
-----------------------------------------------------------------------------------
পৰিমেয় সংখ্যা
অনুশীলনী 1.1
1. তলত দিয়াবোৰ সত্য় নে অসত্য় বিচাৰ কৰা ঃ
(i) পৰিমেয় সংখ্য়াই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে ।
Solution: সত্য়
(ii) পৰিমেয় সংখ্য়াই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে ।
Solution:অসত্য়
(iii) পৰিমেয় সংখ্য়া বিয়োগত আৱদ্ধ নহয় ।
Solution: অসত্য়
(iv) শৃন্য় প্ৰতিক্ৰম নাই ।
Solution: সত্য়
(v) 0 টো পৰিমেয় সংখ্য়া ।
Solution: সত্য়
(vi)
Solution: সত্য়
(vii) Solution: অসত্য়
(viii)
Solution: অসত্য়
(ix)
Solution: অসত্য়
(x)
Solution:সত্য়
2. যোগাত্মক বিপৰীত সংখ্য়াবোৰ লিখা ।
Solution: 
(ii)
Solution: -3
Solution:
Solution:
(v)
Solution: 
3.আৰু
ৰ যোগাত্মক বিপৰীত সংখ্য়া দুটা লিখা ।Solution:
আৰু 
4. গুণাত্মক বিপৰীত সংখ্য়াবোৰ লিখা ।
Solution: 
Solution:
Solution: 
Solution: -1
Solution: 
5.
ৰ গুণাত্মক বিপৰীত
হয়নে ? যুক্তি দিয়া । Solution: নহয়
6.
ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি ? Solution: 1 ৰ গুণাত্মক বিপৰীত হ'ল 1 আৰু 1 ৰ যোগাত্মক বিপৰীত হ'ল -1
7.
আৰু
ৰ গুণাত্মক বিপৰীত সংখ্য়া দুটা লিখা ।
Solution:
ৰ গুণাত্মক বিপৰীত হ'ল 
ৰ গুণাত্মক বিপৰীত হ'ল 
8. তলৰ সংখ্য়া দুটাৰ প্ৰতিক্ৰম লিখা ।
Solution:
ৰ প্ৰতিক্ৰম হ'ব 
(ii)
Solution:
ৰ প্ৰতিক্ৰম হ'ব
9. প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্য়া কি কি ?
Solution: 1আৰু -1
10.
ক
ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা ।Solution:
ক
প্ৰতিক্ৰমেৰে পূৰণ কৰিলে পূৰণফল হ'ব 一
11. কি বিধি প্ৰয়োগ হৈছে লিখা ।
(i)
Solution: ক্ৰম বিনিময় বিধি
(ii)
Solution: যোগাত্মক অভেদ
(iii)
Solution:গুণাত্মক অভেদ
12. সংখ্য়াৰ বিধি ব্য়ৱহাৰ কৰি মান নিৰ্ণয় কৰা ।
(i)
Solution: ( ক্ৰম বিনিময় বিধি )
(iii)
(vi)
13. তলৰ সংখ্য়াকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা
'
আৰু 
Solution:
,
আৰু
তিনিটা পৰিমেয় সংখ্য়া R.H.S
∴ সংখ্য়াকেইটা যোগৰ ক্ষেত্ৰত সহযোগ ৰ্ধম মানি চলে ।
L.H.S

R.H.S
∴ সংখ্য়াকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে ।
14. এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্য়া হৰণৰ ক্ষেত্ৰত আৱদ্ধ নহয় ।
Solution:
3/6÷1/2=3/6✖2/1=4/6 এটা পৰিমেয় সংখ্য়া।
(-6)÷(-2)=-3 এটা পৰিমেয় সংখ্য়া ।
0/2=0, এটা পৰিমেয় সংখ্য়া
কিন্ত 6 ÷ 0 অৰ্থহীন
দেখা গ'ল দুটা পৰিমেয় সংখ্য়া হৰণ ফল সদায় এটা পৰিমেয় সংখ্য়া নহ'বও পাৰে। গতিকে পৰিমেয় সংখ্য়াসমূহ হৰণৰ ক্ষেত্ৰত আৱদ্ধ নহয় ।
Type-Pooja Bora
Post ID : DABP002883