তথ্য়ৰ লেখচিত্ৰীয় উপস্থাপন
অধ্য়ায়- ২
১। লেখচিত্ৰ কোনে উদ্ভাৱন কৰিছিল ?
(Who introduced the graph?)
উত্তৰঃ
২। তথ্য়ৰ লেখচিত্ৰীয় উপস্থাপনৰ সুবিধাবোৰ কি কি ?
(What are the advantages of graphical presentation of data?)
উত্তৰঃ
৩। লেখচিত্ৰ অংকনৰ নীতিবোৰ বৰ্ণনা কৰা।
(Explain the principles of constructing a graph.)
উত্তৰঃ
৪। লেখচিত্ৰৰ প্ৰকাৰবোৰ কি কি ?
(What are the types of Graph?)
উত্তৰঃ
৫। আয়তচিত্ৰ কাক বোলে? ইয়াক কেনেকৈ অংকন কৰিব পাৰি?
(What is histogram? How can it be plotted?)
উত্তৰঃ
৬। বাৰংবাৰতা বহুভুজ কি? ইয়াৰ অংকন প্ৰণালী বৰ্ণনা কৰা।
(What is frequency polygon? Explain its plotting system.)
উত্তৰঃ
৭। বাৰংবাৰতা বহুভুজৰ ব্য়ৱহাৰ আৰু অসুবিধাবোৰ কি কি ?
(What are the uses and limitations of frequency polygon?)
উত্তৰঃ
৮। আয়তচিত্ৰৰ ব্য়ৱহাৰ আৰু অসুবিধাবোৰ লিখা।
(Write about the uses and limitations of histogram.)
উত্তৰঃ
৯। বাৰংবাৰতা বহুভুজ আৰু আয়তচিত্ৰৰ মাজৰ পাৰ্থক্য় লিখা।
(Write about the differences between frequency polygon and histogram.)
উত্তৰঃ
১০। তলৰ তালিকাৰ পৰা বাৰংবাৰতা বহুভুজ আৰু আয়তচিত্ৰ অংকন কৰা।
(Draw frequency polygon and Histogram from the following.)
উত্তৰঃ
(ii)
(For Paid User)
(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)