অধ্যায়-1
সংখ্যা (Numbers)
অনুশীলনী (E)
1. তলৰ সংখ্যাবোৰৰ দহকলৈ আসন্ন মান উলিওৱা ।
(I) 48
(II) 32
(III) 75
(IV) 89
(V) 168
(VI) 189
(VII)1,299
2. তলৰ সংখ্যাবোৰৰ শতকলৈ আলন্ন মান উলিওৱা ।
(I) 142
(II) 356
(III) 479
(IV) 701
(V) 1,390
(VI) 1,940
(VII) 13,995
3. তলৰ সংখ্যাবোৰৰ হাজাৰলৈ আসন্ন মান উলিওৱা ।
(I) 5,349
(II) 8,763
(III) 9,985
(IV) 18,543
(V) 50,695
(VI) 1,65,385
4. এখন ৰাজ্যৰ জনসংখ্যা 15,75,67,481 গৰাকী । ৰাজ্যখনৰ জনসংখ্যা -
(I) কোটিলৈ আসন্ন মানত প্ৰকাশ কৰা ।
(II) লাখলৈ আসন্ন মানত প্ৰকাশ কৰা ।
(III) হাজাৰলৈ আসন্ন মানত প্ৰকাশ কৰা ।
(IV) শ লৈ আসন্ন মানত প্ৰকাশ কৰা ।
5. এনেকুৱা বৃহত্তম সংখ্যাটো আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিওৱা যাৰ -
(I) হাজাৰলৈ আসন্ন মান 7000 ।
(II) হাজাৰলৈ আসন্ন মান 35,000 ।
(III) শ লৈ আসন্ন মান 600 ।
(IV) শ লৈ আসন্ন মান 1500 ।
(V) দহকলৈ আসন্ন মান 60 ।
Question Type By- Himadree Bora
0 Comments