অধ্য়ায় - 9

অনুশীলনী - 9 (A)

1. মান উলিওৱা :

    i) 600 ৰ 30%                                ii) 1600 ৰ  %

  iii) 1200 টকাৰ 55%                       iv) 2400 মিলি.ৰ  

2. x ৰ মান উলিওৱা যদি ---

    i) x ৰ40% = 240                         ii) x মিটাৰৰ  = 50 মিটাৰ

  iii) 400 গ্ৰামৰ x% = 60 গ্ৰাম        iv) x জন মানুহৰ 20%  = 240 জন

3. i) এটা সংখ্য়াৰ 5% ৰ মান 9। সংখ্য়াটো কি?

   ii) 6500 টকাৰ কিমান শতাংশৰ মান 845 টকা?

  iii) কিমান মিটাৰৰ 20% ৰ মান 160 মিটাৰ ?

4. নিৰ্মালীয়ে তেওঁৰ হাতত থকা টকাৰ 75% খৰচ কৰাৰ পিছত তেওঁৰ     হাতত 600 টকা থাকিল। তেওঁৰ হাতত আৰম্ভণিতে কিমান টকা            আছিল ?

5. শান্তনুৱে এটা বৰ্ষত 204 দিন বিদ্য়ালয়ত উপস্থিত আছিল। যদি             তেওঁৰ উপস্থিতি 85%,তেন্তে বৰ্ষটোত কিমান দিন বিদ্য়ালয় খোলা     আছিল?

6. এখন ফলৰ বাগিচাত মুঠতে 3000 জোপা গছ আছে। ইয়াৰ 30%         আপেল গছ, 25% কমলা গছ আৰু বাকীবোৰ মাচপতি গছ।                বাগিচাখনত নাচপতি গছৰ সংখ্য়া কিমান ?

7. এটা পৰাক্ষাত উত্তীৰ্ণ হ'বলৈ 40% নম্বৰ পাব লাগে। ৰক্তিমে 185         নম্বৰ পাই অনুত্তীৰ্ণ হ'ল। তেওঁ  আৰু 15 নম্বৰ বেছি পেৱাহেঁতেন         উত্তীৰ্ণ হ'লহেঁতেন। পৰীক্ষাটোৰ মুঠ কিমান আছিল?


Type - Rajashree Bora