Chapter 1

সংখ্যাংকন পদ্ধতি

(System of Numeratio)

Exercise 1.2

1. তলৰ ৰোমান সংখ্যাবোৰক দশমিকত লিখা-

(a) LX, (b) XLIX, (c) CVII, (d) XCIX, (e) MCD, (f) LXXV, (g) MCM, (h) MMIV, (i) DCLXIV, (j) CCLXIX, (k) DCLXX, (l) MMMDCLXV, (m) MMCCCXIV

উত্তৰঃ (a) LX= 50+10= 60                 (b) XLIX= 50-10+10-1= 49, 

(c) CVII= 100+5+1+1= 107                (d) XCIX=100-10+10-9= 99, 

(e) MCD= 1000+500-100= 1400        (f) LXXV= 50+10+10+5= 75, 

(g) MCM= 1000+1000-100= 1900       (h) MMIV= 1000+1000+5-1= 2004, 

(i) DCLXIV= 500+100+50+10+5-1= 664    (j) CCLXIX= 100+100+50+10+10-1= 269

(k) DCLXX= 500+100+50+10+10= 670        

(l) MMMDCLXV= 1000+1000+1000+500+100+50+10+5= 3665

(m) MMCCCXIV= 1000+1000+100+100+100+10+5-1= 2314

2. ৰোমান সংখ্য়াত লিখা-

(a) 54 (b) 79 (c) 94 (d) 149 (e) 348 (f) 576 (g) 990 (h) 1250 (i) 6179 (j) 10450 (k) 100000 (l) 215678 (m) 650752

উত্তৰঃ (a) 54= 50+4= LIV        (b) 79= 50+10+10+9= LXXIX,     (c) 94= 100-10+4=XCVI 

(d) 149= 100+50-10+9= CXLIX,         (e) 348= 100+100+100+50-10+8= CCCXLVIII

(f) 576= 500+50+10+10+6= DLXXIV     (g) 990=1000-10= MX 

(h) 1250= 1000+100+100+50= MCCL  (i) 6179= 6000+100+50+10+10+10-9= IVCXXIX

(j) 10450=10000+500-50= XLD                     (k) 100000= C 

(l) 215678= 200000+15000+500+100+50+10+10+10-8= CCXVDCLXXVII  

(m) 650752= 65000+700+50+1+1= LXVDCCLII

3. তলৰ কোনটো সংখ্যা ভূল বা শুদ্ধ? (√) বা (×) চিন দিয়া।

(a) XV (b) VL (c) MMM (d) LM (e) XXIX (f) CLVX (g) VVLX (h) MCDIX (i) LLIV (j) XVL (k) DDLI (l) XXXVII

উত্তৰঃ (a) XV=√, (b) VL= ×, (c) MMM=√, (d) LM=×, (e) XXIX=√, (f) CLVX=×  

(g) VVLX= ×, (h) MCDIX=√, (i) LLIV=×,  (j) XVL=×  (k) DDLI=×  (l) XXXVII=√,

4. মাজৰ বাকচত >, =বা < চিন দিয়া-

(a) XLIX ㅁ49 (b) 8 ㅁ XII (c) CC ㅁ 200 (d) XCIX ㅁ 990 (e) 690 ㅁ DCLX (f) 1900 ㅁ MCMXC (g) 60010 ㅁ LXX (h) MCD ㅁ400 (i) MCM ㅁ CMM

উত্তৰঃ (a) XLIX = 49, (b) 8﹤XII, (c) CC = 200, (d) XCIX﹤990, (e) 690 > DCLX, (f) 1900 > MCMXC, (g) 60010 = LXX, (h) MCD = 400, (i) MCM = CMM.

5.  ৰোমান সংখ্যাংত লিখা-

(i) XII + XIX + LXX

(ii) DCL + CC + XVII

(iii) MCML + CMM + LXXX

(iv) MIXXLV + VDCLX + DIV

উত্তৰঃ (i) XII + XIX + LXX= 12+ 19+70= CI

(ii) DCL + CC + XVII=650+ 200+ 17= DCCCLXVI

(iii) MCML + CMM + LXXX=1950+ 1900+ 80=MMMCMXXX

(iv) MIXXLV + VDCLX + DIV=

6. ৰোমান সংখ্যা লিখাৰ পাচঁটা নিয়ম বৰ্ণনা কৰা।

উত্তৰঃ ৰোমান সংখ্যাংক লিখাৰ পাচঁটা নিয়ম হ'ল-
1. এটা সৰু অংকক ডাঙৰ অংক এটাৰ সোঁহাতে বহুৱালে সৰু অংকটো ডাঙৰটোৰ পৰা বিয়োগ হ'ব; কিন্তু বাওঁহাতে বহুৱালে সৰু অংকটো ডাঙৰটোৰ পৰা বিয়োগ হয়।
2. যদি এটা সৰু অংকক দুটা ডাঙৰ অংকৰ মাজত বহুৱালে হয় তেন্তে সৰু অংকটো সদায় সোঁহাতৰ ডাঙৰ অংকটোৰ পৰাহে বিয়োগ হ'ব।
3. V, L আৰু D অংককেইটা পুনৰাবৃত্তি নহয়।
4. V, L, D আৰু M অংক কেইটা কাৰো পৰা বিয়োগ কৰা নহয়।
5. কোনো অংকৰ ওপৰত এটা আঁচ দিলে ইয়ে অংকটোৰ মান এহেজাৰ গুণ বৃদ্ধি কৰে।



7. 40  তকৈ সৰু যিকোনো সংখ্যা লিখিবলৈ কেইটা বিভিন্ন ৰোমান অংকৰ প্ৰয়োজন?

উত্তৰঃ 40 তকৈ সৰু যিকোনো সংখ্যা লিখিবলৈ ব্যৱহাৰ হোৱা ৰোমান সংখ্যা কেইটা হ'ল- I, V, X.

8. 0,1,5,2 আৰু 9 অংকৰকেইটাক এবাৰকৈ লৈ লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু সৰু সংখ্যা দুটা-

(i) ভাৰত-আৰবীয় সংখ্যাত লিখা।

(ii) ৰোমান সংখ্যাংকত লিখা।

উত্তৰঃ

9. খালী ঠাই পূৰোৱা- 

(i) ৰোমান পদ্ধতিত মুঠ অংক....... টা।

(ii) ভাৰত-আৰৱ পদ্ধতিত মুঠ অংক ....... টা।

(iii) ভাৰত-আৰৱ পদ্ধতিত মুঠ শূণ্য ....... টা।

(iv) ভাৰত-আৰৱ পদ্ধতিত একক ...... ।

উত্তৰঃ (i) ৭ টা।

(ii) ১১ টা।

(iii) ১০

(iv) ১০

10. তলৰ আঁচ টনা অংকবোৰৰ স্থানমান লিখা-

4739; 70110; 21567; 7012003; 214567; 79640312; 4110021; 456789; 200100100

উত্তৰঃ

11. দুই ধৰণে বিস্তাৰ কৰা-


678, 9124, 21401, 531562, 2340132, 111111111

উত্তৰঃ 





















12. ভাৰতীয় পদ্ধতিত কমা দি লিখা-

2134, 76429, 301794, 39461045, 72100739, 91704562

উত্তৰঃ 2,134= 2 হেজাৰ 134

76,429=  76 হেজাৰ 429

3,01,794= 3 লাখ 1 হেজাৰ 794

3,94,61,045= 3 নিযুত 94 লাখ 61 হেজাৰ 45

7,21,00,739= 7 কোটি 21 লাখ 739

9,17,04,562= 9 কোটি 17 লাখ 4 হেজাৰ 562

13. আন্তৰ্জাতিক পদ্ধতিত কমা দি লিখা-

20435, 779662, 2179547, 3433452, 214597062

উত্তৰঃ 20435 =  20,435

779662 = 7,79,662

2179547 = 21,79,547

3433452 = 34,33,452

214597062 = 21,45,97,062

14. (i) চাৰিটা অংকেৰে গঠিত বৃহত্তম সংখ্যাটোৰ পৰবৰ্তী সংখ্যাংকটো কি?

(ii) ছয়টা অংকেৰে গঠিত ক্ষুদ্ৰতম সংখ্যাংকটো কি? ই পাঁচটা অংকেৰে গঠিত বৃহত্তম সংখ্যাংকটোৰ পৰৱৰ্তী সংখ্যাংকটোৰ সমান হ'বনে?







উত্তৰঃ (i) চাৰিটা অংকেৰে গঠিত বৃহত্তম সংখ্যাটোৰ পৰবৰ্তী সংখ্যাংকটো= 10,000

(ii) ছয়টা অংকেৰে গঠিত ক্ষুদ্ৰতম সংখ্যাংকটো= 100,000

     ই পাঁচটা অংকেৰে গঠিত বৃহত্তম সংখ্যাংকটোৰ পৰৱৰ্তী সংখ্যাংকটোৰ সমান নহয়





👉👉👉👉Bhabesh Bora.







Post ID: DABP001734