Chapter 4 

শিক্ষা আৰু অৰ্থনৈতিক বিকাশ

প্ৰশ্নাৱলী

(I) অতি চমু উত্তৰৰ প্ৰশ্ন ( Questions of Very Short Answer )

১। অৰ্থনৈতিক বিকাশ মানে কি ?

What is meant by economic development ?

Ans :

২। অৰ্থনৈতিক বিকাশৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

Mention one feature of economic development.

Ans :

৩। জাতীয় বিকাশ মানে কি ?

What is meant by national development ?

Ans :

৪। জাতীয় বিকাশৰ সংজ্ঞা দিয়া ।

Define national development.

Ans :

৫। অৰ্থনৈতিক বিকাশৰ সংজ্ঞা দিয়া ।

Define economic development.

Ans :

৬। 'Economic' শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ কি ?

What is the etymological meaning of the term 'economics' ?

Ans :

৭। অৰ্থনীতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় ?

Who is known as the father of Economics ?

Ans :

৮। কোনে প্ৰথমবাৰৰ বাবে 'শিক্ষাৰ অৰ্থনীতি' শব্দটো ব্যৱহাৰ কৰিছিল ?

Who first used the term 'Economics of Education' ?

Ans :

৯। অৰ্থনৈতিক বিকাশৰ এটা কাৰক উল্লেখ কৰা ।

Mention one factor of economic development.

Ans :

১০। শিক্ষাৰ মূলধন ব্যয় কি ?

What is capital cost of education ?

Ans :

১১। শৈক্ষিক বিনিয়োগৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

Mention one feature of investment in education ?

Ans :

১২। ব্যক্তিগত বিনিয়োগ মানে কি ?

What is meant by private investment ?

Ans :

১৩। ৰাজহুৱা বিনিয়োগ মানে কি ?

What is meant by public investment ?

Ans :

১৪। শিক্ষাত পৰিয়ালৰ ব্যয় কি ?

What is household cost of education ?

Ans :

১৫। শিক্ষাৰ ওপৰত অৰ্থনীতিৰ প্ৰভাৱৰ এটা দিশ উল্লেখ কৰা ।

Mention one aspect of impact of economics on education.

Ans :

১৬। অৰ্থনৈতিক নিৰাপত্তা স্বৰূপ শিক্ষা মানে কি ?

What is meant by education as economics security ?

Ans :


(II) চমু টোকা লিখা (Write short notes)

১। অৰ্থনীতিৰ ধাৰণা

Concept of economics

Ans :

২। অৰ্থনৈতিক বিকাশৰ ধাৰণা

Concept of economic development

Ans :

৩। অৰ্থনৈতিক বিকাশৰ অনা-অৰ্থনৈতিক কাৰকবোৰ 

Non-economic factors of economic development.

Ans :

৪। অৰ্থনৈতিক বিকাশৰ অৰ্থনৈতিক কাৰকবোৰ

Economic factors of economic development

Ans :

৫। জাতীয়  বিকাশৰ ধাৰণা 

Concept of national development 

Ans :

৬। অৰ্থনীতি আৰু শিক্ষাৰ মাজৰ সম্বন্ধ

Relationship between economics and education 

Ans :

৭। শিক্ষাৰ ওপৰত অৰ্থনীতিৰ প্ৰভাৱ

Impact of economics on education

Ans :

৮। অৰ্থনীতি আৰু শিক্ষাৰ লক্ষ্য

Economics and aims of education.

Ans :

৯। শিক্ষা আৰু মানৱ শক্তিৰ পৰিকল্পনা

Education and manpower planning

Ans :

১০। বিনিয়োগ স্বৰূপে শিক্ষা 

Education as investment.

Ans :

১১। শৈক্ষিক বিনিয়োগৰ প্ৰকৃতি

Nature of educational investment

Ans :

১২। শিক্ষাত ব্যক্তিগত বিনিয়োগ

private investment in education

Ans :

১৩। শিক্ষাত ৰাজহুৱা বিনিয়োগ

Public investment in education.

Ans :

১৪। শিক্ষাৰ অৰ্থনীতিৰ অৰ্থ

Meaning of economics of education.

Ans :

১৫। শিক্ষাৰ ব্যক্তিগত বিনিয়োগৰ প্ৰয়োজনীয়তা

Need of private investment in education

Ans :

১৬। শিক্ষা আৰু অৰ্থনৈতিক বিকাশ

Education and economic development

Ans :


(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of long Answer)

১। অৰ্থনৈতিক বিকাশ কি ? অৰ্থনৈতিক বিকাশৰ কাৰকবোৰ আলোচনা কৰা ।

What is economic development ? Discuss the factors of economic development.

Ans :

২। শিক্ষা আৰু অৰ্থনীতিৰ মাজৰ সম্বন্ধ বিশ্লেষণ কৰা ।

Analyse the relationship between education and economics.

Ans :

৩। 'শিক্ষা হ'ল বীজ আৰু অৰ্থনৈতিক বিকাশ হ'ল ফুল'--- কথাষাৰ ব্যাখ্যা কৰা ।

'Education is the seed and flower of economic development'--- Explain the statement.

Ans :

৪। অৰ্থনৈতিক বিকাশত শিক্ষাৰ ভূমিকা আলোচনা কৰা ।

Discuss the role of education in economic development.

Ans :

৫। শিক্ষাক তুমি বিনিয়োগ বুলি ভাবানে ? ব্যাখ্যা কৰা ।

Do you consider education as investment ? Explain.

Ans :

৬। ভাৰতবৰ্ষত শিক্ষাত বিনিয়োগৰ বিষয়ে বহলাই লিখা ।

Write about the investment in education in India.

Ans :


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)