Chapter-4

কেন্দ্ৰীয় বেংক

প্রশ্নাবলীঃ

(ক) অতি চমু উত্তৰ । ১। কেন্দ্রীয় বেংক কাক বোলে?

উত্তৰঃ ২। কেন্দ্ৰীয় বেংকৰ কাৰ্য্যবোৰৰ নাম লিখা।

উত্তৰঃ ৩। চৰকাৰৰ বেংক বুলিলে কি বুজা ?

উত্তৰঃ

৪। বেংকাৰ বেংক মানে কি?

উত্তৰঃ

৫। অন্তিম মুহূৰ্ত্তৰ ঋণদাতা মানে কি?

উত্তৰঃ

৬। পৰিৱৰ্তনশীল নগদ সংৰক্ষণ অনুপাতৰ অৰ্থ লিখা।

উত্তৰঃ

৭। ঋণৰ মাৰ্জিন নিয়ন্ত্রণ মানে কি? উত্তৰঃ

(খ) চমুটোকা লিখা

৮। কেন্দ্রীয় বেংকৰ অৰ্থ বুজাই লিখা।

উত্তৰঃ ৯। কেন্দ্ৰীয় বেংকৰ নোট প্ৰৱৰ্তন ক্ষমতাৰ আভাস দিয়া।

উত্তৰঃ ১০। পৰিশোধভৱনৰ কাৰ্য্য আলোচনা কৰা।

উত্তৰঃ ১১। মুকলি বজাৰৰ লেনদেন বুজাই লিখা।

উত্তৰঃ ১২। আন্তর্জাতিক মুদ্ৰাৰ সংৰক্ষণ বুলিলে কি বুজা?

উত্তৰঃ ১৩। ঋণ ৰেচনিং মানে কি লিখা।

উত্তৰঃ ১৪। ঋণ নিয়ন্ত্রণ বুজাই লিখা।

উত্তৰঃ ১৫। কেন্দ্রীয় বেংকে কিদৰে চৰকাৰৰ বেংক হিচাপে কাম কৰে বৰ্ণনা কৰা।

উত্তৰঃ ১৬। বেংকৰ ওপৰত পৰ্য্যবেক্ষণ আৰু নিৰীক্ষণ কি দৰে কৰে?

উত্তৰঃ (গ) দীঘলীয়া প্রশ্ন ১৭। কেন্দ্ৰীয় বেংকৰ চাৰি প্ৰকাৰ নোট প্ৰৱৰ্তন পদ্ধতি আলোচনা কৰা।

উত্তৰঃ

১৮। অন্তিম মূহূৰ্তৰ ঋণদাতা আৰু বেংকৰ বেংক হিচাপে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী আলোচনা কৰা।

উত্তৰঃ ১৯। কেন্দ্ৰীয় বেংকৰ ঋণ নিয়ন্ত্ৰণ কাৰ্য্য আলোচনা কৰা।

উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)