অধ্যায়-1

সংখ্যা (Numbers)

অনুশীলনী (E)

1. তলৰ সংখ্যাবোৰৰ দহকলৈ আসন্ন মান উলিওৱা ।

(I) 48

(II) 32

(III) 75

(IV) 89

(V) 168 

(VI) 189

(VII)1,299


2. তলৰ সংখ্যাবোৰৰ শতকলৈ আলন্ন মান উলিওৱা ।

(I) 142

(II) 356

(III) 479

(IV) 701

(V) 1,390

(VI) 1,940

(VII) 13,995


3. তলৰ সংখ্যাবোৰৰ হাজাৰলৈ আসন্ন মান উলিওৱা ।

(I) 5,349

(II) 8,763

(III) 9,985

(IV) 18,543

(V) 50,695

(VI) 1,65,385


4. এখন ৰাজ্যৰ জনসংখ্যা 15,75,67,481 গৰাকী । ৰাজ্যখনৰ জনসংখ্যা -

(I) কোটিলৈ আসন্ন মানত প্ৰকাশ কৰা ।

(II) লাখলৈ আসন্ন মানত প্ৰকাশ কৰা ।

(III) হাজাৰলৈ আসন্ন মানত প্ৰকাশ কৰা ।

(IV) শ লৈ আসন্ন মানত প্ৰকাশ কৰা ।


5. এনেকুৱা বৃহত্তম সংখ্যাটো আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিওৱা যাৰ -

(I) হাজাৰলৈ আসন্ন মান 7000 ।

(II) হাজাৰলৈ আসন্ন মান 35,000 ।

(III) শ লৈ আসন্ন মান 600 ।

(IV) শ লৈ আসন্ন মান 1500 ।

(V) দহকলৈ আসন্ন মান 60 ।



Question Type By- Himadree Bora