শৈক্ষিক পৰিসংখ্য়া বিজ্ঞানৰ বুনিয়াদ

অধ্য়ায়- ১ 


১। পৰিসংখ্য়া বিজ্ঞান কি ?

(What is statistics?)

উত্তৰঃ 


২। পৰিসংখ্য়া বিজ্ঞানৰ ধাৰণাটো কি ?

(What is the concept of statistics?)

উত্তৰঃ  


৩। ''পৰিসংখ্য়া বিজ্ঞান'' শব্দটো ক'ৰ ক'ৰ পৰা আহিছে ?

( In which words the word 'statistics' in come?)

উত্তৰঃ


৪। পৰিসংখ্য়া বিজ্ঞানৰ পদ্ধতিসমূহ কি কি ?

(What are the methods of statistical methods?)

উত্তৰঃ


৫। পৰিসংখ্য়া বিজ্ঞানৰ কেতবোৰ বৈশিষ্ট্য় লিখা।

(Write  some characteristics of statistics.)

উত্তৰঃ


৬। তথ্য়ৰ ব্য়াখ্য়াকৰণ কাক বোলে ? ইয়াৰ প্ৰকাৰবোৰ আলোচনা কৰা।

(What is data Interpretation?  Discuss is types.)

উত্তৰঃ


৭। তথ্য়ৰ উপস্থাপন আৰু তালিকাকৰণৰ বিষয়ে আলোচনা কৰা।

(Discuss about presentation and tabulation of data.)

উত্তৰঃ


৮.  তলত দিয়া ৰাশিবোৰৰ পৰা বাৰংবাৰতা বিভাজন প্ৰক্ৰিয়া প্ৰস্তুত কৰা।

(Prepare frequency distribution table from the following scores.)

80      75      90      65      85      46      62      79      84      69

67      82      65      97      98      66      48      72      71      47

84      86      89      64      60      91      82      85      66      80

90      92      75      59      76      78      76      92      90      78

40      43      82      68      82      85      64      66      84      41

42      65      70      52     47      56      69       51      58      73

Ans-


৯। শিক্ষা আৰু মনোবিজ্ঞানত পৰিসংখ্য়া বিজ্ঞানৰ প্ৰয়োজনীয়তা আলোচনা কৰা।

(Discuss the need of Statistics in education and psychology.)

উত্তৰঃ


১০। জনসমষ্টি আৰু নমুনাৰ বিষয়ে টোকা লিখা।

(Write notes about population and sample.)

উত্তৰঃ


১১। চলক কি? চলকৰ ভাগ দুটা আলোচনা কৰা।

(What is variable? Discuss the types of variables.)

উত্তৰঃ


১২। পৰিসংখ্য়া বিজ্ঞানৰ সীমাবদ্ধতাবোৰ লিখা।

(Write the limitation of statistics.)

উত্তৰঃ


১৩। কেন্দ্ৰীয় প্ৰবৃত্তিৰ জোখ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(What do you mean by measure centrals tendency? Explain with example.)

উত্তৰঃ


১৪। কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপনবোৰ কি কি?

(What are the measures of centrals tendency?)

উত্তৰঃ


১৫। তলত দিয়া অসমূহিত ৰাশিসমূহৰ গড় নিৰ্ণয় কৰা।

(8, 10, 12, 20 আৰু 28)

উত্তৰঃ


১৬। সমূহিত তথ্য়ৰ পৰা গাণিতিক গড় নিৰ্ণয় কৰাত সংক্ষিপ্ত পদ্ধতিৰ সূত্ৰটো কি ? লিখা।

(Write the formula of Men of the Group data.)

উত্তৰঃ


১৭। তলত দিয়া অসমূহিত তথ্য়ৰ পৰা মধ্য়মা নিৰ্ণয় কৰা।

(Compute Median from ungruped data.)

8, 7, 6, 4, 6, 3, 2

উত্তৰঃ


১৮। ধৰি লোৱা কোনো এখন বাৰংবাৰতা বিভাজন তালিকাৰ গড় 75 আৰু মধ্য়মাও 75। সূত্ৰ প্ৰয়োগ কৰি বহুলক নিৰ্ণয় কৰা।

উত্তৰঃ


১৯। তলত দিয়া বাৰংবাৰতা বিভাজন তালিকাৰ গাণিতিক গড় আৰু মধ্য়মা নিৰ্ণয় কৰা।

(Compute arithmatic mean and median from the following data.)


উত্তৰঃ


২০। তলত দিয়া তালিকাখনৰ গাণিতিক গড়, মধ্য়মা আৰু বহুলক নিৰ্ণয় কৰা।

(Compute Mean, Median and Mode from the following data.)


উত্তৰঃ


২১। চমুটোকা লিখাঃ

(ক) মধ্য়মা (Median)\

উত্তৰঃ

(খ) পৰিসংখ্য়া বিজ্ঞানৰ ব্য়ৱহাৰ (Use of Statistics)

উত্তৰঃ

(গ) কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ (Measures of Central tendency)

উত্তৰঃ

(ঘ) শ্ৰেণী-অন্তৰাল (Class)

উত্তৰঃ

(ঙ) বহুলক বা ম'ড (Mode)

উত্তৰঃ


২২। অনুমিত পদ্ধতিৰে তলৰ তালিকাৰপৰা গড় নিৰ্ণয় কৰা।

(Compute mean by short method from the following data.)


উত্তৰঃ


২৩। বিচ্য়ুতিৰ পৰিমাপণ কি ?

(What is measures of variability?)

উত্তৰঃ


২৪। বিচ্য়ুতি পৰিমাপণৰ প্ৰকাৰবোৰ কি কি ?

(What are the types of measures of variability?)

উত্তৰঃ


২৫। বিচ্য়ুতিৰ ব্য়ৱহাৰিতা সম্পৰ্কে লিখা।

(write the uses of variability.)

উত্তৰঃ


২৬। প্ৰসাৰ কি?

(What is range?)

উত্তৰঃ


২৭। প্ৰসাৰৰ গুণ আৰু দোষসমূহ লিখা।

(Write the merits and demerits of range.)

উত্তৰঃ


২৮। চতুৰ্থক বিচ্য়ুতি কি ?

(What is quartile deviation?)

উত্তৰঃ

২৯। চতুৰ্থক বিচ্য়ুতিৰ সূত্ৰটো লিখা।

(Write the formula of Q.D.)

উত্তৰঃ


৩০। তলৰ ৰাশিসমূহৰ বিচ্য়ুতি নিৰ্ণয় কৰা।

(Find out Q.D. of the following data:)

10, 14, 16, 18, 20, 24, 22, 27, 12

উত্তৰঃ


৩১। চতুৰ্থক বিচ্য়ুতিৰ গুণ আৰু দোষবোৰ লিখা।

(Write the merits and demerits of Q.D.)

উত্তৰঃ


৩২। মানক বিচ্য়ুতি কি ?

(What is standard deviation?)

উত্তৰঃ


৩৩। তলৰ ৰাশিসমূহৰ প্ৰসাৰ নিৰ্ণয় কৰা।

(Compute range of the following data:)

15, 12, 18, 5, 27, 8, 35

উত্তৰঃ


৩৪। তলৰ ৰাশি বিতৰণৰ পৰা চতুৰ্থক বিচ্য়ুতি আৰু মানক বিচ্য়ুতি নিৰ্ণয় কৰা।


উত্তৰঃ


৩৫। তলৰ অসমূহিত ৰাশিবোৰৰ পৰা গড় বিচ্য়ুতি আৰু মানক বিচ্য়ুতি নিৰ্ণয় কৰা--

18, 25, 21, 19, 27, 31, 22, 25, 28, 20

উত্তৰঃ


৩৬। তলৰ ৰাশিবোৰৰ পৰ চমু পদ্ধতিৰে বা আনুমানিক গড় পদ্ধতিৰে মানক বিচ্য়ুতি নিৰ্ণয় কৰা--



উত্তৰঃ


৩৭। মানক বিচ্য়ুতিৰ ব্য়ৱহাৰিতা লিখা।

(Write the uses of standard deviation.)

উত্তৰঃ


৩৮) পৰিসংখ্যা বিজ্ঞানৰ সংজ্ঞা । 


৩৯) পৰিসংখ্যা বিজ্ঞানৰ এটা উপযুক্ত সংজ্ঞা দিয়া । 


৪০) শিক্ষা পৰিসংখ্যা বিজ্ঞান কি ?


৪১) শ্ৰেণী অন্তৰাল মানে কি বুজা ?


৪২) শ্ৰেণী অন্তৰালৰ মধ্যমান নিৰ্ণয় কৰাৰ সূত্ৰটো লিখা । 


৪৩) অসমূহিত তথ্যৰ পৰা গড় নিৰ্ণয় কৰাৰ সূত্ৰটো কি ?


৪৪) সমূহিত তথ্যৰ পৰা গড় নিৰ্ণয় কৰাৰ চমু পদ্ধতিৰ সূত্ৰটো লিখা । 


৪৫) সমূহিত তথ্যৰ পৰা গড় নিৰ্ণয় কৰাৰ দীৰ্ঘ পদ্ধতিৰ সূত্ৰটো লিখা । 


৪৬) সমূহিত তথ্যৰ পৰা মধ্যমা নিৰ্ণয় কৰাৰ সূত্ৰটো লিখা । 


৪৭) সমূহিত ৰাশিৰ পৰা বহুলক নিৰ্ণয় কৰাৰ সূত্ৰটো লিখা । 


৪৮) চতুৰ্থক বিচ্যুতিৰ সূত্ৰটো লিখা । 


৪৯) তৃতীয় চতুৰ্থকৰ সূত্ৰটো লিখা । 


৫০) প্ৰথম চতুৰ্থকৰ সূত্ৰটো লিখা । 


৫১) অসমূহিত ৰাশিৰ পৰা মান-বিচ্যুতি নিৰ্ণয় কৰাৰ সূত্ৰটো লিখা । 


৫২) দীৰ্ঘ পদ্ধতিৰে মান-বিচ্যুতি নিৰ্ণয় কৰাৰ সূত্ৰটো লিখা । 


৫৩) সমূহিত তথ্যৰ পৰা মান-বিচ্যুতি নিৰ্ণয় কৰাৰ সূত্ৰটো লিখা । 


 ৫৪) কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপ বুলিলে কি বুজা ? 


৫৫) কেন্দ্ৰীয় প্ৰৱণতাৰ ভিন ভিন মাপবোৰ কি কি ? 


৫৬) গাণিতিক গড় বুলিলে কি বুজা ? 


৫৭) মধ্যমা কি ? 


৫৮) বহুলক কি ? 


৫৯) শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ দুটা ব্যৱহাৰ উল্লেখ কৰা । 


৬০) পৰিসংখ্যা বিজ্ঞানৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা । 


৬১) গড়ৰ দুটা ধৰ্ম উল্লেখ কৰা । 


৬২) গড়ৰ দুটা সুবিধা উল্লেখ কৰা । 


৬৩) গড়ৰ দুটা অসুবিধা উল্লেখ কৰা । 


৬৪) মধ্যমাৰ দুটা ধৰ্ম উল্লেখ কৰা । 


৬৫) মধ্যমাৰ দুটা সুবিধা উল্লেখ কৰা । 


৬৬) মধ্যমাৰ দুটা অসুবিধা উল্লেখ কৰা । 


৬৭) বহুলকৰ দুটা ধৰ্ম উল্লেখ কৰা । 


৬৮) বহুলকৰ দুটা সুবিধা উল্লেখ কৰা । 


৬৯) বহুলকৰ দুটা অসুবিধা উল্লেখ কৰা । 


৭০) কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে গড়ৰ দুটা ব্যৱহাৰ উল্লেখ কৰা । 


৭১) কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে মধ্যমাৰ দুটা ব্যৱহাৰ উল্লেখ কৰা । 


৭২) কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ হিচাপে বহুলকৰ দুটা ব্যৱহাৰ উল্লেখ কৰা । 


৭৩) বিচ্যুতিৰ পৰিমাপন কি ? 


৭৪) চতুৰ্থক বিচ্যুতি কি ? 


৭৫) প্ৰসাৰ কি ? 


৭৬) মান-বিচ্যুতি বা এচ, ডি কি ? 


৭৭) প্ৰসাৰৰ দুটা প্ৰায়োগিকতা উল্লেখ কৰা । 


৭৮) চতুৰ্থক বিচ্যুতিৰ দুটা প্ৰায়োগিকতা উল্লেখ কৰা । 


৭৯) গড় বিচ্যুতিৰ দুটা প্ৰায়োগিকতা উল্লেখ কৰা । 


৮০) মান-বিচ্যুতিৰ দুটা প্ৰায়োগিকতা উল্লেখ কৰা । 


৮১) তলত দিয়া প্ৰত্যকটো তথ্যৰ প্ৰসাৰ নিৰ্ণয় কৰা । 

Set- I : 15, 12, 18, 22, 5, 27, 8, 35 

Set- II : 45, 52, 33, 42, 23, 58, 70, 79, 56. 


দীঘল / বৰ দীঘল আৰ্হিৰ প্ৰশ্নোত্তৰ ঃ

১) শিক্ষা আৰু মনোবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা আলোচনা কৰা । 

২) কেন্দ্ৰীয় প্ৰৱণতাৰ বিভিন্ন পৰিমাপন পদ্ধতিসমূহ কি কি ? 

৩) বিভিন্ন প্ৰকাৰৰ কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপনৰ প্ৰধান সুবিধাসমূহ উল্লেখ কৰা । 

৪) কেন্দ্ৰীয় প্ৰৱণতাৰ পৰিমাপনৰ অসুবিধাসমূহ উল্লেখ কৰা । 

৫) এখন বাৰংবাৰতা বিভাজন তালিকাৰ গড় আৰু মধ্যমা ক্ৰমে ৪০ আৰু ৪২ দিয়া আছে । বহুলক নিৰ্ণয় কৰা । 

৬) বিচ্যুতি বা বিষমতাৰ জোখ বুলিলে কি বুজা ? ভিন ভিন প্ৰকাৰৰ বিচ্যুতিৰ পৰিমাপণ পদ্ধতিবোৰ কি কি ? 

৭) চতুৰ্থক বিচ্যুতি কি ? যদি প্ৰথম চতুৰ্থক ৩৪.৫৬ আৰু চতুৰ্থক বিচ্যুতি ৮.৯৭ হয় । তেন্তে তৃতীয় চতুৰ্থক নিৰ্ধাৰণ কৰা । 

৮) প্ৰসাৰৰ প্ৰধান সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা । 

৯) চতুৰ্থক বিচ্যুতিৰ প্ৰধান সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা । 

১০) মান-বিচ্যুতি সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা । 

১১) বিচ্যুতিৰ পৰিমাপসমূহৰ ব্যৱহাৰসমূহ উল্লেখ কৰা । 

১২) তলৰ বাৰংবাৰতা বিভাজন তালিকাখনৰ পৰা 'অনুমিত গড়' পদ্ধতিৰে গড় নিৰ্ণয় কৰা । 

C. - I.               f

৫৫ - ৫৯১

৫০ - ৫৪১

৪৫ - ৪৯৩

৪০ - ৪৪৪

৩৫ - ৩৯১২

৩০ - ৩৪২ 

২৫ - ২৯৪

২০ - ২৪১

              N = ২৮


১৩) তলৰ তথ্যখিনিৰ পৰা দীৰ্ঘ পদ্ধতি প্ৰয়োগ কৰি গড় নিৰ্ণয় কৰা । 

C. - I.               f

৫৫ - ৫৯১

৫০ - ৫৪১

৪৫ - ৪৯৩

৪০ - ৪৪৪

৩৫ - ৩৯১২

৩০ - ৩৪২ 

২৫ - ২৯৪

২০ - ২৪১

              N = ২৮


১৪) তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ধাৰণ কৰা । 

C. - I.               f

৭৫ - ৭৯১

৭০ -৭৪২

৬৫ - ৬৯৪

৬০ - ৬৪৫

৫৫ - ৫৯৮

৫০ - ৫৪১০

৪৫ - ৪৯৬

৪০ - ৪৪৪

৩৫ - ৩৯৪ 

৩০ - ৩৪২

২৫ - ২৯৩

২০ - ২৪১

                N = ২৮


১৫) তলৰ তথ্যখিনিৰ পৰা গড়, মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা । 

C. - I.          f

৫৫ - ৫৯               ১ 

৫০ - ৫৪               ১

৪৫ - ৪৯              ৩

৪০ - ৪৪               ৪

৩৫ - ৩৯            ১২

৩০ - ৩৪              ২

২৫ - ২৯              ৪

২০ - ২৪               ১

                          N = ২৮


১৬) তলৰ তথ্যখিনিৰ পৰা গড়, মধ্যমা আৰু বহুলক নিৰ্ণয় কৰা । 

C. - I.          f

৩৩ - ৩৬              ১

২৯ - ৩২               ১ 

২৫ - ২৮               ৪ 

২১ - ২৪               ১০ 

১৭ - ২০                ৫ 

১৩ - ১৬               ৩ 

৯ - ১২                  ৩ 

৫ - ৮                    ২ 

১ - ৪                     ১ 

                          N = ৩০ 


১৭) কেন্দ্ৰীয় প্ৰৱণতা কি ? অনুমিত গড় পদ্ধতিৰ সহায়ত তলৰ বাৰংবাৰতা বিভাজন তালিকাৰ পৰা গড় নিৰ্ণয় কৰা । 

C. - I.          f

৪০ - ৪৪               ৫

৩৫ - ৩৯              ৮

৩০ - ৩৪              ৮

২৫ - ২৯              ১০

২০ - ২৪               ১২

১৫ - ১৯                ৬ 

১০ - ১৪                ৫ 

৫ - ৯                   ৩ 

০ - ৪                    ৩ 

                           N = ৬ 


১৮) তলত দিয়া তথ্যখিনিৰ পৰা চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা । 

C. - I.          f

১৫০ - ১৫৪           ৪

১৪৫ - ১৪৯           ৮ 

১৪০ - ১৪৪           ১০

১৩৫ - ১৩৯          ১২

১৩০ - ১৩৪            ২

১২৫ - ১২৯           ১০ 

১২০ - ১২৪             ৭

১১৫ - ১১৯            ৮

১১০ - ১১৪            ৫ 

                          N = ৬০   


১৯) দীৰ্ঘ পদ্ধতিৰে তলৰ তথ্যখিনিৰ পৰা গড় নিৰ্ণয় কৰা । 

C. - I.          f

৫৫ - ৫৯              ২

৫০ - ৫৪               ২

৪৫ - ৪৯               ৪

৪০ - ৪৪                ৮

৩৫ - ৩৯              ৬

৩০ - ৩৪               ১১

২৫ - ২৯                ৯

২০ - ২৪                 ৭

১৫ - ১৯                  ৫

১০ - ১৪                   ০

৫ - ৯                       ২

                              N = ৬০ 


২০) তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰা । 

C. - I.         f

৭৫ - ৭৯             ৭

৭০ - ৭৪              ১২

৬৫ - ৬৯            ১৬

৬০ - ৬৪             ১৭

৫৫ - ৫৯              ১৪

৫০ - ৫৪               ১১

৪৫ - ৪৯               ৬

৪০ - ৪৪                ৪

৩৫ - ৩৯               ১

                            N = ৪০ 


২১) তলৰ তথ্যখিনিৰ পৰা বহুলক নিৰ্ণয় কৰা । 

C. - I.         f

৭০ - ৭১               ২ 

৬৮ - ৬৯             ২ 

৬৬ - ৬৭             ৩ 

৬৪ - ৬৫             ৪

৬২ - ৬৩            ৬

৬০ - ৬১             ৭ 

৫৮ - ৫৯             ৫ 

৫৬ - ৫৭             ১ 

৫৪ - ৫৫             ২ 

৫২ - ৫৩             ৩ 

৫০ -৫১               ১

                           N = ৬০ 

 

২২) তলৰ তথ্যখিনিৰ পৰা চতুৰ্থক বিচ্যুতি নিৰ্ণয় কৰা । 

C. - I.         f

৫০ - ৫৪              ৪

৪৫ - ৪৯              ২

৪০ - ৪৪              ৬

৩৫ - ৩৯             ৮

৩০ - ৩৪              ২

২৫ - ২৯             ৬ 

২০ - ২৪              ৪

১৫ - ১৯               ৪ 

১০ - ১৪                ৪

                              N = ৪০


২৩) তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰা 

C. - I.              f

৮০ - ৮৪                    ৩

৭৫ - ৭৯                     ৭

৭০ - ৭৪                     ১২

৬৫ - ৬৯                   ১৬

৬০ - ৬৪                    ১৭

৫৫ - ৫৯                    ১৪

৫০ - ৫৪                     ১১

৪৫ - ৪৯                     ৬

৪০ - ৪৪                      ৪

                              N = ৯০


২৪) অসমূহিত তথ্যৰ পৰা গড় বিচ্যুতি নিৰ্ণয় কৰা । 

১৪, ১০, ১৩, ১০, ১১, ১৭, ১১, ১৪, ১৭, ১৬ 


২৫) তলৰ অসমূহিত তথ্যৰ পৰা গড় বিচ্যুতি নিৰ্ণয় কৰা । 

১৪, ১২, ১০, ৮, ৬ 


২৬) তলৰ সমূহিত ৰাশিৰ পৰা গড় বিচ্যুতি নিৰ্ণয় কৰা । 

C. - I.             f

১১০ - ১১৪                 ৪ 

১০৫ - ১০৯               ৪ 

১০০ - ১০৪               ৩ 

৯৫ - ৯৯                  ০ 

৯০ - ৯৪                   ৩ 

৮৫ - ৮৯                  ৩ 

৮০ - ৮৪                   ১ 

                            N = ৬০


২৭) তলৰ বিভাজন তালিকাখনৰ পৰা গড় বিচ্যুতি (AD) নিৰ্ণয় কৰা । 

C. - I.            f

৯৫ - ৯৯                 ১

৯০ - ৯৪                 ২

৮৫ - ৮৯               ৪

৮০ - ৮৪               ৫

৭৫ - ৭৯               ৮

৭০ - ৭৪               ১০

৬৫ - ৬৯             ৬

৬০ - ৬৪              ৪

৫৫ - ৫৯              ৪

৫০ - ৫৪               ২

৪৫ - ৪৯               ৩

৪০ - ৪৪                ১

                             N = ৫০


২৮) তলৰ অসমূহিত তথ্যখিনিৰ পৰা মান-বিচ্যুতি নিৰ্ণয় কৰা । 

১৪, ১০, ১৩, ১০, ১১, ১৭, ১১, ১৪, ১৭, ১৬ 


২৯) তলৰ বাৰংবাৰতা বিভাজন তালিকাখনৰ পৰা মান বিচ্যুতি নিৰ্ণয় কৰা । 

C. - I.          f

৯০ - ৯৪               ১

৮৫ - ৮৯            ৩

৮০ - ৮৪             ৬

৭৫ - ৭৯              ৭

৭০ - ৭৪               ৮

৬৫ - ৬৯            ১০

৬০ - ৬৪              ৬

৫৫ - ৫৯               ৪

৫০ - ৫৪               ২

৪৫ - ৪৯               ২

৪০ - ৪৪                ১ 

                              N = ৫০


৩০) তলৰ অসমূহিত তথ্যখিনিৰ পৰা মান বিচ্যুতি নিৰ্ণয় কৰা । 

১৮, ১৫, ১২, ১০, ৫, ৫


৩১) তলৰ বাৰংবাৰতা বিভাজন তালিকাখনৰ পৰা মান-বিচ্যুতি (SD) নিৰ্ণয় কৰা । 

C. - I.         f

১০০ - ১০৯         ৫

৯০ - ৯৯             ৯

৮০ - ৮৯            ১৪

৭০ - ৭৯             ১৯

৬০ - ৬৯            ২১ 

৫০ - ৫৯            ৩০

৪০ - ৪৯             ২৫ 

৩০ - ৩৯            ১৫

২০ - ২৯             ১০ 

১০ - ১৯               ৮

০ - ৯                   ৬

                             N = ১৬২


৩২) চমু পদ্ধতি প্ৰয়োগ কৰি তলৰ বাৰংবাৰতা বিভাজন তালিকাখনৰ পৰা মান বিচ্যুতি নিৰ্ণয় কৰা । 

C. - I.       f

৯৫ - ৯৯          ১

৯০ - ৯৪           ২

৮৫ - ৮৯          ৪

৮০ - ৮৪          ৫

৭৫ - ৭৯           ৮

৭০ - ৭৪           ১০

৬৫ - ৬৯         ৬

৬০ - ৬৪          ৪

৫৫ - ৫৯           ৪

৫০ - ৫৪            ২

৪৫ - ৪৯            ৩

৪০ - ৪৪              ১

                             N = ৫০


৩৩) তলত দিয়া সংযুক্ত বাৰংবাৰতা বিভাজনৰ পৰা সংযুক্ত মান বিচ্যুতি (Combined SD) নিৰ্ণয় কৰা ঃ

                          N        M      SD

Group      A       ২৫     ৮০    ১৫

Group      B       ৭৫     ৭০    ২৫

৩৪) তলত দিয়া সংযুক্ত বাৰংবাৰতা বিভাজনৰ পৰা সংযুক্ত মান বিচ্যুতি (Combined SD) নিৰ্ণয় কৰা । 

C. - I.                   f

১০০ - ১০৯             ৫

৯০ - ৯৯                ৯

৮০ - ৮৯               ১৪

৭০ - ৭৯                 ১৯

৬০ - ৬৯                ২১

৫০ - ৫৯                ৩০

৪০ - ৪৯                 ২৫

৩০ - ৩৯                 ১৫

২০ - ২৯                  ১০

১০ - ১৯                    ৮

০ - ৯                        ৬

                                   N = ১৬২ 



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Questions Type- Janmoni Hazarika




Post ID:DABP001984