মৌখিক ইতিহাস গৱেষণাৰ সম্ভাৱনাময় ক্ষেত্ৰসমূহ

গোটঃ ৪

চমু প্রশ্ন


১। লোকাচাৰ বুলিলে কি বুজা? 

উত্তৰঃ


২।গ্ৰীয়টসকল কোন?

উত্তৰঃ


৩। বিশ্বাস আৰু অনুশীলনৰ মূল আধাৰ কি? 

উত্তৰঃ


৪। বড়োসকলৰ উপাস্য দেৱতাৰ নাম কি?

উত্তৰঃ


৫।‘টোটেম’ মানে কি? 

উত্তৰঃ


৬। বাঘদেউ পূজা কোন জনজাতিয়ে পালন কৰে?

উত্তৰঃ


৭। মণিপুৰীসকলৰ পূৰ্বপুৰুষৰ নাম কি?

উত্তৰঃ


৮। পৰিবেশ্য কলা বুলিলে কি বুজা?

উত্তৰঃ


৯।  ভঠেলি উৎসৱ ক’ত, কেতিয়া পালন কৰা হয়?

উত্তৰঃ


১০। গাৰোসকলৰ মাজত প্ৰচলিত দুটা কৃষি নৃত্যৰ নাম লিখা।

উত্তৰঃ


 ১১। মণিপুৰীসকলৰ কৃষি নৃত্যৰ নাম কি?

উত্তৰঃ


১২। দেৱ-দেৱীৰ পূজাৰ লগত জড়িত প্ৰাচীন নৃত্যৰ নাম কি?

উত্তৰঃ


১৩। সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত তিনিবিধ উল্লেখযোগ্য নৃত্য কি কি?

উত্তৰঃ


১৪। হাইদাং নৃত্য কেতিয়া প্ৰদৰ্শন কৰা হয়?

উত্তৰঃ


১৫। ভূপাল গেছ ট্রেজেডী কোন চনত সংঘটিত হৈছিল?

উত্তৰঃ


১৬। মহিলা ইতিহাস চৰ্চাৰ ধাৰা কোনে, কেতিয়া আৰম্ভ কৰিছিল।

উত্তৰঃ


১৭। হার্ভার্ড ৰেডক্লিক প্রতিষ্ঠান ক’ত অৱস্থিত আৰু ইয়াৰ কাম কি? 

উত্তৰঃ


১৮। ফ্রান্সেছ আল ব্ৰেইয়াৰ কোন আছিল?

উত্তৰঃ


১৯। আকেমী কিকুমুৰা কোন? তেওঁৰ বিখ্যাত কিতাপখনৰ নাম কি?

উত্তৰঃ


চমু টোকা লিখা : 


১। খেৰাই নৃত্য

উত্তৰঃ


২। লাই হৰৌৱা নৃত্য 

উত্তৰঃ


৩। চুংচেং নৃত্য

উত্তৰঃ


৪। ধর্ম সম্বন্ধীয় লোকবিশ্বাস

উত্তৰঃ


৫। ৰুথ এডমণ্ড হিল

উত্তৰঃ


৬। জেচী এবট 

উত্তৰঃ


৭। কিষ্টিয়া এডয়াৰ 

উত্তৰঃ


৮। ছেডী আলেকজেণ্ডাৰ।

উত্তৰঃ


বহলাই আলোচনা কৰা :

১৷ জীৱনমূলক ইতিহাস বুলিলে কি বুজা? বুজাই লিখা।

উত্তৰঃ


২। মহিলা ইতিহাস কি? মহিলা ইতিহাস চৰ্চাৰ ইতিহাস চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ


৩। যুদ্ধৰ প্ৰব্ৰজক বুলিলে কি বুজা? উদাহৰণসহ মৌখিক ইতিহাস চর্চাত ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা ব্যাখ্যা কৰা।

উত্তৰঃ


৪। দুৰ্যোগৰ ভুক্তভোগী আৰু মৌখিক ইতিহাসৰ সম্ভাৱনীয়তা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ


৫। জাতিগত নাইবা গোষ্ঠীগত সংঘাতে কিদৰে সমাজ, অৰ্থনীতি আৰু ইতিহাসত প্ৰভাৱ পেলায় এক বিশদ আলোচনা আগবঢ়োৱা । 

উত্তৰঃ


৬। মৌখিক ইতিহাস নির্মাণত ব্যক্তিগত গাথা আৰু কাহিনীৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ


৭। ব্যক্তিগত গাথাৰ বিশ্বাসযোগ্যতা আছেনে? বিশ্বাসযোগ্যতাৰ আধাৰসমূহ কি কি?

উত্তৰঃ


৮। মৌখিক ইতিহাস গৱেষণাত মৌখিক পৰম্পৰাৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ


৯। মৌখিক পৰম্পৰাৰ অন্তৰ্গত বিভিন্ন লোকাচাৰসমূহৰ বিষয়ে এক তথ্যভিত্তিক আলোচনা কৰা।

উত্তৰঃ


১০। অসম তথা উত্তৰ-পূব ভাৰতৰ বিভিন্ন জনজাতীয় লোকৰ মাজত জীৱ জন্তুক লৈ থকা বিশ্বাস আৰু বিভিন্ন অনুশীলনসমূহ উদাহৰণসহ আলোচনা কাৰ।

উত্তৰঃ


১১। ধর্ম সম্বন্ধীয় লোকবিশ্বাসসমূহৰ এটি বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা। মৌখিক ইতিহাস নির্মাণত ই কেনেদৰে সহায় কৰে?

উত্তৰঃ


১২। ধৰ্মীয় নৃত্যসমূহৰ মৌখিক ইতিহাস নিৰ্মাণত ভূমিকা কি? ব্যাখ্যা কৰা।

উত্তৰঃ


১৩৷ কৃষি বিষয়ক আৰু বিভিন্ন উৎসৱ অনুষ্ঠানসমূহৰ জনজাতীয় লোকসকলৰ পৰিচয় নিৰ্মাণত কিদৰে সহায়ক হয়? আলোচনা কৰা।

উত্তৰঃ



Question Type By- Maiur Rani Kashyap