পাঠ-1

সংখ্য়া (Numbers)

অনুশীলনী 1(B) 

1. তলৰ সংখ্য়াবোৰ আন্তৰ্জাতিক পদ্ধতিত শব্দৰে লিখা। 

(i) 32,508 

(ii) 431,270 

(iii) 3,140,291 

(iv) 153,642,030 

(v) 240,003,418 

(vi) 32,315,403,001 

(vii) 19,000,000,400 


 2. তলৰ সংখ্য়াবোৰ আন্তৰ্জাতিক পদ্ধতিত শব্দৰে লিখা। 

(i) তিনিশ নবৈ হাজাৰ চাৰিশ বিছ

(ii) ত্ৰিছ মিলিয়ন দুশ আঠানবৈ হাজাৰ সাতশ বত্ৰিছ 

(iii) চৌত্ৰিছ বিলিয়ন দুই মিলিয়ন তিৰাশী হাজাৰ চাৰিশ 

(iv) 218 মিলিয়ন 32 হাজাৰ 318 

(v) 3 বিলিয়ন 432 মিলিয়ন 145 হাজাৰ 718 

(vi) 47 বিলিয়ন 10 মিলিয়ন 300 

(vii) 321 বিলিয়ন 50 হাজাৰ 


3. তলৰ সংখ্য়াবোৰ আন্তৰ্জাতিক পদ্ধতিত ক'মা বহুৱাই শব্দৰে লিখা। 

(i) 349435 

(ii) 7416053 

(iii) 16325819

(iv) 6548490148 

(v) 92381005430 


4. তলত ভাৰতীয় পদ্ধতিত দিয়া সংখ্য়াবোৰ আন্তৰ্জাতিক পদ্ধতিত শব্দৰে লিখা। 

(i) তিনি লাখ তেসত্তৰ হাজাৰ পাঁচশ ছয়ানবৈ। 

(ii) আঠাশী লাখ বাৱন হাজাৰ তেইছ। 

(iii) সোতৰ কোটি এঘাৰ লাখ সাতাৱন হাজাৰ এশ তিৰানবৈ। 

(iv) দুশ আশী কোটি সাতষষ্ঠি লাখ তিনিশ বাসত্তৰ। 


5. তলত আন্তৰ্জাতিক পদ্ধতিত দিয়া সংখ্য়াবোৰ ভাৰতীয় পদ্ধতিত শব্দৰে লিখা। 

(i) ছয় মিলিয়ন তিনিশ বাষষ্ঠি হাজাৰ চাৰিশ ওঠৰ। 

(ii) আঠাইছ মিলিয়ন পঞ্চলিছ হাজাৰ এশ তেত্ৰিছ। 

(iii) বাৰ মিলিয়ন দুশ সাতাইছ মিলিয়ন এশ চৌৰাল্লিছ হাজাৰ তিনিশ ছয়ত্ৰিছ। 

(iv) সাত বিলিয়ন একচল্লিছ মিলিয়ন আঠাত্ৰিছ হাজাৰ। 


6. খালী ঠাই পূৰ কৰা। 

(i) 1 মিলিয়ন =___________ লাখ

(ii)  10 মিলিয়ন =___________ লাখ =___________ কোটি

(iii) 10 কোটি =___________ মিলিয়ন 

(iv) 100 কোটি =___________ বিলিয়ন 


Question Type By- Bikash Bora