Chapter 1

সংখ্যাংকন পদ্ধতি

(System of Numeration)

Exercise 1.1

1. পুৰণি কালত মানুহৰ গণনা পদ্ধতিৰ চাৰিটামান উদাহৰণ দিয়া।

উত্তৰঃ পুৰণি কালত মানুহে গণনা পদ্ধতিৰ চাৰিটা উদাহৰণ হ'ল- (১) থিয় আচ, (২) থিয় আঙুলি, (৩) আৰিৰ দৰে এটা মাছ, (৪) এটা দৈত্য।


2. সংখ্যাৰ আধাৰ (ভূমি) বুলিলে কি বুজা?

উত্তৰঃ এটা সংখ্যাংকত বিভিন্ন স্থানত থকা অংকৰ প্ৰতিটোৰ মান নিৰ্ণয় কৰা সংখ্যাটোকে সেই পদ্ধতিটোৰ ভূমি বোলা হয়।


3. গণনা (Counting) আৰু সংখ্যাংকন পদ্ধতি (Numeration) একেই নে বেলেগ? বুজাই লিখা।

উত্তৰঃ গণনা আৰু সংখ্যাংকন পদ্ধতি বেলেগ বেলেগ।

    গণনা টকা-পইচা হিচাপৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আনহাতে সংখ্যাংকন পদ্ধতি শব্দ হিচাপ কৰিবলৈ ব্যৱহাৰ কৰা হয়।


4. গণিতৰ ইতিহাসৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইত ব্যৱহাৰ কৰা শব্দ-সংখ্যাংক কিছুমান উদাহৰণ দিয়া।  

উত্তৰঃ 


👉👉👉Bhabesh Bora.



Post ID: DABP001729