অধ্যায় ১

 শ্ৰীমন্ত শংকৰদেৱৰ শৈক্ষিক চিন্তাধাৰা


(১) খালী ঠাই পূৰণ কৰা (Fill in the blanks)

(1) শংকৰদেৱৰ জন্ম হৈছিল               চনত।

      Sankardeva was born on                AD.

(2) শংকৰদেৱে প্ৰথম নামঘৰ স্থাপন কৰিছিল                 

      Sankardeva Established first Namghar at                  .

(3)                    হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা স্থাপন কৰা প্ৰথম সত্ৰ।

                            is the first satra established by Srimanta Sankardeva.

(4)                        ৰ অৰ্থ হৈছে প্ৰধান শাসক। 

    The meaning of                      is chief administratior. 

(5) শ্ৰীমন্ত শংকৰদেৱে মুঠ                     টা বৰগীত ৰচনা কৰিছিল। 

     Srimanta Sankardeva has composed total                      Borgeets.


(2) অতি চমু উত্তৰ দিয়া (Give very short answer) 

(1) শংকৰদেৱৰ জন্ম কোন চনত হৈছিল

In which year Sankardeva was born?

Ans-


(2) শংকৰদেৱৰ জন্ম ক'ত হৈছিল?

Where did Sankardeva born?

Ans-


(3) শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল?

What were the name of Sankardeva's father and mother?

Ans-


(4) মহেন্দ্ৰ কন্দলি কোন আছিল?

Who is Mahendra Kandali?

Ans-


(5) শংকৰদেৱৰ প্ৰথম নামঘৰ ক'ত স্থাপন কৰিছিল?

 Where did Sankardeva established first Namghar

Ans-


(6) শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্থম সত্ৰখনৰ নাম লিখা।

Write The name of Satra established by Sankardev for the first time.

Ans-


(7) শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?     

What was the name of religion propagated by Sankardeva? 

Ans-


(8) শংকৰদেৱৰ প্ৰিয় শিষ্যজন কোন আছিল?

Who was favourite disciple of Sankardeva?

Ans-


(9) শংকৰদেৱ ৰচিত প্ৰথম ভাওনাখনৰ নাম কি?

What is the name of first  Bhawna (play) written by Sankardeva?

Ans-


(10) 'সত্ৰ' শব্দটোৰ অৰ্থ কি?

What is the meaning of word 'Satra'?

Ans-


(11)  শংকৰদেৱে লিখা যিকোনো এখন ভক্তিমূলক গ্ৰন্থৰ নাম লিখা। 

Written any one name of the prayer book written by Sankardeva.

Ans-


(12) শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল?

When did Sankardeva died? 


(৩) চমুটোকা লিখা (Write short notes) 


(1) শংকৰদেৱৰ সাহিত্য সৃষ্টি।

Literature Creation  of Sankardeva.

Ans-


(2) শংকৰদেৱৰ ধৰ্মতত্ব।

Religious theory of Sankardeva .

Ans-


(3) শংকৰদেৱৰ মতে ভগৱানৰ ওচৰত আত্মসমপৰ্ণ।

Self-devotion to God according to Sankardeva

Ans-


(4) শিক্ষক হিচাপে শংকৰদেৱ। 

Sankardev as Teacher.

Ans-


(v) শংকৰদেৱৰ অনুশাসন সম্পৰ্কীয় ধাৰণা। 

Haida Concept of discipline according to Sankardeva.

Ans-


(vi) সাংস্কৃতিক প্রদর্শনীৰ স্থলী হিচাপে নামঘৰ। 

Namghar as a place of cultural performance.

Ans-


(vii) আধ্যাত্মিক আৰু সামাজিক শিক্ষাৰ স্থলী হিচাপে নামঘৰ। 

Namghar as a place of spiritual and social education.

Ans-


(viii) সত্ৰৰ কৰ্মৰাজি। 

Activities of Satra.

Ans-


(৪) দীঘলীয়া প্রশ্ন (Long Question)


(i) শংকৰদেৱৰ জীৱনী চমুকৈ লিখা।

Write briefly the life history of Sankardeva.

Ans-


(ii) শংকৰদেৱৰ জীৱন দৰ্শনৰ বিষয়ে লিখা। 

Write down the life-philosophy of Sankardeva.

Ans-


(iii) শ্ৰীমন্ত শংকৰদেৱৰ ধর্মতত্বৰ বিষয়ে আলোচনা কৰা। 

Discuss about the Religious theory of Srimanta Sankardeva.

Ans-


(iv) শংকৰদেৱৰ শিক্ষা দৰ্শনৰ ব্যাখ্যা কৰা। 

Explain the educational philosophy of Sankardeva.

Ans-


(v) শিক্ষা আৰু অনুশীলন সম্পর্কে শংকৰদেৱৰ দৃষ্টিভংগীৰ আলোচনা কৰা। 

Discuss the views of Sankardeva on Education and practices.

Ans-


(vi) শংকৰদেৱৰ শিক্ষাৰ পাঠ্যক্রম সম্পর্কে বহলাই লিখা। 

Explain the curriculum of Sankardeva's education.

Ans-


Question Type By Parina Hazarika 




Post ID: DABP002188