অধ্যায়-1

সংখ্যা (Numbers)

অনুশীলনী 1 (F) 

1. প্ৰতিটো সংখ্যাৰে শতকলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰৰ আসন্ন মান উলিওৱা ।

(I)  13,736 + 1,481

(II) 3,092 + 16,521


2. প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰৰ আসন্ন মান উলিওৱা ।

(I) 4,831 + 16,107

(II) 5,986 + 1,65,921


3. তলৰ বিয়োগফলবোৰৰ আসন্ন মান উলিওৱা ।

(I) 685 - 48 [ প্ৰতিটোৰে দহকলৈ আসন্ন মান লৈ ]

(II)  13,695 - 8,581 [ প্ৰতিটোৰে শতকলৈ আসন্ন মান লৈ ়

(III) 5,361 - 405 [ প্ৰতিটোৰে সৰ্ব্বোচ্চ স্থানলৈ আসন্ন মান লৈ়


4. প্ৰতিটো সংখ্যাৰে সৰ্ব্বোচ্চ স্থানলৈ আসন্ন মান লৈ তলৰ পূৰণফলবোৰৰ আসন্ন মান উলিওৱা ।

(I) 239 🗙 87

(II) 5,347 🗙 291


5. প্ৰতিটো সংখ্যাৰে সৰ্ব্বোচ্চ স্থানলৈ আসন্ন মান লৈ তলৰ হৰণফলবোৰৰ আসন্ন মান উলিওৱা ।

(I) 219 ➗ 38

(II) 5880 ➗ 307



Question Type By- Himadree Bora