Chapter-3

 বিভিন্ন প্ৰকাৰৰ বেংক


প্ৰশ্নাৱলীঃ

১। বিভিন্ন প্ৰকাৰৰ বেংকৰ নাম উল্লেখ কৰা। কেন্দ্ৰীয় বেংকৰ লগত বুলিলে তুমি কি বুজা?

উত্তৰঃ

২। বাণিজ্যিক বেংক কাক বোলে? কেন্দ্ৰীয় বেংকৰ লগত ইয়াৰ পাৰ্থক্য

উত্তৰঃ

৩। বৈদেশিক বেংক কাক বোলে? দেশীয় বাণিজ্যিক বেংকৰ লগত ইয়াৰ পার্থক্য কত?

উত্তৰঃ ৪। আঞ্চলিক গ্রাম্য বেংক কি? ইয়াৰ লক্ষ্য আৰু বৈশিষ্ট্য আলোচনা কৰা। উত্তৰঃ

৫। বিনিয়োগ বেংক কাক বোলে? বাণিজ্যিক বেংকৰ লগত ইয়াৰ প্ৰভেদ বুজাই লিখা।

উত্তৰঃ

 ৬। সমবায় বেংক কাক বোলে? ইয়াৰ সংগঠন আৰু কাৰ্য্য কেনে ধৰণৰ আলচ কৰা।

উত্তৰঃ

 ৭। বাণিজ্যিক বেংক আৰু সমবায় বেংকৰ প্ৰভেদ দেখুওৱা । উন্নয়নী বেংক কাক বোলে? আন বেংকৰ লগত ইয়াৰ পাৰ্থক্য কেনে ধৰণৰ?

উত্তৰঃ

 ৮। চমুটোকা লিখা : (ক) খিলঞ্জীয়া বেংক (খ) সঞ্চয় বেংক (গ) আন্তর্জাতিক বেংক।

উত্তৰঃ

 ৯। চমু উত্তৰ লিখা :

(ক) কেন্দ্ৰীয় বেংকৰ ব্যৱসায় নীতি কি?

উত্তৰঃ (খ) কেন্দ্রীয় বেংক গঠনৰ ঘাই উদ্দেশ্য কি?

উত্তৰঃ (গ) বাণিজ্যিক বেংকে কিয় দীর্ঘম্যাদী ঋণ অধিক পৰিমাণে নিদিয়ে?

উত্তৰঃ (ঘ) বাণিজ্যিক বেংকৰ কাৰ্য্যৱলীৰ নাম উল্লেখ কৰা।

উত্তৰঃ (ঙ) আন্তর্জাতিক বেংকিং মানে কি?

উত্তৰঃ (চ) বিনিয়োগ বেংকে কি কাৰণে অধিক পৰিমাণে দীৰ্ঘম্যাদী ঋণ দিয়া সুবিধা পায়?

উত্তৰঃ (ছ) সমবায় বেংক গঠনৰ ঘাই উদ্দেশ্য কি?

উত্তৰঃ (জ) আঞ্চলিক গ্রাম্য বেংক কিয় গঠন কৰিবলগীয়া হ'ল?

উত্তৰঃ

(ঝ) উন্নয়নী বেংক কি কাৰণে সৃষ্টি কৰিবলগীয়া হ'ল?

উত্তৰঃ (ঞ) উন্নয়নী বেংকে কি কি প্ৰধান কাম কৰে— সেইবোৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ (ট) ভাৰতৰ চাৰিটা উন্নয়নী বেংকৰ নাম লিখা।

উত্তৰঃ (ঠ) বিভিন্ন প্ৰকাৰৰ সমবায় বেংকৰ নাম লিখা।

উত্তৰঃ (ড) খুচুৰা বেংকিং কাক বোলে?

উত্তৰঃ

(ঢ) এক্সিম বেংক মানে কি?

উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)