অধ্যায় 12

জ্যামিতিৰ অংকন ( Geometrical Construction )

অনুশীলনী 12 (B)


1. কোণমাপকৰ সহায়ত তলত দিয়া মাপৰ একোটা কোণ অংকন কৰি ৰুলমাৰি আৰু কম্পাছৰ সহায়ত ইয়াৰ সৰ্বসম একোটা কোণ অংকন কৰা ।

(i)  50

(ii) 35

(iii) 75॰

(iv) 140


2. 55॰ মাপৰ কোণ এটা অংকন কৰি ইয়াৰ সমানে দুভাগ কৰা ।


3. 100॰ মাপৰ কোণ এটা আঁকি লৈ ইয়াৰ সমদ্বিখণ্ডকডাল অংকন কৰা ।


4. কোণমাপকৰ সহায়ত 40॰ মাপৰ এটা কোণ <ABC আঁকি লোৱা । এতিয়া ৰুলমাৰি আৰু কম্পাছৰ সহায়ত এটা কোণ <PQR অংকন কৰা যাতে <PQR = 2 <ABC ।


5. ৰুলমাৰি আৰু কম্পাছৰ সহায়ত তলত দিয়া মাপৰ একোটাকৈ কোণ অংকন কৰা ।

i) 60॰

ii) 30॰

iii) 15॰

iv) 120॰

v) 90॰

vi) 45॰

vii) 135॰


Question Type By- Himadree Bora



Post ID: DABP001913