Chapter 3

শিক্ষা আৰু মানৱ সম্পদৰ বিকাশ


প্ৰশ্নাৱলী

(I) অতি চমু উত্তৰৰ প্ৰশ্ন ( Question of Very Short Answer )

১। মানৱ সম্পদৰ বিকাশ মানে কি ?

What is meant by human resource development ?

Ans :

২। মানৱ সম্পদ বিকাশৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

Mention one feature of human resource development.

Ans :

৩। মানৱ সম্পদ বিকাশৰ এটা সূচক উল্লেখ কৰা ।

Mention one indicator of human resource development.

Ans :

৪। মানৱ সম্পদ বিকাশৰ এটা উদ্দেশ্য লিখা ।

Write one objective of human resource development.

Ans :

৫। মানৱ সম্পদ বিকাশৰ এটা কাৰক উল্লেখ কৰা ।

Mention one factor of human resource development.

Ans :

৬। মানৱ সম্পদ শব্দটো কোনে প্ৰথম ব্যৱহাৰ কৰিছিল ?

Who first used the term 'human resources'?

Ans :

৭। 'Developing Human Resources' গ্ৰন্থখনৰ লেখক কোন ?

Who is the author of the book 'Developing Human Resources'?

Ans :

৮। মানৱ সম্পদ বিকাশৰ এটা উদ্দেশ্য উল্লেখ কৰা ।

Mention one components of human resource development.

Ans :

৯। মানৱ সম্পদ বিকাশৰ এটা উপাদান উল্লেখ কৰা ।

Mention one components of human resource development.

Ans :

১০। মানৱ সম্পদ বিকাশৰ এটা কৌশল উল্লেখ কৰা ।

Mention one strategy of human resource development.

Ans :

১১। MHRD ৰ সম্পূৰ্ণ আকাৰটো লিখা ।

Write the full form of MHRD.

Ans :

১২। MHRD ৰ এটা উদ্দেশ্য উল্লেখ কৰা ।

Mention one objective of MHRD.

Ans :

১৩। UGC ৰ সম্পূৰ্ণ আকাৰটো লিখা ।

Write the full form of UGC.

Ans :

১৪।  UGC ৰ এটা কাৰ্য উল্লেখ কৰা ।

Mention one function of UGC.

Ans :

১৫। UGC ৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত ?

Where is the head quarter of UGC situated ?

Ans :

১৬। NCERT ৰ সম্পূৰ্ণ আকাৰটো লিখা ।

Write the full form of NCERT.

Ans :

১৭। NCERT কোন চনত গঠন কৰা হৈছিল ?

In which year, NCERT was formed ?

Ans :

১৮। NCERTৰ এটা উদ্দেশ্য উল্লেখ কৰা ।

Mention one objective of NCERT.

Ans :

১৯। CBSE ৰ সম্পূৰ্ণ আকাৰটো লিখা ।

Write the full form of CBSE.

Ans :

২০। CBSE ৰ এটা উদ্দেশ্য উল্লেখ কৰা ।

Mention one objective of CBSE.

Ans :

(II) চমু টোকা লিখা ( Write short notes )

১। মানৱ সম্পদ 

(Human resources ) 

Ans-

২। মানৱ সম্পদ বিকাশৰ বৈশিষ্ট্য 

( Characteristics of human resource development ) 

Ans-

৩। মানৱ সম্পদ বিকাশৰ উপাদান 

( Components of human resource development ) 

Ans-

৪। মানৱ সম্পদ বিকাশৰ ধাৰণা 

( Concept of human resource development ) 

Ans-

৫। মানৱ সম্পদ বিকাশৰ সূচকবোৰ 

( Indicators of human resource development ) 

Ans-

৬। মানৱ সম্পদ বিকাশৰ উদ্দেশ্যবোৰ 

( Objectives of human resource development ) 

Ans-

৭। মানৱ সম্পদ বিকাশৰ গুৰুত্ব 

( Importance of human resource development ) 

Ans-

৮। মানৱ সম্পদ বিকাশৰ কাৰকবোৰ 

( Factors of human resource development ) 

Ans-

৯। মানৱ সম্পদ বিকাশৰ পৰিসৰ 

(Scope of human resource development ) 

Ans-

১০। মানৱ সম্পদ বিকাশৰ কৌশল 

( Strategies of human resource development ) 

Ans-

১১। মানৱ সম্পদ বিকাশ মন্ত্ৰণালয় 

( Ministry of Human Resource Development ) 

Ans-

১২। বিশ্ববিদ্যালয় অনুদান আয়োগ 

( University  Grants Commission ) 

Ans-

১৩। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ 

( National Council of Educational Research and Training ) 

Ans-

১৪। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড 

( Central Board of Secondary Education ) 

Ans-

১৫। CBSE ৰ কাৰ্যাৱলী 

( Function of CBSE ) 

Ans-

(III) দীঘল উত্তৰৰ প্ৰশ্ন ( Questions of long Answer )

১। মানৱ সম্পদ বিকাশৰ সংজ্ঞা দিয়া । ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

Define human resource development. Discuss its characteristics.

Ans :

২। মানৱ সম্পদ বিকাশৰ সূচকবোৰ কি কি ? ইয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আলোচনা কৰা।

What are the indicators of human resource development ? Discuss its needs and importance.

Ans :

৩। মানৱ সম্পদ বিকাশৰ লক্ষ্য-উদ্দশ্য় আৰু উপাদানবোৰ লিখা ।

Write the aims objectives and components of human resource development.

Ans :

৪। মানৱ সম্পদ বিকাশৰ পৰিসৰ আৰু কৌশলবোৰ বৰ্ণনা কৰা ।

Explain the scope of strategies of human resource development.

Ans :

৫। মানৱ সম্পদ বিকাশৰ কাৰকবোৰ ব্যাখ্যা কৰা ।

Describe the factors of human resource development.

Ans :

৬। মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা আলোচনা কৰা ।

Discuss the role of education in human resource development.

Ans :

৭। মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ বিষয়ে আলোচনা কৰা ।

Discuss about Ministry of Human Resource Development.

Ans :

৮। বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিষয়ে বহলাই আলোচনা কৰা ।

Elaborately discuss about the University Grants Commission.

Ans :

৯। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ বিষয়ে লিখা ।

Write about the National council of Educational Research and Training.

Ans :

১০। 'শিক্ষা অবিহনে মানৱ সম্পদৰ বিকাশ সম্ভৱ নহয়'--- উক্তিটো ব্যাখ্যা কৰা ।

' Human resource development is not possible without education'--- Explain the statement.

Ans :

 

Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)