অধ্যায় ৩

এ.পি.জে আব্দুল কালামৰ শৈক্ষিক চিন্তাধৰা


(১) অতি চমু উত্তৰ দিয়া (Give very short answer)


(i) আব্দুল কালামৰ জন্ম কেতিয়া হৈছিল?

When was Abdul Kalam born?

Ans-


(ii) কালামে ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা।

Write the name of one book written by Kalam.

Ans-


(iii) কালাম মানৱতাবাদ দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। (শুদ্ধ নে অশুদ্ধ লিখা।) 

Kalam was influenced by humanism philosophy. (Write true or false). 

Ans-


(iv) কালামে মতে শিক্ষাৰ লক্ষ্য এটা উল্লেখ কৰা।

Mention one aim of education according to Kalam.

Ans-


(v) কালামৰ মতে শিক্ষাদানৰ দুটা পদ্ধতিৰ নাম উল্লেখ কৰা।

Mention the name of two methods of teaching according to Kalam.

Ans-


(vi) কালামে বাহ্যিক অনুশাসনত বিশ্বাস কৰিছিল। (শুদ্ধ নে অশুদ্ধ লিখা) 

Kalam believes in external displine. (Write true or false).

Ans-



(vii) কালামৰ মতে বিজ্ঞান হ'ল আধ্যাত্মিক সিদ্ধি আৰু আত্মোপলব্ধিৰ প্ৰশক্তিৰ পথ। (শুদ্ধ নে অশুদ্ধ)

 According to Kalam, science is the path to spiritual fulfilment and self realisation. (Write true or false).

Ans-


(viii) কালামৰ মতে প্রকৃতি হ'ল শিক্ষা লাভৰ উৎস। (শুদ্ধ নে অশুদ্ধ লিখা) 

According to Kalam, nature is source of education. (Write true or false). 

Ans-


(২) তলত দিয়াবোৰৰ চমু উত্তৰ দিয়া (Write short answer of the following)

(i) কালামৰ মতে ধৰ্মনিৰপেক্ষতাবাদ কি?

What is secularism according to Kalam?

Ans-


(ii) কালামৰ মতে শিক্ষাৰ অৰ্থ লিখা।

Write the meaning of education according to Kalam.

Ans-


(iii) কালামৰ শিক্ষাৰ আৰ্হিৰ দিশকেইটা উল্লেখ কৰা। 

Mention the aspects of educational model of Kalam.

Ans-


(iv) কালামৰ মতে গ্ৰন্থৰ ভূমিকা কেনেধৰণৰ ?

What the role of book according to Kalam?

Ans-


(v)কালামৰ মতে মূল্যবোধ শিক্ষা কি?

Ans-What is value education  according to kalam?



(vi) কালামৰ শৈক্ষিক দৰ্শনৰ বৈশিষ্ট্যবোৰ লিখা।

Write the characteristics of educational philosophy of Kalam.

Ans-


(৩) চমুটোকা লিখা (Write short notes)


(1) বাস্তৱবাদ আৰু কালামৰ চিন্তাধাৰা। 

Realism and Kalam's thought.

Ans-


(ii) আদৰ্শবাদ আৰু কালামৰ চিন্তাধাৰা। 

Idealism and Kalam's thought.

Ans-


(iii) প্ৰকৃতিবাদ আৰু কালামৰ চিন্তাধাৰা। 

Naturalism and Kalam's thought.

Ans-


(iv) প্রয়োগবাদ আৰু কালামৰ চিন্তাধাৰা। 

Pragmatism and Kalam's thought.

Ans-


(v) কালাম আৰু শিক্ষাৰ লক্ষ্য। 

Kalam and aims of education.

Ans-


(vi) কালাম আৰু পাঠ্যক্রম। 

Kalam and curriculim.

Ans-


(vii) কালামৰ মতে শিক্ষাদান পদ্ধতি। 

Method of teaching according to Kalam.

Ans-


(viii) শিক্ষক সম্বন্ধে কালামৰ দৃষ্টিভংগী। 

Kalam's veiwpoint about teacher.

Ans-


(ix) কালামৰ মতে পিতৃ-মাতৃৰ ভূমিকা। 

Role of parents according to Kalam.

Ans-


(x) কালামৰ মতে ছাত্ৰ-ছাত্ৰীৰ ভূমিকা। 

Role of students according to Kalam.

Ans-


(xi) শিক্ষাৰ মাধ্যম সম্বন্ধে কালামৰ দৃষ্টিভংগী। 

Agencies of educaiton in views of Kalam.

Ans-


(xii) কালামৰ মতে শিক্ষক ছাত্ৰৰ সম্বন্ধ।

Teacher-students relationship according to Kalam.

Ans- 


(৪) উত্তৰ লিখা (Write answer)


(i) কালামৰ জীৱন দৰ্শন আৰু শিক্ষা দর্শন আলোচনা কৰা। 

Discuss about life-philosophy and educational philosophy of Kalam.

Ans-


(ii) কালামৰ শৈক্ষিক চিন্তাধাৰাৰ বৰ্ণনা আগবঢ়োৱা। 

Describe the educational thoughts of Kalam.

Ans-


(iii) একবিংশ শতিকাৰ বাবে কালামৰ শিক্ষাৰ আৰ্হিৰ বৰ্ণনা আগবঢ়োৱা। 

Describe the Kalam's educational model for the 21st centry.

Ans-


Question Type By Parina Hazarika




Post ID: DABP002192