-----------------------------------------------------------

প্ৰঞ্চায়তৰ বিত্ত আৰু হিচাব । Chapter 2 | BA 4th Semester Political Science Question Answer Solution | GU Assamese Medium BA 4th Semester Political Science Question Answer Solution For Assam |

-----------------------------------------------------------

Chapter 2

প্ৰঞ্চায়তৰ বিত্ত আৰু হিচাপ


প্ৰশ্নাৱলীঃ


1.ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজ্যিক বিধানমণ্ডলসমূহক আইন প্রনয়নৰ দ্বাৰা পঞ্চায়তৰ পুঁজি গঠনৰ কৰ্তৃত্ব অৰ্পণ কৰিছে? (a) 243 (H) (b) 243 (I) (c) 242 (H) (d) 243 (Ja)

Answer-


2. 73 তম্ সংবিধান সংশোধনীৰ লগত খাপ খুৱাই কিমান চনত অসমত পঞ্চায়তীৰাজ আইন প্ৰৱৰ্তন কৰা হয়? (a) 1994 (b) 1986 (c) 1995 (d) 2005

Answer-
3. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত কেন্দ্রীয় বিত্তীয় আয়োগ গঠনৰ কথা কোৱা হৈছে? (a) 280 (b) 270 (c) 80 (d) 240

Answer-
4. সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজ্যসমূহৰ বাবে ৰাজ্যিক বিত্তীয় আয়োগ গঠনৰ ব্যৱস্থা কৰিছে? (a) 280

(b) 243 (I) (c) 240 (d) 80

Answer-

5. পঞ্চায়তীৰাজ অনুষ্ঠানসমূহে নিজৰ পুঁজি গঠন আৰু শক্তিশালী কৰা উৎস হ'ল— (b) নিৰূপিত কৰ, (a) পঞ্চায়তীৰ নিজা কৰা (c) সমূহীয়া কৰ (d) ওপৰৰ আটাইকেইটা

Answer-
6. সংবিধানৰ কোনটো অনুসূচীৰ জৰিয়তে পঞ্চায়তীৰাজ অনুষ্ঠানসমূহলৈ 29 টা বিষয় হস্তান্তৰ কৰা হৈছে? (a) 11 নং অনুচ্ছেদ (b) 9 নং অনুচ্ছেদ (c) এটাও নহয় (d) দুয়োটাই হয়

Answer-


7. ৰাজ্যিক বিত্তীয় আয়োগৰ দুটা কাৰ্য্যাৱলী উল্লেখ কৰা।

Answer-


8. ৰাজ্যিক বিত্তীয় আয়োগৰ মুঠ সদস্য সংখ্যা কিমান?

Answer-

9, সংবিধানৰ 11 নং অনুসূচীত অন্তৰ্ভুক্ত দুটা বিষয় উল্লেখ কৰা।

Answer-
10. জিলা পৰিষদৰ দুটা ধনৰ উৎস উল্লেখ কৰা।

Answer-


11. আঞ্চলিক পঞ্চায়তে কৰ আৰোপ কৰিব পৰা দুটা বিষয় উল্লেখ কৰা।

Answer-
12. গাঁও পঞ্চায়তৰ পুঁজিত অৰিহণা যোগোৱা দুটা বিষয় লিখা।

Answer-
13. চমুটোকা লিখা (a) গাঁও পঞ্চায়ত্ৰ পুঁজি।

Answer-
(b) আঞ্চলিক পঞ্চায়তৰ পুঁজি।

Answer-
(c) জিলা পৰিষদৰ পুঁজি।

Answer-
(d) 11 নং অনুসূচী।

Answer-


14. পঞ্চায়ত পুঁজি গঠন সম্পর্কে থকা সাংবিধানীক ব্যৱস্থাসমূহ উল্লেখ কৰি পঞ্চায়তৰ পুঁজি সম্পর্কে এক আলোচনা আগবঢ়োৱা।

Answer-
15. বিত্তীয় বিকেন্দ্ৰীকৰণ বুলিলে কি বুজা? সংবিধানৰ 73 তম সংশোধনীয়ে বিত্তীয় বিকেন্দ্ৰীকৰণৰ দিশত কি কি ব্যৱস্থা গ্রহণ কৰিছে ফহিয়াই লিখা ।

Answer-
16. বিত্তীয় আয়োগ কি? ইয়াৰ গঠন আৰু কাৰ্য্যাৱলী সম্পর্কে ব্যাখ্যা কৰা।

Answer-
17. সামাজিক হিচাপ কি? ইয়াৰ প্ৰয়োজনীয়তা সম্পর্কে এক টোকা প্ৰস্তুত কৰা।

Answer-




Post ID: DABP002168