ইতিহাস আৰু ইতিহাস লিখন শৈলী 

গোটঃ ২

চমু প্রশ্নঃ


১। ‘মৌখিক ইতিহাস' শব্দটো কোনে প্রথম ব্যৱহাৰ কৰিছিল?

উত্তৰঃ


২। "The Oral History Project" নামৰ গ্ৰন্থখনৰ ৰচয়িতা কোন?

উত্তৰঃ


৩। এলেন নেভিনছ কোন আছিল?

উত্তৰঃ


৪। কোনখন বিশ্ববিদ্যালয়ে মৌখিক ইতিহাসৰ আঞ্চলিক ধাৰণাটো জনপ্ৰিয় কৰি তোলাৰ বৰঙনি যোগাইছিল?

উত্তৰঃ


৫। "Oral History" নামৰ আলোচনীখনৰ সম্পাদক কোন আছিল ?

উত্তৰঃ


৬। "Making of modern London" নামৰ তথ্যচিত্ৰখন কোনে সম্প্ৰসাৰিত কৰিছিল? 

উত্তৰঃ


৭। ৰাফেল ছেমুৱেলে ৰচনা কৰা গ্ৰন্থখনৰ নাম লিখা।

উত্তৰঃ


৮। নর্মদা বাচাও আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিল?

উত্তৰঃ


৯। সৰদাৰ সৰোবৰ বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ


বহলাই আলোচনা কৰাঃ

১। মৌখিক ইতিহাসৰ সংজ্ঞা দিয়া। ইয়াৰ গুৰুত্বসমূহ কি কি?

উত্তৰঃ


২। মৌখিক ইতিহাসে লিংগৰ ধাৰণাটোক কিদৰে প্ৰতিফলিত কৰিছে?

উত্তৰঃ


৩। মৌখিক ইতিহাসৰ আলমত সংঘৰ্ষ আৰু হিংসাৰ ধাৰাটো বহলাই আলোচনা কৰা।

উত্তৰঃ


৪। মৌখিক ইতিহাসত স্থানান্তৰকৰণ গুৰুত্বসমূহ কি কি?

উত্তৰঃ





Question Type By- Maiur Rani Kashyap