------------------------------------------------------------------------

পঞ্চায়তৰ গণতান্ত্ৰিত কাৰ্যকৰী কৰণৰ সৱলীকৰণ | Chapter 1 | BA 4th Semester Political Science Question Answer Solution | GU Assamese Medium BA 4th Semester Political Science Question Answer Solution For Assam |

------------------------------------------------------------------------

Chapter 1

পঞ্চায়তৰ গণতান্ত্ৰিত কাৰ্যকৰী কৰণৰ সৱলীকৰণ

প্ৰশ্নাৱলীঃ

1. কিমান নং সংবিধান সংশোধনীয়ে ভাৰতবৰ্ষত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল?   

(a) 64th   (b) 73rd,     

(c) 42nd,   (d) 86th 

উত্তৰঃ 


2.ভাৰতবৰ্ষত কেই তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে?  

(a) দুই তৰপীয়া  (b) চাৰি তৰপীয়া  

(c) তিনি তৰপীয়া  (d) ওপৰৰ এটাও নহয়।  

উত্তৰঃ 


3. সামূহিক উন্নয়ন কার্যসূচী কিমান চনত লোৱা হৈছিল—  

(a) 1950 চনত  (b) 1952 চনত  

(c) 1951 চনত  (d) 1953 চনত।  

উত্তৰঃ 


4. ভাৰতবৰ্ষত স্থানীয় শাসন পিতৃ বুলি কাক কোৱা হয়-

(a) লৰ্ড ৰিপন (b) বলৱন্ত ৰায় মেহতা

(c) মহাত্মা গান্ধী, (d) বি আৰ আম্বেদকাৰ।

উত্তৰঃ 


5. পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য হ'ল-

(a) কৰ্ণাটক (b) ৰাজস্থান

(c) মধ্য প্ৰদেশ (d) পশ্চিমবংগ।

উত্তৰঃ 


6. 73 তম্ সংবিধান সংশোধানী কিমান চনত গ্ৰহণ কৰা হৈছিল-

(a) 1992 চনত (b) 1994 চনত

(c) 1991 চনত (d) 1990 চনত।

উত্তৰঃ 


7. জিলা পৰিষদে কোনটো পৰ্যায়ৰ কাম কৰে?

(a) ব্লক পৰ্যায়ৰ (b) গাঁও পৰ্যায়ৰ,

(c) জিলা পৰ্যায়ৰ (d) এটাও নহয়।

উত্তৰঃ 


8.পঞ্চায়ত ব্যৱস্থাৰ একেবাৰে নিম্ন স্তৰটো হ'ল—

(a) গাঁও পঞ্চায়ত

(b) আঞ্চলিক পঞ্চায়ত

(c) জিলা পৰিষদ

(d) এটাও নহয়।

উত্তৰঃ 


9. গণতান্ত্রিক বিকেন্দ্ৰীকৰণৰ তৃণমূল পৰ্যায়ৰ চৰকাৰখন হ'ল

(a) ৰাজ্যিক চৰকাৰ

(b) স্থানীয় চৰকাৰ

(c) কেন্দ্ৰীয় চৰকাৰ

(d) সংযুক্ত চৰকাৰ।

উত্তৰঃ 


10. “ৰাজ্য সমূহে গাঁও পঞ্চায়ত গঠনৰ বাবে পদক্ষেপ ল'ব পাৰে।”—

সংবিধানৰ কোনটো অনুচ্ছেদত এই বিষয়ে উল্লেখ আছে?

(a) 43 নং অনুচ্ছেদ

(b) 40 নং অনুচ্ছেদ

(c) 50 নং অনুচ্ছেদ

(d) 41 নং অনুচ্ছেদ।

উত্তৰঃ 

11. MGNREGA তলৰ কোনটো বিষয়ৰ লগত জড়িত

(a) স্থা

(b) শিক্ষা

(c) সংস্কৃতি

(d) দৰিদ্ৰতা।

উত্তৰঃ 


12. চমুটোকা লিখা

(ক) গাঁও পর্যায়ত অংশগ্রহণ (খ) কার্যকৰী পৰিকল্পনা
উত্তৰঃ 

(গ) অংশগ্রহণমূলক পদ্ধতি
উত্তৰঃ 


(ঘ) ৰাজ্যিক নির্বাচনী আয়োগ
উত্তৰঃ 


(ঙ) গাঁও পঞ্চায়তৰ কাৰ্যাৱলী
উত্তৰঃ 


(চ) গাঁও সভা
উত্তৰঃ 


(ছ) গণতন্ত্ৰত পঞ্চায়তৰ ভূমিকা
উত্তৰঃ 


ৰচনাধৰ্মী প্রশ্নাৱলী :

1.ভাৰতবৰ্ষত পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিকাশ সম্পর্কে আলোচনা কৰা।
উত্তৰঃ 

2. সংবিধানৰ 73 তম্ সংশোধনী আইনৰ বিষয়ে লিখা। পঞ্চায়ত ব্যৱস্থাক শক্তিশালী কৰাৰ ক্ষেত্ৰত 73 তম্ সংশোধনী আইনৰ তাৎপর্য্য ব্যাখ্যা কৰা।
উত্তৰঃ 

3. গণতন্ত্ৰৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত পঞ্চায়ত অনুষ্ঠান সমূহ সফল বুলি ভারানে? যুক্তি দিয়া।
উত্তৰঃ 

4. প্রয়োজনীয়তাৰ মূল্যায়ন বুলিলে কি বুজা ? পঞ্চায়ত অনুষ্ঠান সমূহৰ গণতান্ত্ৰিক কাৰ্যকৰীকৰণক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয়তাৰ মুল্যায়নৰ ভূমিকা পৰীক্ষা কৰা। 
উত্তৰঃ 

5. ক্ষুদ্ৰ পৰিকল্পনা বুলিলে কি বুজা ? পঞ্চায়তৰ ক্ষুদ্ৰ পৰিকল্পনা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ 

6. গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ বুলিলে কি বুজা? গণতান্ত্ৰিক বিকেন্দ্ৰীকৰণ প্ৰক্ৰিয়াৰ তৃতীয় স্তৰৰ চৰকাৰ হিচাপে পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ 

7. জিলা পৰিষদৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।
উত্তৰঃ 

8. আঞ্চলিক পঞ্চায়তৰ ক্ষমতা আৰু কাৰ্যাৱলী সম্পর্কে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ 

9. গাঁও সভাৰ কাৰ্যাৱলী আৰু গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ 

10. গাঁও অঞ্চলৰ উন্নয়নত গাঁওসভাৰ ভূমিকা বিশ্লেষণ কৰা।
উত্তৰঃ 



Post ID: DABP002167