Chapter-2

 সহযোগী ধাৰণা কেইবিধান

প্রশ্নাৱলী : (ক) অতি চমু উত্তৰ ১। বিনিময় প্রথা কাক বোলে?

উত্তৰঃ

২। বিনিময় প্ৰথাৰ অসুবিধাবোৰ কি কি?

উত্তৰঃ ৩। প্রত্যক্ষ বিনিময়ৰ অৰ্থ লিখা।

উত্তৰঃ ৪। অভাৱৰ সংগতিহীনতা বুজাই লিখা।

উত্তৰঃ ৫। মূল্যৰ উমৈহতীয়া জোখৰ অভাৱ কিদৰে দুৰ হয়?

উত্তৰঃ

৬। বিনিময় প্রথাত সঞ্চয় কৰাৰ অসুবিধা কি?

উত্তৰঃ ৭। অবিভাজ্যৰ অসুবিধা বিনিময়ত অন্তৰায় কি দৰে হয় লিখা।

উত্তৰঃ

৮। মুদ্রাস্ফীতি কাক বোলে?

উত্তৰঃ ৯। মুদ্রাস্ফীতিৰ মূল কাৰণ কি?

উত্তৰঃ (খ) চমু উত্তৰ ১০। মুদ্রাস্ফীতি হোৱাৰ কাৰণ কি বুজাই লিখা।

উত্তৰঃ ১১। মুদ্রাস্ফীতিৰ ফলাফলে উৎপাদন কেনেকৈ প্ৰভাৱান্বিত কৰে?

উত্তৰঃ

১২। উত্তমর্ণ/পাওনাদাৰ বা অধমণ/ দেনাদাৰৰ ওপৰত মুদ্রাস্ফীতিৰ ক্ৰিয়া লিখা।

উত্তৰঃ ১৩। বাণিজ্য চক্ৰৰ অৰ্থ প্ৰকাশ কৰা।

উত্তৰঃ ১৪। বাণিজ্য চক্ৰৰ সমৃদ্ধি পৰ্য্যায় ব্যাখ্যা কৰা।

উত্তৰঃ ১৫। বাণিজ্য চক্ৰৰ পুনৰুত্থান পৰ্য্যায় বুজাই লিখা।

উত্তৰঃ ১৬। বাণিজ্য চক্ৰৰ মন্দাৱস্থাই অৰ্থব্যৱস্থাত কেনে প্ৰভাৱ পেলায় ?

উত্তৰঃ ১৭। বাণিজ্য চক্ৰৰ স্থৱিৰতা পৰ্য্যায় প্রতিক্রিয়া কেনে লিখা।

উত্তৰঃ (গ) দীঘলীয়া প্রশ্নোত্তৰ ১৮। মুদ্রাস্ফীতি কাক বোলে? অৰ্থব্যৱস্থাত ইয়াৰ প্ৰতিক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰঃ ১৯। বিনিময় প্রথা মানে কি? প্রত্যক্ষ বিনিময় প্ৰথাৰ দুবিধ আলোচনা কৰা।

উত্তৰঃ ২০। বিনিময় প্ৰথাৰ অসুবিধাবোৰ চমুকৈ লিখা।

উত্তৰঃ ২১। বাণিজ্য চক্র কি? ইয়াৰ পৰ্য্যায়বোৰৰ নাম লিখা। দুটা পৰ্য্যায় আলোচনা কৰা।

উত্তৰঃ ২২। বাণিজ্য চক্ৰৰ পৰ্য্যায়বোৰৰ চমু আভাস দিয়া।

উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)