অধ্য়ায় - 8
অনুশীলনী - 8
1. 100 তকৈ সৰু ঘনবোৰ লিখা।
2. 100 আৰু 500 ৰ মাজৰ পূৰ্ণ ঘনবোৰ লিখা।
3. তলৰ সংখ্য়াবোৰৰ ঘনৰ এককৰ স্থানৰ অংকবোৰ কি হ'ব নিৰ্ণয়
কৰা :
i) 81 ii) 45 iii) 127 iv) 218 v) 334 vi) 342 vii) 109 viii) 50
4. তলৰ পূৰ্ণ ঘনকেইটাৰ কোনকেইটা যুগ্ম সংখ্য়াৰ ঘন আৰু কোনকেইটা অযুগ্ম সংখ্য়াৰ ঘন উলিওৱা :
i) 2744 ii) 2197 iii) 4096
iv) 3375 v) 5832 vi) 4913
5. তলৰ সংখ্য়াকেইটা পূৰ্ণ ঘন হয়নে নিৰ্ণয় কৰা। যদি পূৰ্ণ ঘন হয় তেন্তে কোন সংখ্য়াৰ ঘন নিৰ্ণয় কৰা:
i) 216 ii) 250 iii) 343
iv) 576 v) 512 vi) 1296
6. তলৰ সংখ্য়াকেইটাক নূন্য়তম কি সংখ্য়াৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব:
i) 500 ii) 192 iii) 1458
7. তলৰ সংখ্য়াকেইটাক নূন্য়তম কি সংখ্য়াৰে হৰণ কৰিলে হৰণফলটো এটা পূৰ্ণ ঘন হ'ব:
i) 1512 ii) 2662 iii) 1372
8. 83 ক আঠটা ক্ৰমিক অযুগ্ম সংখ্য়াৰ যোগফলৰূপে প্ৰকাশ কৰা।
9. তলৰ সংখ্য়াবোৰৰ ঘনফল উলিওৱা :
i) -7 ii) -10 iii) -12 iv) -13
10. তলৰ পৰিমেয় সংখ্য়াবোৰৰ ঘনফল উলিওৱা :
11. উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা:
i) 1000 ii) 1728 iii) 2744 iv) 5832
12. ঘনমূল উলিওৱা :
i) - 343 ii) -512 iii) - 2197 iv) - 2744
13. ঘনমূল উলিওৱা:
Type - Rajashree Bora