A book
What's this? (এইটো কি?)
It's a book. (এইখন এখন কিতাপ।)
The book is open. (কিতাপখন খোলা আছে।)
Look at the front cover
of the book
সন্মুখৰ আৱৰণটো চাওক
খোলা কিতাপবোৰৰ।
This is a page
of the book.
এইটো এটা পৃষ্ঠা
কিতাপখনৰ।
Look at the back cover
of the book.
পিছফালৰ আৱৰণটো চাওক
কিতাপখনৰ।
Let's be familiar with letters, words and sentence.
(আখৰ, শব্দ আৰু বাক্যৰ সৈতে পৰিচিত হওঁ আহা।)
Type by Dipawali Bora
Post ID: DABP001958