------------------------------------------------------------

বঞ্চিত লোক সকলৰ সমস্য়া আৰু প্ৰয়োজনসমূহ আৰু তেওঁলোকৰ অংশগ্ৰহণ | Chapter 3 | BA 4th Semester Political Science Question Answer | GU Assamese Medium BA 4th Semester Political Science Book Question Answer Solution For Assam |

------------------------------------------------------------

Chapter - 3


বঞ্চিত লোক সকলৰ সমস্য়া আৰু প্ৰয়োজনসমূহ আৰু তেওঁলোকৰ অংশগ্ৰহণ




অতি চমু প্রশ্নাবলীঃ

1. সংবিধানৰ 73 তম্ সংশোধনী কিমান চনত গ্ৰহণ কৰা হৈছিল— (a) 1992 চনত (b) 1994 চনত (c) 1993 চনত (d) 1991 চনত

উত্তৰঃ

2. সংবিধানৰ 73 তম্ সংশোধনীয়ে মহিলাসকলৰ কাৰণে কিমান শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা ৰাখিছিল—

(a) 33% (b) 50% (c) 35% (d) 20%

উত্তৰঃ 3. PESA Act খন কিমান চনত গ্ৰহণ কৰা হৈছিল? (a) 1996 চনত (b) 1956 চনত (c) 1952 চনত (d) 1957 চনত

উত্তৰঃ 4. সংবিধানৰ 73 তম্ সংশোধনী অনুসৰি কিহৰ ভিত্তিত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ কাৰণে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে? (a) এলেকা ভিত্তিত (b) জনসংখ্যা ভিত্তিত (c) সংবিধানিক ভিত্তিত (d) ওপৰৰ এটাও নহয়

উত্তৰঃ 5. বর্তমানে পঞ্চায়তীৰাজ অনুষ্ঠানত মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা হ'ল— (a) 40% (b) 50% (c) 33% (d) ওপৰৰ এটাও নহয়।

উত্তৰঃ

চমু প্রশ্নাৱলীঃ 1. বঞ্চিত শ্ৰেণীৰ লোকৰ সমস্যাৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ 2. PESA ৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ


3. পঞ্চায়তীৰাজ অনুষ্ঠানত মহিলাৰ অংশগ্ৰহণৰ বিষয়ে লিখা।

উত্তৰঃ 4. অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ অংশগ্রহণ।

উত্তৰঃ 5. PESA ৰ গুৰুত্ব।

উত্তৰঃ 6. সংখ্যালঘু সকল আৰু সাংবিধানিক ৰক্ষা কবচ।

উত্তৰঃ


ৰচনাধৰ্মী প্রশ্নাৱলী : 1. সমাজৰ পিছপৰা শ্ৰেণীৰ লোকৰ বাবে পঞ্চায়তী ৰাজ অনুষ্ঠান সমূহত থকা সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 2. বঞ্চিত শ্ৰেণীৰ লোক বুলিলে কি বুজা? সমাজ তথা ৰাজনৈতিক ব্যৱস্থাত বঞ্চিত শ্রেণীৰ লোকসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 3. সংবিধানৰ ৭৩ তম্ সংশোধনীৰ সংৰক্ষণ ব্যৱস্থাই বঞ্চিত শ্ৰেণীৰ লোকৰ সমস্যা সমাধানত সফল হৈছে বুলি তুমি ভাবানে?

উত্তৰঃ 4. অংশগ্রহণ মানে কি? গণতন্ত্ৰত ইয়াৰ গুৰুত্ব কি? পঞ্চায়তীৰাজ অনুষ্ঠানসমূহত মহিলাৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ 5. অংশগ্রহণ মানে কি? অংশগ্রহণ ব্যৱস্থাই বঞ্চিত শ্ৰেণীৰ লোকসকলৰ উন্নয়নত সহায়ক হ'ব বুলি তুমি ভাবানে?

উত্তৰঃ 6. সংখ্যালঘু সকলৰ উন্নয়নৰ কাৰণে সংবিধানত থকা বিভিন্ন ব্যৱস্থাৱলীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ Type- Priyam Patar


Post ID: DABP002166