অধ্য়ায় ৪ 

বিবেকানন্দ ঃ আদৰ্শ সমাজ 

[Vivekananda: Ideal Society]


প্ৰশ্নাৱলীঃ


{A} বস্তুনিষ্ঠ প্ৰশ্ন (Objective Type Question) :

১। স্বামী বিবেকানন্দৰ জন্ম হৈছিল-

Swami Vivekananda was born in-

(a) ১৭৬৩ চনত (1763

(b) ১৭৩৬ চনত (1736)

(c) ১৮৬৩ চনত (1863)

(d) ১৮৩৬ চনত (1836)

 উত্তৰ


২। বিবেকানন্দৰ প্ৰকৃত নাম হ'ল-

 The original name of Vivekananda is-

(a) বীৰেন্দ নাথ দত্ত (Birendrnath Dutta)

(b) সুৰেন্দ্ৰনাথ দত্ত (Surendranath Dutta)

(c) নৰেন্দ্ৰনাথ দত্ত (Narendranath Dutta)

(d) এটাও নহয় (None of these)

উত্তৰ-


৩। স্বামী বিবেকানন্দৰ দেউতাকৰ নাম আছিল-

The name of Vivekananda's father is-

(a) বীৰেশ্বৰ দত্ত (Bireswar Dutta)

(b) ভদ্ৰেশ্ব দত্ত (Vadreswar Dutta)

(c) সুৰেন্দ্ৰনাথ দত্ত (Surendra Nath Dutta)

(d) বিশ্বনাথ দত্ত (Biswanath Dutta)

উত্তৰ-


৪। স্বামী বিবেকানন্দই কেতিয়া চিকাগোত ভাষণ দিছিল?     

What was the theme of Chicago speech?

(a) ১ জুলাই ১৮৯০ (1 st July 1890)

(b) ২ জুলাই ১৮৯১ (2nd July 1891

(c) ১১ চেপ্টেম্বৰ ১৮৯২ (11 september 1892)

(d) ১১ চেপ্টেম্বৰ ১৮৯৩ (11September 1992) 

উত্তৰ- 


৫। চিকাগো ভাষণৰ বিয়য়বস্তু কি আছিল?

What was the theme of Chicago speech?

(a) ভাষা (Language)

(b) ভাৰতবৰ্ষ  আৰু হিন্দুত্ব (India and Hinduism)

(c) ভাৰতবৰ্ষ আৰু স্বাধীনতা (ঘল্গো োল্ ইীাা্দস)

(d) এটাও নহয় (None)

উত্তৰ-


৬। বেদান্ত সমাজ কেতিয়া স্থাপনা হৈছিল?

When was the Vedanta Society established ?

(a) ১৮৯৩ চনত (1893)

(b) ১৮৩৯ চনত (1895)

(c) ১৮৯৪ চনত (1894)

(d) ১৮৯৫ চনত (1895)

উত্তৰ-


৭। ১২ জানুৱাৰী দিনটো পালন কৰা হয়........... হিচাপে 

12th January is celebrated as ................)

(a) মানৱ দিৱস (Men's day)

(b) শিসু দিৱস (Chid day)

(c) ছাত্ৰ দিৱস (Students Youth day)

উত্তৰ-


{B} চমু উত্তৰ দিয়া (Give Short Answers):

১। বিবেকানন্দই ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।

Write two name of books written by Vivekananda.

উত্তৰ-


 ২। বিবেকানন্দৰ আদৰ্শ সমাজৰ দুটা বৈশিষ্ট্য লিখা।

Write two features of Vivekanandas Ideal Society.

উত্তৰ-


৩। বিবেকানন্দৰ মতে, আদৰ্শ সমাজ প্ৰতিষ্ঠাৰ দুটা উপায় লিখা।

Mention two ways through which Ideal Society can be established. 

উত্তৰ-


৪। বিবেকানন্দৰ মতে, জাতীয়তাবাদৰ অৰ্থ লিখা।

Write the concept of Vivekananda's Nationalism. 

উত্তৰ-


{C} চমু টোকা (Short Note):


১। বিবেকানন্দৰ বেদান্তৰ ব্যাখ্য্য (Vivekananda's explanation of Vedanta.

উত্তৰ-


২। বিবেকানন্দৰ আৰু জাতীয়তাবাদ (Vivekananda and Nationalism)

উত্তৰ-


৩। আদৰ্শ সমাজ বৈশিষ্ট্য (Features of Ideal Society)

উত্তৰ-


৪। আদৰ্শ সমাজৰ গুণসমূহ(Merits of Ideal Society)

উত্তৰ-


{D} ৰতনাধৰ্মী প্ৰশ্ন (Essay Type Questions):

১। বিবেকানন্দৰ আদৰ্শ সমাজৰ ওপৰত এখন ৰচনা লিখা।

Write an essay on Vivekananda's Ideal Society.

উত্তৰ-


২।বিবেকানন্দৰ আদৰ্শ সমাজত থাকিবলগীয়া বৈশিষ্ট্যসমূহ আলোচনা কৰা।

Discuss the features of Vivekananda's Ideal Society.

উত্তৰ-


৩। জাতীয়তাবাদ কি? বিবেকানন্দৰ জাতীয়তাবাদৰ ধাৰণটো আলোচনা কৰা।

What is Nationalism ? Discuss the Vinekananda's concept of Nationalism. 

উত্তৰ-


৪। বিবেকানন্দৰ ধৰ্ম আৰু বেদান্তৰ ধাৰণা পৰীক্ষা কৰা।

Examine the Vivekananda's concept of Religion and Vedanta. 

উত্তৰ- 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Question Type By- Jit Bora 


DABP002266