Rhyme 2
One, two, three, four, five (এক, দুই, তিনি, চাৰি, পাঁচ)
One, two, three, four, five, (ওৱান, টু, থ্ৰি, ফৌৰ, ফাইভ,) (এক, দুই, তিনি, চাৰি, পাঁচ)
Once I caught a fish alive. (এবাৰ মই এটা মাছ জীয়াই ধৰিছিলো।)
Six, seven, eight, nine, ten, (চিক্স, চেভেন, এইট, নাইন, টেন,) (ছয়, সাত, আঠ, ন, দহ,)
Then I let it go again. (দেন আই লেট ইট গো এগেইন,)
(তাৰ পিছত মই ইয়াক পুনৰ এৰি দিলো।)
Type by Dipawali Bora
Check By- Mukesh Borah
Post ID: DABP001955