মৌখিক বা মৌখিকতা, মৌখিক পৰম্পৰা, মৌখিক সংস্কৃতি

গোট ঃ ১

চমু প্রশ্নঃ

১। মৌখিক ইতিহাসৰ আৰম্ভণি ক'ত হৈছিল। 

উত্তৰঃ


২। মৌখিক ইতিহাসৰ আৰম্ভণি কোনে, কেতিয়া কৰিছিল?

উত্তৰঃ 



৩। মুখ্য মৌখিকতা মানে কি বুজা?

উত্তৰঃ 


৪। গৌণ মৌখিকতা মানে কি? 

উত্তৰঃ 


৫। অৱশিষ্ট মৌখিকতাৰ অৰ্থ কি? 

উত্তৰঃ 


৬। গুটেনবাৰ্গৰ উত্থান কেতিয়া আৰু ক'ত হৈছিল?

উত্তৰঃ 


৭। ৱাল্টাৰ জে অঙৰ জনপ্ৰিয় কিতাপখনৰ নাম কি? এইখন কোন চনত প্ৰথম প্ৰকাশ পাইছিল?

উত্তৰঃ


৮। প্ৰাচীন ভাৰতৰ বৈদিক সাহিত্যক মৌখিক পৰম্পৰা বুলি কোনে ব্যাখ্যা কৰিছে?

উত্তৰঃ


৯। "Oral Tradition as History" বিখ্যাত কিতাপখন কোনে লিখিছিল?

উত্তৰঃ 


১০। 'Ten lost year" কিতাপখনৰ লেখক কোন?

উত্তৰঃ


১১। 'Alex Haley'-ৰ বিখ্যাত কিতাপখনৰ নাম কি?

উত্তৰঃ


১২। গ্রিয়টসকল কোন আৰু ক'ৰ আছিল? তেওঁলোকৰ বৈশিষ্ট্য কি?

উত্তৰঃ


১৩। Studs Tankel-ৰ বিখ্যাত গ্ৰন্থ দুখনৰ নাম কি কি?

উত্তৰঃ


১৪। মৌখিক ইতিহাসৰ মূল উপাদান কি কি?

উত্তৰঃ


১৫। মৌখিক পৰম্পৰাৰ অন্তৰ্গত মূল উপাদানসমূহ কি কি?

উত্তৰঃ


১৬। Alessandro Portelli কোন আৰু কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ


১৭। ইংলেণ্ডৰ ‘মৌখিক ইতিহাস সমাজ' কোন চনত গঠন কৰা হৈছিল?

উত্তৰঃ


১৮। স্পেইনৰ মৌখিক ইতিহাস চৰ্চাৰ মূল কেন্দ্ৰবিন্দু কি আছিল?

উত্তৰঃ


১৯। মৌখিক ইতিহাস চৰ্চা আৰম্ভ কৰা মধ্যপ্রাচ্যৰ দুখন দেশৰ নাম লিখা।

উত্তৰঃ


২০। চীন দেশৰ দুজন প্রখ্যাত মৌখিক ইতিহাসবিদৰ নাম উল্লেখ কৰা।

উত্তৰঃ


২১। কমল কোঠাৰী কোন আৰু কিয় বিখ্যাত?

উত্তৰঃ


২২। ভাৰত চৰকাৰে হাতত লোৱা মৌখিক ইতিহাস পৰিকল্পনা এটাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ


২৩। UNESCO-এ কিমান চনত বেদৰ মন্ত্ৰসমূহক মৌখিক পৰম্পৰা বুলি স্বীকৃতি দিছিল ?

উত্তৰঃ



চমু টোকা লিখা :


১। ৱাল্টাৰ জে অং

উত্তৰঃ


২। এলান নেভীন

উত্তৰঃ


৩। এলেক্স হেলী

উত্তৰঃ


৪। প্রাথমিক মৌখিকতা

উত্তৰঃ


৫। গৌণ মৌখিকতা

উত্তৰঃ


৬। জান ভানচিনা

উত্তৰঃ


৭। মৌখিক পৰম্পৰাৰ ভাগসমূহ

উত্তৰঃ


৮। মৌখিক পৰম্পৰা আৰু পৰিচয় গঠন

উত্তৰঃ


৯। মৌখিক পৰম্পৰা আৰু কিংবদন্তি

উত্তৰঃ


১০। পল থমছন

উত্তৰঃ


বহলাই আলোচনা কৰা ঃ


১। মৌখিকতা কি? মৌখিকতাক কেই ভাগত ভগাব পাৰি আৰু কি কি? আলোচনা কৰা।

উত্তৰঃ


২। মৌখিকতাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ


৩। মৌখিক পৰম্পৰা বুলিলে কি বুজা ? উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ


৪। মৌখিক পৰম্পৰাৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা।

উত্তৰঃ


৫। মৌখিক পৰম্পৰাৰ বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ


৬। মৌখিক ইতিহাস কি? মৌখিক ইতিহাসৰ আৰম্ভণি আৰু বিকাশ সম্পর্কে আলোচনা কৰা

উত্তৰঃ


৭। মৌখিক ইতিহাসৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ


৮। মৌখিক পৰম্পৰা আৰু মৌখিক ইতিহাসৰ পাৰ্থক্যসমূহ আলোচনা কৰা।

উত্তৰঃ


৯। অসমত প্ৰচলিত বিভিন্ন মৌখিক পৰম্পৰাৰ ওপৰত চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ






Question Type By- Maiur Rani Kashyap