সংহতি (Sets) 

অধ্য়ায়-1

অনুশীলনী 1 (B)

1. তলৰ প্ৰতিটো সংহতিৰে দুটাকৈ উপসংহতি লিখা।

        i) {0}            ii) {-1, 0}            iii) {x, y, z}

2. A = {10, 20, 30, 40} হ'লে A ৰ

     i) এটাও মৌল নথকা উপসংহতিটো লিখা।

    ii) এটা মৌল থকা উপসংহতিকেইটা লিখা ।

   iii) দুটা মৌল থকা উপসংহতিকেইটা লিখা।

   iv) তিনিটা মৌল থকা উপসংহতিকেইটা লিখা।

    v) চাৰিটা মৌল থকা উপসংহতিটো লিখা।

3. ⊆ বা ⊇ চিনৰ উপযুক্ত চিনেৰে খালী ঠাই পূৰ কৰা।

      i) R ____ N    ii) W ____ Z    iii) Z ____ R    iv) Q ____ N

     v) Z ____ Q    vi) Q ____ R    vii) N ____ Z  viii) W ____ N

    ix) Q ____ W    x) W ____ R

4. তলৰ উক্তিবোৰ সত্য়নে অসত্য় লিখা।

     i)  {a} ∈ {a, b, c}         ii) ϕ ⊂ {a, b, c}          iii){b, c}⊄ {a, b, c}

   iv) {a, b, c}⊂ {a, b, c}   v) b ∈ {a, b, c}           vi) {a} ⊆ {a, b, c}

  vii) {ϕ} ⊆ {a, b, c}      viii) {0}⊆ {a, b, c} 

5. A = {1, 2, 3, 4, 5, 6, 7, 8, 9, 10}, B = {2, 4, 6, 8, 10), C = {1, 3, 5, 7, 9} আৰু D = {1} হ'লে তলৰ খালী বাকচবোৰত ⊂, ⊃ বা ⊄ চিনৰ উপযুক্ত চিন বহুওৱা। 


6. তলত V আৰু W দুটা সংহতি দিয়া আছে। সংহতি দুটা সমান হয়নে নহয় উল্লেখ কৰা।
    a) V = {2, 4, 6, 8}, W = {2x । x ∈ N, x < 5}
    b) V = {x : x + 4 = 0, x ∈ N}, W = {x : x + 4 = 0, x ∈ Z}
    c) V = 'FOLLOW' শব্দটোত থকা বৰ্ণবোৰৰ সংহতি, W = 'WOLF' শব্দটোৰ বৰ্ণবোৰৰ সংবতি
    d) V = {a, b, c}, W = { {a}, {b}, {c} }
    e) V =  ϕ, W = {ϕ}
    f) V = {0}, W = ϕ.
7. তলৰ প্ৰতিটো সংহতিৰ প্ৰকৃত উপসংহতিবোৰ লিখা।
    a) {p}        b) {x, y}        c) {1, 4, 9}        d) {2, 4, 6, 8}
8. তলৰ সংহতিবোৰৰ ঘাত সংহতিবোৰ লিখা।
    i) A = {ϕ}          ii) B = ϕ                iii) C = {1}         iv) C = {4, 5}
   v) E = {p, q, r}  vi) F = {e, f, g, h}   
9. তলৰ সংহতিবোৰৰ ঘাত সংহতিবোৰত থকা মৌলৰ সংখ্য়া উলিওৱা।
    a) G = {1, 2, 3,.........., 50}    b) H = {x । x ∈ Z, -10 < x < 10}
    c) I = ϕ                                  d) J = {ϕ  }
10. K = {1, 2, 3, 4}, L = {1, 3, 5, 7},  M = {1, 4, 9, 16}, N = {0, 2, 4, 8, 16} আৰু P = {6, 10, 15} হ'লে K, L, M, N, P সংহতিকেইটাৰ নূন্য়তম সংখ্য়ক মৌল থকা সাৰ্বিক সংহতিটো লিখা।
11. U = {x । x ∈ Z, -10 ≤ x ≤ 10}, S = {y। y ∈ N, y ≤ 10}, 
T = {z । z ∈ W, z ≤  10}
      V = {a । a ∈ Z, -10 ≤ a < 0}, W = {2x । x ∈ Z, -5 ≤ x ≤ 5}
      X = {   X। x ∈ Z, -3 ≤ x ≤ 3} হ'লে SCTC, VC, WC, Xনিৰ্ণয় কৰা।
12. । P(B)। = 2হ'লে ।B। = ?
13. যদি । D। = p হয় তেন্তে ।P(D)। = ?
14. তলৰ সংহতিবোৰ ভেনচিত্ৰৰ সহায়ত প্ৰকাশ কৰা:
        a) P ⊂ Q        b)     c) N  ⊂  W  ⊂  Z  ⊂ Q  ⊂  R
15. ভেনিচিত্ৰত প্ৰকাশ কৰা:
        A = {2, 4, 6, 8}, B {1, 2, 3, 4}, C = {3, 6), D = {1, 3, 5, 7, 9}
        U = {1, 2, 3, 4, 5, 6, 7, 8, 9, 10}


Type - Rajashree Bora






Post ID: DABP001742