Chapter-1

 বেংকৰ প্ৰকৃতি আৰু সংগঠন 


প্রশ্নাবলী: (ক) অতি চমু উত্তৰ প্ৰতিপ্ৰশ্নৰ উত্তৰৰ বাবে ২ নম্বৰ (৩০ শব্দৰ ভিতৰত উত্তৰ লিখা।)

১। বেংক পদটিৰ উৎপত্তি সম্পর্কে আভাস দিয়া।

উত্তৰঃ বেংক শব্দৰ উদ্ভৱ সম্পৰ্কে পণ্ডিতসকল একমত নহয়। কিছুমান পণ্ডিতৰ মতে বেংক পদটি ''বেংকাচ'' বা ''বেংকো'' [মানে বেঞ্চ] শব্দৰ পৰা উদ্ভৱ হৈছে। তেওঁলোকৰ মতে আদিতে ইউৰোপৰ ইহুদি সকলে উত্তৰ ইটালীৰ লোম্বাৰ্দিৰ বজাৰত বেঞ্চত বহি টকা-পইচাৰ লেনদেন কৰিছিল। এইদৰে ঋণৰ আদান-প্ৰদান কৰোঁতে কোনো ইহুদি লেনদেনত ব্যৰ্থ বা অসমৰ্থ হ'লে, তেওঁৰ বেঞ্চ বা 'বেংকো' ভাঙি পেলাইছিল।

    আন কিছুমান পণ্ডিতে ওপৰৰ ব্যাখ্যা মানি নলয়। তেওঁলোকৰ মতে জাৰ্মান শব্দ 'ব্যক' মানে যৌথ পুঁজি বা নিধি ইটালিয়ান ভাষালৈ ৰূপান্তৰ বৈ বেংক শব্দৰ উৎপত্তি হৈছে। তেওঁলোকে ভাবে যে, জাৰ্মানসকলে ইটালীৰ বহুতো ঠাইত আধিপত্য চলোৱা সময়ত আন আন জাৰ্মান শব্দৰ লগতে 'বেংক' শব্দক ইটালীয়ানসকলে বেংক হিচাপে ৰূপান্তৰ কৰিছিল।

২। দেশীয় বা খিলঞ্জীয়া বেংক মানে কি?

উত্তৰঃ ৩। ভাৰতত ইংৰাজ আৰ্হিৰ আধুনিক বেংক কোনে আৰম্ভ কৰে।

উত্তৰঃ ৪। বেংকৰ সংজ্ঞা দিয়া।

উত্তৰঃ ড॰ এইচ, এল, হাৰ্টে তেওঁৰ 'বেংকিংল' নামৰ পুথিত বেংকৰ সংজ্ঞা সম্পৰ্কে নিজ মত ব্যক্ত কৰিছে। তেওঁৰ মতে ''সাধাৰণ ব্যৱসায় হিচাপে যিয়ে চলিত হিচাপত আমানত গ্ৰহণ কৰে আৰু তেনে জমাকাৰীৰ চেক ভঙাই দিয়ে বেংক।'' আন এজন ইংৰাজ পণ্ডিত চাৰ জন পেগেটে তেওঁৰ 'দি ল অৱ বেংকিং' কিতাপত বেকৰ সংজ্ঞা অলপ বহল ভিত্তিত দাঙি ধৰিছে। তেওঁৰ মতে ''কোনো ব্যক্তি বা প্ৰতিষ্ঠানক বেংক বুলি ক'ব নোৱাৰি যদি তেওঁ (১) ম্যাদী জমা, (২) চলিত জমা নলয় আৰু যদিহে তেওঁ, (৩) চেকত আদান-প্ৰদান নকৰে আৰু (৪) গ্ৰাহকৰ হকে মুকলি বা ৰেখিত চেক আদায় নকৰে।'' অৰ্থাৎ বেংক হ'বলৈ হ'লে প্ৰতিষ্ঠানে ম্যাদী আৰু চলিত জমা গ্ৰহণ কৰিব লাগিব আৰু চেকৰ লেনদেন কৰিব লাগিব।

৫। বেংক কাক বোলে।

উত্তৰঃ বেংক হৈছে এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে ৰাইজৰ পৰা জমা হিচাবে মুদ্ৰা গ্ৰহণ কৰে ৬। বাণিজ্যিক বেংক কাক বোলে?

উত্তৰঃ ৭। বেংকৰ কাৰ্য্যসমূহ উল্লেখ কৰা।

উত্তৰঃ ৮। বেংক ঋঋণৰ অৰ্থ প্ৰকাশ কৰা।

উত্তৰঃ

৯। বেংক আমানত মানে কি বুজা?

উত্তৰঃ

১০। উদ্ভুত বা সক্রিয় আমানতৰ অৰ্থ লিখা।

উত্তৰঃ ১১। বেংক আমানত কেই প্ৰকাৰৰ নাম লিখা।

উত্তৰঃ ১২। প্রাথমিক বা নিস্ক্রিয় আমানত কাক বোলে?

উত্তৰঃ

১৩। বেংকৰ সংগঠন বুলিলে কি বুজা?

উত্তৰঃ ১৪। বেংকৰ বহিঃসংগঠন কি?

উত্তৰঃ ১৫। বেংকৰ আভ্যন্তৰীণ সংগঠনৰ অৰ্থ প্ৰকাশ কৰা।

উত্তৰঃ ১৬। নগদ সংৰক্ষণ অনুপাত কি?

উত্তৰঃ ১৭। বেংকৰ অগ্রিম মানে কি?

উত্তৰঃ ১৮। বেংকৰ বিভাগবোৰৰ চাৰিবিধৰ নাম লিখা।

উত্তৰঃ ১৯। আমানত মুদ্রা কি?

উত্তৰঃ ২০। ঋণগত মুদ্রা কি?

উত্তৰঃ (খ) চমু উত্তৰ প্ৰতি প্ৰশ্নৰ উত্তৰৰ বাবে ৪ বা ৫ নম্বৰ। (৭০/৮০ শব্দৰ ভিতৰত উত্তৰ) ২১। বেংকৰ সংজ্ঞা বুজাই লিখা।

উত্তৰঃ ২২। বেংক কাক বোলে চমুকৈ বুজাই লিখা।

উত্তৰঃ ২৩। বেংকৰ প্ৰাথমিক কাৰ্য্য কি কি? ইয়াৰে এবিধৰ বিষয়ে লিখা

উত্তৰঃ

২৪। বেংকৰ গৌণ কাৰ্য্যবোৰ নাম লিখা আৰু ইয়াৰ এবিধৰ ব্যাখ্যা কৰা।

উত্তৰঃ ২৫। বেংকৰ আমানত সম্পর্কে বুজাই লিখা।

উত্তৰঃ ২৬। বেংকৰ বহিঃসংগঠনৰ বিষয়ে চমুটোকা লিখা।

২৭। বেংকৰ আভ্যন্তৰীণ সংগঠনৰ চমুটোকা লিখা।

উত্তৰঃ ২৮। বেংকৰ বিভিন্ন বিভাগৰ চমু আভাস দিয়া।

উত্তৰঃ

২৯। বেংক অ’ভাৰদ্ৰাফ্‌ফ্ট বা অধিবিকর্ষ বুজাই লিখা।

উত্তৰঃ ৩০। বেংকৰ কাৰ্য্যাৱলীৰ নাম লিখা আৰু জনোপযোগী সেৱাৰ বিষয়ে লিখা।

উত্তৰঃ ৩১। বেংকৰ এজেন্সি কাৰ্য্যৰ চমুটোকা লিখা।

উত্তৰঃ ৩২। বেংকে কিদৰে ঋণ দিয়ে লিখা।

উত্তৰঃ ৩৩। বেংকৰ অগ্রিম আৰু ঋণৰ চমুটোকা লিখা।

উত্তৰঃ ৩৪। ঋণগত মুদ্রা কিদৰে সৃষ্টি কৰে চমুকৈ লিখা।

উত্তৰঃ ৩৫। বহিঃ আৰু আভ্যন্তৰীণ সংগঠনৰ আভাস দিয়া।

উত্তৰঃ ৩৬। বেংকৰ বহিঃ আৰু আভ্যন্তৰীণ সংগঠনৰ প্ৰভেদ লিখা।

উত্তৰঃ ৩৭। বেংকৰ বিভিন্ন বিভাগবোৰৰ নাম লিখা।

উত্তৰঃ ৩৮। বেংকৰ পৰিচালনা বুলিলে কি বুজা চমুকৈ লিখা।

উত্তৰঃ ৩৯। বেংকৰ মূলধন সম্পর্কে আভাস দিয়া।

উত্তৰঃ ৪০। বেংকৰ অনুজ্ঞাপত্ৰৰ চমুটোকা লিখা।

উত্তৰঃ ৪১। বেংকে কেনেকৈ শাখা খুলিব পাৰে চমুকৈ লিখা।

উত্তৰঃ ৪২। নগদ সংৰক্ষণৰ বিধি-বিধান সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ৪৩। বেংকে নগদ সংৰক্ষণৰ অনুপাত কি দৰে নিৰ্ণয় কৰে?

উত্তৰঃ ৪৪। ঋণ আৰু অগ্ৰিমৰ পাৰ্থক্য বৰ্ণনা কৰা।

উত্তৰঃ ৪৫। বেংকৰ হিচাপ বিভাগৰ বিষয়ে টোকা লিখা।

উত্তৰঃ

(গ) ৰচনাধৰ্মীয় উত্তৰৰ প্ৰশ্নৰ বাবে ৮ বা ১০ নম্বৰ দিয়া হয়। (১৬০–১৮০ শব্দৰ ভিতৰত উত্তৰ লিখা) ৪৬। বেংকৰ প্ৰকৃতি সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ৪৭। বেংক অনুষ্ঠানৰ উৎপত্তিৰ আভাস দিয়া।

উত্তৰঃ

৪৮। ভাৰতত আধুনিক বেংকৰ ক্ৰমবিকাশৰ চমুটোকা লিখা।

উত্তৰঃ ৪৯। ভাৰতত আধুনিক বেংকৰ বিকাশ সম্পর্কে চমু আভাস দিয়া।

উত্তৰঃ

৫০। বাণিজ্যিক বেংকৰ মুখ্য কাৰ্য্যাৱলীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ৫১। বাণিজ্যিক বেংকৰ গৌণ কাৰ্য্যাৱলীৰ চমু বর্ণনা দিয়া।

উত্তৰঃ ৫২। বেংকৰ সংগঠন সম্পর্কে চমুকৈ বৰ্ণনা দিয়া।

উত্তৰঃ ৫৩। বাণিজ্যিক বেংকে কি দৰে ঋণগত মুদ্ৰাৰ সৃষ্টি কৰে? ইয়াৰ সীমাবদ্ধতা কি?

উত্তৰঃ ৫৪। বেংক গঠন কৰোঁতে পুঁজি আৰু অনুজ্ঞাপত্ৰৰ বিষয়ে লিখা।

উত্তৰঃ ৫৫। বেংকৰ নতুন শাখা মুকলি কৰা ব্যৱস্থা বৰ্ণনা কৰা।

উত্তৰঃ ৫৬। বেংকে নগদ সংৰক্ষণ অনুপাত কেনেকৈ নিৰ্ণয় কৰে বহলাই লিখা।

উত্তৰঃ ৫৭। বেংকৰ বিভিন্ন আমানতৰ চমু আভাস দাঙি ধৰা।

উত্তৰঃ ৫৮। বেংকে কি কি প্ৰকাৰে ঋণদান কৰে বৰ্ণনা কৰা।

উত্তৰঃ ৫৯। “ঋণে আমানতৰ সৃষ্টি কৰে”। ইয়াৰ তাৎপৰ্য্য লিখা।

উত্তৰঃ ৬০। অগ্ৰিম আৰু ঋণৰ পাৰ্থক্য দেখুৱাই বুজাই লিখা।

উত্তৰঃ ৬১। বাণিজ্যিক বেংকে কিদৰে মুদ্ৰাৰ সৃষ্টি কৰে ব্যাখ্যা কৰা।

উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)