৰঃ


(b) এডাল আনুভূমিক ৰেখা হয়?

উত্তৰঃ


2. তলত দিয়া তালিকাখনৰ পৰা মুঠ বিক্ৰী আয়, চাহিদা ৰেখা আৰু চাহিদাৰ স্থিতিস্থাপকতা গণনা কৰাঃ

পৰিমাণ

1

2

3

4

5

6

7

8

9

প্ৰন্তিক বিক্ৰী আয়

 

 

 

 

 

 

 

 

 


উত্তৰঃ

3. চাহিদা ৰেখাডাল স্থিতিস্থাপক হ’লৈ প্রান্তিক বিক্রী আয়ৰ (MR)ৰ মান কি হয়?

উত্তৰঃ


4. এটা একচেটিয়া প্ৰতিষ্ঠানৰ মুঠ স্থিৰ ব্যয় 100 টকা আৰু তলৰ চাহিদা তালিকাখন আছে।.

পৰিমাণ

1

2

3

4

5

6

7

8

9

10

দাম

100

90

80

70

60

50

40

30

20

10


হ্রস্বকালীন ভাৰসাম্য পৰিমাণ, দাম আৰু মুঠ লাভ উলিওৱা। দীর্ঘকালত ভাৰসাম্যতা কি হ'ব? মুঠ ব্যয় 1000 টকা হ'লে হ্রস্বকাল আৰু দীৰ্ঘকালৰ ভাৰসাম্যতা বর্ণনা কৰা।

উত্তৰঃ

5. ধৰা যে 4 নং অনুশীলনৰ একচেটিয়া প্রতিষ্ঠানটো এটা চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠান। চৰকাৰে এটা নিয়ম কৰে যে এই প্রতিষ্ঠানৰ পৰিচালকে চৰকাৰ নিৰূপিত দাম দিয়া আছে বুলি গ্ৰহণ কৰিব লাগিব (অর্থাৎ, এটা দাম গ্রহণকাৰী হ'ব লাগিব আৰু গতিকে পূর্ণ প্রতিযোগিতামূলক বজাৰৰ প্ৰতিষ্ঠানৰ দৰে আচৰণ কৰে)। চৰকাৰে এনেকুৱা কৈ দাম নিৰূপণ কৰিবলৈ সিদ্ধান্ত কৰে যাতে বজাৰত চাহিদা আৰু যোগান সমান হয়। এই ক্ষেত্ৰত ভাৰসাম্য দাম, পৰিমাণ আৰু লাভ কিমান হ'ব?

উত্তৰঃ


6. প্রান্তিক বিক্ৰী আয় (MR) ৰেখাৰ আকৃতিৰ বিষয়ে মন্তব্য দিয়া যদিহে মুঠ বিক্ৰী আয় (TR) ৰেখাডাল (i) যোগাত্মক ঢালযুক্ত সৰল ৰেখা হয়, (ii) আনুভূমিক সৰল ৰেখা হয়।

উত্তৰঃ


7. তলৰ তালিকা দুখনে সামগ্রী এটাৰ বজাৰ চাহিদা ৰেখা আৰু সামগ্ৰীটো প্ৰস্তুত কৰা একচেটিয়া প্ৰতিষ্ঠানৰ মুঠ ব্যয় দিয়ে। তথ্যখিনি ব্যৱহাৰ কৰি গণনা কৰা।

পৰিমাণ

0

1

2

3

4

5

6

7

8

দাম

52

44

37

31

26

22

19

16

13


পৰিমাণ

0

1

2

3

4

5

6

7

8

দাম

10

60

90

100

102

105

109

115

125

(a) প্রান্তিক বিক্রী আয় (MR) আৰু প্ৰান্তিক ব্যয় (MC) তালিকা

উত্তৰঃ

(b) প্রান্তিক বিক্রী আয় (MR) আৰু প্রান্তিক ব্যয় (MC) সমান হোৱা পৰিমাণবোৰ

উত্তৰঃ

(c) উৎপন্নৰ ভাৰসাম্যৰ পৰিমাণ আৰু সামগ্ৰীৰ ভাৰসাম্য দাম

উত্তৰঃ

(d) ভাৰসাম্যতাত মুঠ ৰাজহ, মুঠ ব্যয় আৰু মুঠ লাভ।

উত্তৰঃ


৪. উৎপন্নৰ সৰ্বোত্তম হ্রস্বকালীন স্তৰত যদি লোকচান হয়, একচেটিয়া প্রতিষ্ঠানে হ্রস্বকালত উৎপাদন কার্য চলাই থাকিবনে?

উত্তৰঃ


9. একাধিকাৰ প্ৰতিযোগী প্রতিষ্ঠান এটাই সন্মুখীন হোৱা চাহিদা ৰেখাড়াল ঋণাত্মক ঢালযুক্ত কিয় হয় বর্ণনা কৰা।

উত্তৰঃ


10. একাধিকাৰ প্ৰতিযোগিতা বজাৰত প্ৰতিষ্ঠান এটাৰ দীর্ঘকালীন ভাৰসাম্যতা শূন্য লাভৰ লগত জড়িত হোৱাৰ কাৰণ কি?

উত্তৰঃ


11. স্বল্পাধিকাৰ প্ৰতিষ্ঠানে আচৰণ কৰিব পৰা তিনিটা বিভিন্ন ধৰণ তালিকাভুক্ত কৰা।

উত্তৰঃ


12. দ্বয়াধিকাৰৰ আচৰণ যদি কুৰ্নৰ্ট (Cournot) য়ে বর্ণনা কৰাৰ দৰে হয়, বজাৰ চাহিদা ৰেখাডাল q = 200 – 4p য়ে দিয়ে আৰু দুয়োটা প্রতিষ্ঠানৰে ব্যয় শূন্য হয়, ভাৰসাম্যতাত প্ৰতিটো প্ৰতিষ্ঠানৰে যোগানৰ পৰিমাণ আৰু ভাৰসাম্য বজাৰ দাম উলিওৱা।

উত্তৰঃ


13. অনমনীয় দাম বুলিলে কি বুজা? দ্বয়াধিকাৰ বজাৰ আচৰণে তেনেকুৱা এটা ফলাফল কেনেকৈ উদ্ভৱ কৰে?

উত্তৰঃ




Question Type By- Bikash Bora 


Post ID: DABP001820