অধ্য়ায় - 4

অনুশীলনী - 4 (B)

1. এটা চতুৰ্ভুজৰ তিনিটা কোণৰ মাপ  1300, 700, 830 হ'লে চতুৰ্থ কোণৰ মাপ কিমান?

2. এটা চতুৰ্ভুজৰ কোণ চাৰিটাৰ অনুপাত 2 : 3 : 5 : 8 হ'লে কোণ চাৰিটাৰ মাপ নিৰ্ণয় কৰা।

3. দেখুওৱা যে এটা চত্ৰ্ভুজৰ চাৰিওটা কোণ পৰস্পৰ সমান হ'লে প্ৰতিটো কোণোই সমকোণ ।

4. ABCD চতুৰ্ভুজৰ <B = 500, <c =  1100। 

<A আৰু <D ৰ সমদ্বিখণ্ডক দুডালে 

O বিন্দু কটাকটি কৰিছে। < AOD ৰ মাপ 

উলিওৱা।

5. LMPQ ট্ৰিজিয়ামৰ LQ ।। MP । যদি 


<L =  145আৰু <P = 600

তেন্তে < M আৰু < Q ৰ মাপ উলিওৱা।

6. এটা সামান্তৰিকৰ এটা কোণৰ মাপ 65হ'লে বাকীকেইটা কোণৰ মাপ উলিওৱা।

7. এটা সামান্তৰিকৰ দুটা ওচৰা-উচৰি কোণৰ মাপৰ অনুপাত 2 : 7 হ' লে সামান্তৰিকটোৰ কোণবোৰৰ মাপ নিৰ্ণয় কৰা।

8. কাষৰ চিত্ৰত PQRS এটা সামান্তৰিক। 


x আৰু y ৰ মান নিৰ্ণয় কৰা। 


9. ABCD সামান্তৰিকৰ <B আৰু <C ৰ    


সমদ্বিখণ্ডক দুডালে পৰস্পৰ O বিন্দুত 

কটাকটি কৰিছে। <BOC ৰ মাপ নিৰ্ণয় 

কৰা।

10. তলৰ প্ৰতিটো সামান্তৰিকৰ পৰা x , y, z , আদিৰ মান উলিওৱা।

    i)         ii) 

  iii)   iv) 

 11. এটা সামান্তৰিকৰ দুটা বিপৰীত কোণৰ মাপ (4x - x)
০ আৰু 

(87 - )০ লে আটাইতকৈ কোণৰ মাপ উলিওৱা।

12.  এটা সামান্তৰিকৰ দুটা ওচৰা-উচৰি কোণৰ মাপ (7x-3)আৰু (8x + 18)হ'লে আটাইতকৈ কোণৰ মাপ উলিওৱা।

13. PQRS এটা সামান্তৰিক। SM ⊥ QR 

আৰু SN ⊥ PQ অঁকা হ'ল। যদি                 


PSN = 200, তেন্তে <RSM আৰু 

<NSM প মাপ উলিওৱা।

14. কাষৰ চিত্ৰত XYZW আয়তৰ 

কৰ্ণ দুডালে O বিন্দুত কটাকটি কৰিছে।             

যদি OY = 7 ছেমি. তেন্তে XZ কৰ্ণৰ দৈৰ্ঘ্য় 

উলিওৱা।

15. কাষৰ চিথ্ৰত ABCD এটা ৰম্বাছ।                 

যদি <BAD =70তেন্তে <CBDৰ মাপ     

উলিওৱা।

16. এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য় 6 ছেমি আৰু 8 ছেমি হ'লে ৰম্বাছটোৰ বাহুৰ দীঘ নিৰ্ণয় কৰা।

17. এটা ৰম্বাছৰ এডাল বাহুৰ দীঘ 13 ছেমি। যদি তাৰ দাৰ্ঘতম কৰ্ণডালৰ দীঘ 24 ছেমি. তেন্তে চুটি কৰ্ণডালৰ দাঘ নিৰ্ণয় কৰা।

18. এটা ৰম্বাছৰ এডাল কৰ্ণ দীঘ ৰম্বাছটোৰ বাহুৰ সমান হ'লে তাৰ কোণবোৰৰ মাপ উলিওৱা।

19 এটা বৰ্গৰ কৰ্ণৰ দীঘ 10 ছেমি. হ'লে তাৰ বাহুৰ দীঘ নিৰ্ণয় কৰা।

20. সঁচা নে মিছা লিখা।

    i) সকলো ট্ৰেপিজিয়াম সামান্তৰিক।

   ii) এটা চতুৰ্ভুজৰ আটাইকেইটা কোণ সূক্ষ্মকোণ হ'ব নোৱাৰে।

  iii) সকলো সামান্তৰিকেই আয়ত।

  iv) এটা সামান্তৰিকৰ এযোৰ ওচৰা-উচৰি বাহু সমান হ'লে এটা ৰম্বাছ হ'ব।

    v) ৰম্বাছৰ কৰ্ণ দুডাল সদায় সমান।

   vi) ৰম্বাছৰ এটা কোণ সমকোণ হ'লে ই এটা বৰ্গ হ'ব।

  vii) বৰ্গৰ কৰ্ণ দুডাল সমান নহয়।

 viii) সকলোবোৰ ৰম্বাছেই বৰ্গ।

   ix) সকলোবোৰ বৰ্গই আয়ত।

    x) বৰ্গৰ কৰ্ণ দুডাল পৰস্পৰ সম্বভাৱে সমদ্বিখণ্ডিত হয়।


Type- Rajashree Bora