সাক্ষাৎকাৰৰ ভিত্তিত লিপিবদ্ধ কৰা বিভিন্ন জনগোষ্ঠী, ব্য়ক্তি আৰু অতীতৰ ঘটনাসমূহত অংশগ্ৰহণকাৰীসকলৰ পৰা সংগৃহীত ঐতিহাসিক তথ্য়-বাৰ্তাসমূহৰ সংগ্ৰহ, সংৰক্ষণ আৰু ব্য়াখ্য়াৰ পদ্ধতি

গোটঃ ৩


১। মৌখিক ইতিহাস পদ্ধতি বুলিলে কি বুজা? বহলাই লিখা। 

উত্তৰঃ


২। পৰম্পৰাগত ইতিহাস পুনৰ নিৰ্মাণত মৌখিক ইতিহাস পদ্ধতিৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ


৩। প্ৰাৰম্ভিক গৱেষণা কি ? ইয়াৰ অন্তৰ্গত বিভিন্ন পর্যায়ত অধ্যয়নসমূহ কি কি? 

উত্তৰঃ


৪। মৌখিক ইতিহাস পৰিকল্পনাত খচৰা আৰু সাক্ষাৎকাৰৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ


৫। প্রশ্ন তালিকা কি? ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে ব্যাখ্যা কৰা।

উত্তৰঃ


৬। চমু টোকা লিখা :

(ক) সাক্ষাৎকাৰৰ প্ৰক্ৰিয়া

উত্তৰঃ


(খ) লিপ্যন্তৰকৰণ

উত্তৰঃ


(গ) পাণ্ডুলিপি সংৰক্ষণ

উত্তৰঃ


(ঘ) তথ্য সংৰক্ষণ

উত্তৰঃ


(ঙ) চুম্বকীয় সংৰক্ষণ পদ্ধতি

উত্তৰঃ


(চ) অভিলেখাগাৰ

উত্তৰঃ


৭। প্ৰলেখন আৰু অভিলেখাকৰণ সম্পৰ্কে বহলাই আলোচনা কৰা। 

উত্তৰঃ


৮। তথ্যৰ মূল্যাংকৰণ আৰু পৰিগ্ৰহণ পদ্ধতি সম্পর্কে চমুৱাই লিখা।

উত্তৰঃ


৯। অভিলেখাকৰণ আৰু সহযোগিতাৰ মাজৰ সম্পৰ্ক কি? আলোচনা কৰা।

উত্তৰঃ


১০। মহাপেচখানা বা অভিলেখাগাৰ বুলিলে কি বুজা? তথ্য সংৰক্ষণত অভিলেখাগাৰৰ ভূমিকা কি? আলোচনা কৰা।

উত্তৰঃ


১১। সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিশসমূহ আলোচনা কৰা।

উত্তৰঃ


১২। মৌখিক ইতিহাস পদ্ধতিৰ সফলতাৰ কাৰকসমূহ আলোচনা কৰা। 

উত্তৰঃ


১৩। মৌখিক ইতিহাস তথ্যৰ মালিকীস্বত্ব আৰু আইনী প্ৰক্ৰিয়া সম্পর্কে বহলাই আলোচনা কৰা।

উত্তৰঃ


১৪। মৌখিক ইতিহাস পদ্ধতিত সমল ব্যক্তি বা বক্তাজনক এটা ‘বিষয়’বুলি কিয় গণ্য কৰা হয়? আলোচনা কৰা।

উত্তৰঃ


১৫। বুদ্ধিজীৱীৰ সম্পদ অধিকাৰ আৰু মালিকীস্বত্ব মানে কি বুজা? আলোচনা কৰা। 

উত্তৰঃ


১৬। মৌখিক ইতিহাস পদ্ধতিত তথ্য সংগ্ৰহৰ উৎস আৰু প্ৰক্ৰিয়া সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ


১৭। মৌখিক ইতিহাস পদ্ধতিত সংগৃহীত তথ্য কিদৰে সংৰক্ষণ কৰা হয়? বুজাই লিখা।

উত্তৰঃ


১৮। মৌখিক ইতিহাস পদ্ধতিত সংগৃহীত তথ্যক ব্যাখ্যা কৰাৰ প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ


১৯। মৌখিক ইতিহাস পদ্ধতিৰ অভিলেখাগাৰত তথ্য সংৰক্ষণ আৰু ব্যৱহাৰৰ বাবে কাৰ কাৰ লগত সহযোগিতা আৰু অংশদাৰিত্ব ভাগ কৰা হয়। চমুকৈ লিখা।

উত্তৰঃ







Question Type By- Maiur Rani Kashyap