অধ্য়ায়- 7

অনুশীলনী - 7(A)

1. তলৰ সংখ্য়বোৰৰ বৰ্গ উলিওৱাঃ

    27, 52, 69, 104, 263

2. 1 ৰ পৰা 100 লৈ বৰ্গ সংখ্য়াকেইটা লিখা।

3. 200 আৰু 300 ৰ মাজত থকা বৰ্গ সংখ্য়াকেইটা লিখা।

4. তলৰ বৰ্গ সংখ্য়াকেইটাক দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্য়াৰ যোগফল     হিচাপে দেখুওৱাঃ

    64, 81, 100, 121, 144

5. তলৰ কোনকেইটা বৰ্গ সংখ্য়া নহয় যুক্তি সহকাৰে উল্লেখ কৰা             কৰা:

    782, 961, 1658, 3249, 640, 1563, 2787, 9000

6. তলৰ সংখ্য়াবোৰৰ বৰ্গৰ এককৰ স্থনত কি অংক বহিব লিখা:

    69, 43, 91, 62, 425, 126, 126, 6344, 2747, 8888,

7. তলৰ সমখ্য়াবোৰৰ বৰ্গৰ শেষৰফালে কিমানটাকৈ 0 থাকিব লিখা:

    460, 7200, 6020, 2000

8. তলৰ কোনটো যুগ্ম সংখ্য়াৰ বৰ্গ আৰু কোনটো অযুগ্ম সংখ্য়াৰ বৰ্গ     যুক্তি সহকাৰে উল্লেখ কৰা:

    784, 1521, 2025, 2304

9. তলৰ বৰ্গ সংখ্য়াবোৰক 1 ৰ পৰা আৰম্ভ কৰি ক্ৰমিক অযুগ্ম                 সংখ্য়াৰ যোগফল ৰূপে প্ৰকাশ কৰা।

    64, 81, 100, 121, 144

10. যোগ নকৰাকৈয়ে মান উলিওৱা:   

    [' প্ৰথম n টা ক্ৰমিক অযুগ্ম সংখ্য়াৰ যোগফল = nএই ধৰ্ম প্ৰয়োগ       কৰিবা।] 

     i) 1+ 3 + 5 + 7 + 9 + 11 + 13 + 15 + 17 + 19 =

    ii) 1 + 3 + 5+ ...............+ 23 =

   iii) 1 + 3 + 5+ ...............+ 27 =

    iv) 1 + 3 +5+ ...............+ 33 =

11. তলৰ বৰ্গ সংখ্য়াবোৰক দুটা ক্ৰমিক স্বাভাৱিক সংখ্য়াৰ যোগফল          হিচাপে প্ৰকাশ কৰা:

12.  মান উলিওৱা :

    i)  392 - 382               ii) 532 -  522               iii) 722 - 712

    iv) 862 -  852                  v)  902 - 892

13. তলৰ বৰ্গ সংখ্য়াবোৰৰ মাজত কিমানটাকৈ স্বাভানিক সংখ্য়া               আছে নিৰ্ণয় কৰা:

    i) 169 আৰু 225        ii) 225 আৰু 256        iii) 289 আৰু 324

   iv) 361 আৰু 400       v) 529 আৰু 576

14. মৌলিক উৎপাদক বিশ্লেষণৰ সহায়ত তলৰ সংখ্য়াবোৰ পূৰ্ণ সংখ্য়া        হয়নে নহয় পৰীক্ষা কৰা। যদি বৰ্গ সংখ্য়া হয়, তেন্তে কোন                   সংখ্য়াৰ  বৰ্গ নিৰ্ণয় কৰা:

    i) 576    ii) 648    ii) 1156    iv)1083    v)676    vi) 845    vii) 1225 

viii) 1620    ix) 1176    x)882

15. খালী ঠাই পুৰ কৰা :

    i) 13 × 15 = 一 - 1            ii) 14 × 16 = 一 -1 

  iii) 15 × 17 = 一 - 1           iv) 16 × 18 = 一 - 1

   v) 18 × 20 = 一 - 1            vi) 17 × 19 = 一 - 1

16. উপযুক্ত অভেদ প্ৰয়োগ কৰি বৰ্গ কৰা ঃ

        i) 29    ii)71    iii)199    iv) 302    v) 298    vi) 103

17. 25= (2×3) × 100 + 25' এই নিয়মটো প্ৰয়োগ কৰি তলৰ                   সংখ্য়াবোৰৰ বৰ্গ উলিওৱাঃ

    15, 75, 85, 95, 105, 125

18. স্তম্ভ পদ্ধতিৰে বৰ্গ উলিওৱাঃ

         i) 26    ii)34    iii) 47    iv) 58    v) 63    vi)71    vii) 82    viii)99

19. তলত কেইটামান পাইথাগ'ৰীয় ত্ৰয়ৰ প্ৰতিটো আটাইতকৈ সৰু         সংখ্য়াটো দিয়া আছে। পাইথাগ'ৰীয় ত্ৰয়কেইটা নিৰ্ণয় কৰাঃ

    i) 6    ii)14    iii) 14    iv) 16    v) 20

20. খালী ঠাি পূৰ কৰা ঃ

    i) যুগ্ম সংখ্য়াৰ বৰ্গ _______ ।

   ii) ______ সংখ্য়াৰ বৰ্গ অযুগ্ম।

  iii) n টা ক্ৰমিক অযুগ্ম সংখ্য়াৰ যোগফল _______ ।

  iv)  2974ৰ এককৰ স্থানৰ অংক _______ ।

   v) 1000 ৰ বৰ্গৰ শেষত থকা শূন্য়ৰ সংখ্য়া _______ টা ।

21. দেখুওৱা যে তলৰ সংখ্য়াবোৰ পূৰ্ণ বৰ্গ সংখ্য়া। লগতে কোন                  সংখ্য়াৰ বৰ্গ নিৰ্ণয় কৰা।

    i) 441    ii)576    iii)784    iv) 900

22. তলৰ সংখ্য়াবোৰক আটাইতকৈ সৰু কি সংখ্য়াৰে পূৰণ কৰিলে           পূৰণফলটো এটা পূৰ্ণ বৰ্গ সংখ্য়া হ'ব ?

    i) 252    ii) 600    iii) 588    iv) 1800

23. তলৰ সংখ্য়াবোৰক আটাইতকৈ সৰু কি সংখ্য়াৰে হৰণ কৰিলে          হৰণফলটো এটা পূৰ্ণ বৰ্গ সংখ্য়া হ'ব?

    i) 405    ii) 1008    iii)1620    iv) 704

24. তিনিটা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ পূৰ্ণ বৰ্গ সংখ্য়াটো                  উলিওৱা।

25. 2, 3 আৰু 4 ৰে বিভাজ্য় আটাইতকৈ সৰু পূৰ্ণ সংখ্য়াটো উলিওৱা। 


Type - Rajashree Bora