উৎপাদন আৰু ব্য়য় (PRODUCTION AND COSTS) 

তৃতীয় অধ্য়ায়


অনুশীলনী (Exercises)

1. উৎপাদন ফলনৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ


2. এটা উপাদানৰ মুঠ উৎপাদন কি?

উত্তৰঃ


3. এটা উপাদানৰ গড় উৎপাদন কি?

উত্তৰঃ


4. এটা উপাদানৰ প্ৰান্তিক উৎপাদন কি?

উত্তৰঃ


5. এটা উপাদানৰ মুঠ উৎপাদন আৰু প্ৰান্তিক উৎপাদনৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা।

উত্তৰঃ


6. হ্রস্বকাল আৰু দীৰ্ঘকাল এই ধাৰণা দুটা ব্যাখ্যা কৰা।

উত্তৰঃ


7. ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধি কি?

উত্তৰঃ


৪. পৰিৱৰ্তনশীল অনুপাত বিধি কি?

উত্তৰঃ


9. এটা উৎপাদন ফলনে কেতিয়া সমহাৰৰ উৎপাদন প্রতিদান মানি চলে?

উত্তৰঃ


10. এটা উৎপাদন ফলনে কেতিয়া ক্রমবর্ধমান উৎপাদন প্রতিদান মানি চলে? 

উত্তৰঃ


11. এটা উৎপাদন ফলনে কেতিয়া ক্রমহ্রাসমান উৎপাদন প্রতিদান মানি চলে?

উত্তৰঃ


12. বায় ফলনৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ


13. এটা প্ৰতিষ্ঠানৰ মুঠ স্থিৰ ব্যয়, মুঠ পৰিৱৰ্তনশীল ব্যয় আৰু মুঠ ব্যয় কি? এইকেইটাৰ সম্পৰ্ক কি? 

উত্তৰঃ


14. এটা প্ৰতিষ্ঠানৰ গড় স্থিৰ ব্যয়, গড় পৰিৱৰ্তনশীল ব্যয় আৰু গড় ব্যয় কি? এইকেইটাৰ সম্পৰ্ক কি?

উত্তৰঃ


15. দীর্ঘকালত কিছুমান স্থিৰ ব্যয় থাকিব পাৰেনে? যদি নোৱাৰে কিয়?

উত্তৰঃ


16. গড় স্থিৰ ব্যয় ৰেখাডালৰ আকৃতি কেনেকুৱা? ইয়াৰ আকৃতি তেনেধৰণৰ কিয় ? 

উত্তৰঃ


17. হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখা, গড় পৰিৱৰ্তনশীল ব্যয় ৰেখা আৰু হ্রস্বকালীন গড় ব্যয় ৰেখাৰ আকৃতি কেনেকুৱা?

উত্তৰঃ


18. গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাৰ নিম্নতম বিন্দুত হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখাই কিয় ছেদ কৰে? 

উত্তৰঃ


19. হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখাই হ্রস্বকালীন গড় ব্যয় ৰেখাৰ কোন বিন্দুত ছেদ কৰে?

উত্তৰঃ


20. হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখাডাল কিয় U আকৃতিৰ? 

উত্তৰঃ


21. দীর্ঘকালীন প্রান্তিক ব্যয় ৰেখা আৰু দীর্ঘকালীন গড় ব্যয় ৰেখাৰ আকৃতি কেনেকুৱা?

উত্তৰঃ


22. কাষত দিয়া তালিকাখনত শ্রমিকৰ মুঠ উৎপাদন অনুসূচী দিয়া হৈছে। শ্রমিকৰ তদনুৰূপ গড় উৎপাদন আৰু প্ৰান্তিক উৎপাদন অনুসূচী নিৰ্ধাৰণ কৰা। 

L

TPL

0

1

2

3

4

5

0

15

35

50

40

48

উত্তৰঃ


23. কাষত দিয়া তালিকাখনত শ্রমিকৰ গড় উৎপাদন অনুসূচী দিয়া হৈছে। মুঠ উৎপাদন আৰু প্রান্তিক উৎপাদন অনুসূচী নিৰ্ধাৰণ কৰা। দিয়া হৈছে যে শ্ৰমিকৰ শূন্য নিয়োগ স্তৰত মুঠ উৎপাদন শূন্য হয়।

L

APL

1

2

3

4

5

6

2

3

4

4.25

4

3.5

উত্তৰঃ


24. কাষত দিয়া তালিকাখনত শ্রমিকৰ প্ৰান্তিক উৎপাদন অনুসূচী দিয়া হৈছে। ইয়াত দিয়া আছে যে শ্রমিকৰ শূন্য নিয়োগ স্তৰত মুঠ উৎপাদন শূন্য হয়। শ্ৰমিকৰ মুঠ আৰু গড় উৎপাদন অনুসূচী নিৰ্ধাৰণ কৰা।

L

MPL

1

2

3

4

5

6

3

5

7

5

3

1

উত্তৰঃ


25. কাষত দিয়া তালিকাখনত এটা প্ৰতিষ্ঠানৰ মুঠ ব্যয় অনুসূচী দিয়া হৈছে। এই প্রতিষ্ঠানটোৰ মুঠ স্থিৰ ব্যয় অনুসূচী কি হ'ব? প্রতিষ্ঠানটোৰ TVC, AFC, AVC, SAC আৰু SMC অনুসূচীসমূহ নিৰ্ধাৰণ কৰা।

Q

TC

0

1

2

3

4

5

6

10

30

45

55

70

90

120

উত্তৰঃ


26. কাষত দিয়া তালিকাখনত এটা প্ৰতিষ্ঠানৰ মুঠ ব্যয় অনুসূচী দিয়া হৈছে। এইটোও দিয়া হৈছে যে 4 একক উৎপাদনৰ গড় স্থিৰ ব্যয় 5 টকা। প্রতিষ্ঠানটোৰ তদনুৰূপ উৎপাদিত উৎপন্নৰ মানৰ বাবে TVC, TFC, AVC, AFC, SAC আৰু SMC অনুসূচীসমূহ নিৰ্ধাৰণ কৰা।

Q

TC

1

2

3

4

5

6

50

65

75

95

130

185

উত্তৰঃ


27. কাষত দিয়া তালিকাখনত এটা প্ৰতিষ্ঠানৰ হ্ৰস্বকালীন প্রান্তিক ব্যয় অনুসূচী দিয়া হৈছে। প্ৰতিষ্ঠানটোৰ মুঠ স্থিৰ ব্যয় 100 টকা। TVC, TC, AVC আৰু SAC অনুসূচীসমূহ নিৰ্ধাৰণ কৰা।

Q

TC

0

1

2

3

4

5

6

 

500

300

200

300

500

800

উত্তৰঃ


 

29. ধৰি লোৱা হ'ল এটা প্ৰতিষ্ঠানৰ উৎপাদন ফলন Q =  2L2K2 

5 একক শ্রমিক (L) আৰু 2 একক মূলধন (K) প্ৰয়োগ কৰি প্ৰতিষ্ঠানটোৱে সম্ভাব্য সর্বাধিক কিমান উৎপাদন কৰিব পাৰিব নিৰ্ণয় কৰা। শূন্য একক শ্রমিক (L) আৰু 10 একক মূলধন (K) প্ৰয়োগ কৰি প্রতিষ্ঠানটোৱে সম্ভাব্য সর্বাধিক কিমান উৎপাদন কৰিব পাৰিব?

উত্তৰঃ


30. শূন্য একক শ্রমিক (L) আৰু 10 একক মূলধন (K) প্ৰয়োগ কৰি এটা প্রতিষ্ঠানে সম্ভাব্য সর্বাধিক কিমান উৎপাদন কৰিব পাৰিব নির্ণয় কৰা, যেতিয়া ইয়াৰ উৎপাদন ফলন দিয়া হয়। Q = 5L + 2K.

উত্তৰঃ









Question Type By- Bikash Bora 


Post ID: DABP001806