অধ্য়ায় - 10

 অনুশীলনী -  10 (B)

1. সুত বছৰি গণনা কৰিলে বছৰি 4% সুতৰ হাৰত 10000 টকাৰ 2            বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা।

2. বছৰি 12% সুতৰ হাৰত 15625 টকাৰ 3 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ     সুত উলিওৱা।

3. মিশ্ৰ সুতত বছৰি 10% সুতৰ হাৰত 8000 টকা 3 বছৰৰ মূৰত                কিমান টকা হ'বগৈ?

4. বছৰি   সুতৰ হাৰত 10240 টকাৰ 3 বছৰৰ মিশ্ৰ সুত            উলিওৱা।

5. সুত ছমাহৰ মূৰে মূৰে গণনা কৰিলে বছৰি 10% সুতৰ হাৰত 8000        টকাৰ 1বছৰ 6 মাহৰ মিশ্ৰ সুত নিৰ্ণয় কৰা।

6. নৰেন মহন্তই এটা বেংকৰ পৰা বছৰি 10% সুতৰ হাৰত 64000 

    টকা  বছৰৰ বাবে ধাৰলৈ হ'লে ।  বছৰ পাছত            মহন্তই বেংকক সুতে-মূলে কিমান টকা পৰিশোধকৰিব লাগিব যদি     সুত ছমাহৰ মূৰে মূৰে হিচাপ কৰা হয়?

7. কোনো এক মূলধন বছৰি 10% সুতৰ হাৰত সৰল সুতত ধাৰলৈ            দিলে কিমান মিশ্ৰ সুত পোৱা যাব?

8.সুত তিনিমাহৰ মূৰে মূৰে গণনা কৰিলে বছৰি 20% সুতৰ হাৰে           32000টকাৰ 1 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰা।

9.সুত তিনিমাহৰ মূৰে মূৰে গণনা কৰিলে বছৰি 12% সুতৰ হাৰে 7500    টকাৰ 9 মাহৰ মিশ্ৰ সুত উলিওৱা।

10. মিশ্ৰ  সুতত বছৰি 15% সুতৰ হাৰত ৰমেনে তেওঁৰ এজন বন্ধু             ধীৰাজৰ পৰা 24000 টকা ধাৰলৈ ল'লে।  বছৰৰ মূৰত             ৰমেনে ধাৰ সম্পূৰ্ণৰূপে পৰিশোধ কৰিব বিচাৰিলে ধীৰাজক                 কিমান টকা দিব লাগিব?

11. বছৰি 10% সুতৰ হাৰত 50000 টকাৰ 2 বছৰৰ সৰল সুত আৰু               মিশ্ৰ সুতৰ পাৰ্থক্য় উলিওৱা।

12. মিশ্ৰ সুতত বছৰি কি সুতৰ হাৰত 800 টকা কিমান বছৰত 882              টকা হ'বগৈ?

13. মিশ্ৰ সুতত বছৰি কি সুতৰ হাৰত 2000 টকা 3 বছৰত 2662 টকা          হ'বগৈ?

14. 2016 চনৰ শেষত  এখ চহৰৰ জনসংখ্য়া আছিল 175000। 2017,          2018, 2019 চত চহৰখনত জনসংখ্য়া বৃদ্ধিৰ হাৰ আছিল ক্ৰমে          5%, 8%, 10% । তেন্তে 2019 চনৰ শেষত চহৰখনৰ জনসংখ্য়া               কিমান হৈছিল উলিওৱা।

Type - Rajashree Bora