অধ্যায় ২
পূৰ্ণ সংখ্যা (Whole Numbers)
অনুশীলনী 2 (C)
1. তলৰ আৰ্হিবোৰত থকা মুঠ ৰেখাখণ্ডৰ সংখ্যা নিৰ্ণয় কৰা ।
2. i) আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যাটো কি ?
ii) দ্বিতীয় ত্ৰিভুজীয় সংখ্যাটো কি ?
iii) সপ্তম ত্ৰিভুজীয় সংখ্যাটো কি ?
iv) 15-তম ত্ৰিভুজীয় সংখ্যাটো কি ?
3. প্ৰথম 10টা ত্ৰিভুজীয় সংখ্যা লিখা ।
4. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
i) তলৰ কোনটো আয়ত আৰ্হিৰ সংখ্যা ?
a) 3
b) 5
c) 8
d) 11
ii) তলৰ কোনটো সংখ্যাক বৰ্গ আকৃতিত সজাব পাৰি ?
a) 15
b) 64
c) 20
d) 18
iii) তলৰ কোনটো আয়ত আৰ্হিৰ সংখ্যা নহয় ?
a) 14
b) 15
c) 17
d) 20
iv) তলৰ কোনটো ত্ৰিভুজ আৰ্হিৰ নহয় ?
a) 6
b) 8
c) 22
d) 17
5. তলৰ আৰ্হিটো ভালদৰে সক্ষ্য কৰা আৰু খালী ঠাই পূৰ কৰা ।
1 ✖ 8 + 1 = 9
12 ✖ 8 + 2 = 98
123 ✖ 8 + 3 = 987
1234 ✖ 8 + 4 = 9876
12345 ✖ 8 + 5 = 98765
123456 ✖ 8 + 6 = ................
1234567 ✖ 8 + 7 = ................
12345678 ✖ 8 + 8 = .................
123456789 ✖ 8 + 9 = .................
6. তলৰ আৰ্হিটো সক্ষ্য কৰা আৰু খালী ঠাই পূৰ কৰা ।
9 ✖ 9 + 7 =88
98 ✖ 9 + 6 = 888
987 ✖ 9 + 5 = 8888
9876 ✖ 9 + 4 = 88888
98765 ✖ 9 + 3 =............
987654 ✖ 9 + 2 = .............
9876543 ✖ 9 + 1 = ..............
Question Type By- Himadree Bora